ES News
ES News is leading News Portal of Barpeta District. It Covers daily News of Socio, Economy, Political News.
প্ৰকাশিত হৈছে ২০২৩ চনৰ চৰকাৰী বন্ধৰ তালিকা।
বৰপেটা জিলাৰ কয়াগুছিত জঘন্য ঘটনা।
চাৰি গৰাকীকৈ পত্নী থকাৰ পিছতো নূৰ আলীয়ে ডাঙৰ পত্নীৰ ডাঙৰ জীয়েকক ধৰ্ষণ কৰিব ধৰোঁতে দ্বিতীয় পত্নীয়ে চোকা অস্ত্ৰৰে লিংগ ছেদ কৰে স্বামী নূৰ আলীৰ।
ইয়াৰ পিছতে সমগ্ৰ অঞ্চলজুৰি এক চাঞ্চল্যকৰ সৃষ্টি হয়।
▶বৰঝাৰ বিমানবন্দৰত আদানী গ্ৰুপৰ দপদপনি
▶বিমানবন্দৰত নিতৌ ন-ন নিয়মেৰে হাৰাশাস্তি আদানি গ্ৰুপৰ
▶বিমানবন্দৰত কৰ্মৰত লোককে পাৰ্কিং প্ৰৱেশত বাধা
▶পাছ নথকাৰ বাবেই কোনো জাননী নোহোৱাকৈ বিমানবন্দৰত কৰ্মৰত লোকক বাইক পাৰ্কিঙত বাধা
▶কৰ্মৰত লোকক পাৰ্কিং কৰিবলৈ মাহেকীয়াকৈ প্ৰিপেইড পাছ বনাবলৈ উপৰ্যুপৰি নিৰ্দেশ
▶কোনো লিখিত জাননী নিদিয়াকৈ পাছৰ নামত কৰ্মৰত লোকৰ পৰা ২৫০ৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ
▶বৰঝাৰ বিমানবন্দৰত ব্যক্তিগতকৰণ হোৱাৰ পিছৰে পৰা কেৱল লুন্ঠন চলাই গৈছে আদানি গ্ৰুপে
▶আজি কৰ্মৰত লোকসকলক প্ৰৱেশ কৰিব নিদিয়াত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়
আন এক দুঃখবৰ। বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই।
ফটোত থকা ল'ৰাজন বৰ্তমান অসমৰ এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ,
এওঁ কোন ধৰিব পাৰিছেনে ?
🔹এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ ASI চবিন পাল দাস
🔹চবিন গোৱালপাৰা মাটিয়া আৰক্ষী থানাৰ ASI
🔹থানা চৌহদতে ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ চবিন
🔹দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰে ASIজনক
শুকুৰ আলীৰ বিবাহ সম্পন্ন
সততে স্বকীয় ভংগীমা আৰু কথাৰে সামাজিক মাধ্যম আৰু সংবাদ জগতত শিৰোনামা দখল কৰা শুকুৰ আলী বিবাহ পাশত আৱদ্ধ হ'ল ৷ সোমবাৰৰ নিশা বৈবাহিক জীৱনৰ পাতনি মেলিলে শুকুৰ আলীয়ে ৷ ডিংডিঙ্গা ঠাকুৰপুৰ গাওঁৰ ছবিনা খাতুনৰ লগত বিবাহ সম্পন্ন শুকুৰ আলীৰ ৷
লাভলীনাৰ Divorce কলৈ ৰাজহুৱা বিতৰ্ক নকৰিবলৈ Facebook ত নীতিশিক্ষা দিয়া বহু শিক্ষিত লোকে কিন্তু আজি নিতুমণি শইকীয়াৰ Divorceক লৈ সৰৱ..... লু-চ্যুন শ্যাম গোহাঁই ।।
প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ তিনিটাকৈ ফ্লেট, বিলাসী গাড়ী, অসম চৰকাৰৰ হাউচিং কলনীটো এটা ফ্লেটক লৈ যদিহে কাৰোবাৰ সন্দেহ আছে নিশ্চয় তদন্ত কৰক কিন্তু কেৱল একপক্ষৰ কথা শুনিয়েই ব্যক্তিগত জীৱনৰ বিষয়টোক লৈ নিকৃষ্ট মন্তব্য কৰাটো অমূলক। সকলোৱে এইটো জনাটো প্ৰয়োজন যে বৰ্তমানলৈকে তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা নাই আইনী প্ৰক্ৰিয়া চলিহে আছে। সংসাৰ খন ভাঙিবলৈ আপোনালোকেই আগভাগ নলব পাৰিলে যোৰা দিয়া হে চেষ্টা কৰক।।।
বহুতো শিক্ষিত লোকেই বিষয়টো এনেকৈও আলোচনা কৰিছে যেন পৃথিৱীত পোন প্ৰথম বাৰৰ বাবে কেৱল নিতুমনি শইকীয়াৰহে বিবাহ বিচ্ছেদ হবলৈ ওলাইছে....
ব্যক্তিগত জীৱনৰ বিষয়টোৰ সৈতে তেওঁ কোনো সময়ত চৰকাৰ বিৰোধী সংবাদ পৰিবেশন নকৰা বিষয়টোৰ সৈতে একাকাৰ নকৰিব! বিভিন্ন সময়ত শাসক পক্ষৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ নকৰাটো বহুতেই তেখেতক দোষাৰোপ কৰিছে সেই সকলে জনাটো দৰকাৰ যে নিতুমনি শইকীয়া প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক হে স্বত্বাধিকাৰী নহয়।।।
আপুনি যিয়েই বুলিয়েই নকওঁক কিয় নিতুমনি শইকীয়া এজন ভাল তাৰ্কিক সাংবাদিক! অসমৰ ৰাইজৰ মাজত এক অনন্য স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে অসমৰ সংবাদ জগতত তেওঁৰ এক সুকীয়া স্থান আছে ভৱিষ্যতেও থাকিব।।।।
মোবাইল বন্ধ :: বৰনগৰ কলেজ, সৰভোগ
============================
** সৰভোগস্থিত বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
** কলেজ প্ৰাঙ্গণত সম্পূৰ্ণৰূপে নিষিদ্ধ মোবাইল ফোন।
** অহা ৮ আগষ্টৰ পৰা শিক্ষাৰ্থীয়ে লগত মোবাইল ফোন লৈ প্ৰৱেশ কৰিব নোৱাৰিব কলেজ চৌহদত।
** কেৱল কলেজ কৰ্তৃপক্ষ আৰু ছাত্র-একতা সভাৰ সদস্যই ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন।
মাছ ব্যৱসায়ীৰ টুপী খুলি দিয়া চিৰঞ্জিৎ বৰদলৈক গ্ৰেপ্তাৰ ।
নাওবৈচাৰ প্ৰাক্তন বিধায়ক, AIUDF নেতা মামুদ ইমদাদুল হক চৌধুৰীৰ AAP ত যোগদান
বিশেষ এটা খবৰ- কোনোবা ছাৰ/বাইদেউৰ নিজৰ বা ওচৰৰ আন কোনোবা হাত বা ভৰি নথকা মানুহ আছে নেকি? যদি আছে তেওঁলোকক প্লাষ্টিকৰ ভৰি বা হাত বিনা খৰছত দিয়াৰ ব্যৱস্থা মে' মাহৰ ২০, ২১ তাৰিখে যোৰহাটট কৰিছে। আপোনাৰ সামান্য খবৰ দিয়াৰ বাবে অসহায় জনে যদি হাত বা ভৰি পায়, আপোনাৰ জীৱন ধন্য হ'ব।অনুগ্ৰহ কৰি সকলোৱে শ্বেয়াৰ কৰিব 🙏🙏🙏 ।
শ্ৰদ্ধাৰে
অমৃত কুমাৰ দেউৰী
ফোন: ৭৩৯৯১৯২০৩৬
দৰিদ্ৰ আই মাতৃলৈ ঈদৰ উপহাৰ।
এক ব্যতিক্ৰমী দৰিদ্ৰ পৰিয়ালৰ পৰা উঠি আহি প্ৰকৃততে দৰিদ্ৰ লোকৰ হিতাকাঙ্খী হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে চেঙা সমষ্টিৰ অন্তৰ্গত ৰাধাকুছি গাওঁ পঞ্চায়তৰ বাসিন্দা উদীয়মান শিক্ষিত যুৱক ইয়াকুব আলী। তেওঁৰ কষ্টৰ উপাৰ্জনৰ টকাৰে নিস্বাৰ্থ ভাবে আগন্তুক পৱিত্ৰ ঈদ উপলক্ষে নগাঁও জিলা পৰিষদ এলাকাৰ দৰিদ্ৰ আই মাতৃক কাপোৰ ঈদৰ উপহাৰ হিচাপে দিয়া টো পৰিলক্ষিত হৈছে। তেখেতৰ এই মহান কৰ্মক উল্লেখিত অঞ্চলৰ বুদ্ধিজীৱি সমাজৰ লগতে সৰ্বস্তৰতে প্ৰশংসনীয় পদক্ষেপ হিচাপে চৰ্চাৰ কেন্দ্ৰ বিন্দু হোৱা টোৱেই পৰিলক্ষিত হৈছে।
ইয়াকুব আলীক উল্লেখিত মহান পদক্ষেপৰ বাবে সকলোৱে তেওঁক ধন্যবাদ জনোৱাৰ লগতে আশীৰ্বাদ জনাইছে।
আপোনাৰ প্ৰতিক্ৰিয়া ?
অসমৰ SP য়ে মিজোৰাম পুলিচক “Please Cease fire, we are not firing” বুলি অনুনয় বিনয় কৰিব লগা হ’ল কিয় মুখ্যমন্ত্ৰী ? Arms লৈয়ো আত্মৰক্ষাৰ বাবে অসমৰ SP য়ে মিজো পুলিচক গুলীয়াব নোৱাৰিলে কিয় ? কিয় অসম পুলিচৰ এই অসহায় মৃত্যু ? কিয় ? আমাক উত্তৰ লাগে হিমন্ত। ৫০ লাখ টকাত আমাৰ পুলিচক আমি মৰিবলৈ এৰি দিব নোৱাৰো ৷ হিমন্ত, মিজোৰাম সীমান্তত আপোনাৰ ভাতৃক Posting দিয়ক ৷ এইয়া অসমীয়াৰ দাবী ৷
শিখা শৰ্মা
গুৱাহাটী
২৮/৭/২০২১
অনুগ্ৰহ কৰি পুলিচৰ মাৰপিটৰ ভি ডি অ সামাজিক মাধ্যমত এৰি দি বীৰত্ব জাহিৰ নকৰিব। সেই ভি ডি অ সমূহ পুলিচৰ কৰ্মিয়েই যে কৰিছে নিশ্চিত এই বাবেই যে, পুলিচৰ মাৰপিটৰ সেই মূহুৰ্ত্তত কোনো অন্যলোকৰ ভি ডি অ কৰাৰ সাহস নাথাকে। আমি, সেই আইন ভংগ কৰি ঘুৰি ফুৰা ব্যক্তি সকলোকে কেৱল ঘূটুংপানী বিচাৰি ফুৰা বা ড্ৰাগছৰ পুৰীয়া বিচাৰি ফুৰা বুলি ভাবি ললে ভুল হব। অন্ততঃ জানিবলৈ চেষ্টা কৰক কি কাৰণত সেই পৰিস্থিতিৰ মুখামুখী হল। হয়টো কোনোৱাই দৰব বিচাৰি অহাও হব পাৰে, হয়টো কাৰোবাক উন্নত চিকিৎসাৰ বাবে আগবঢ়াবলৈ অহাও হব পাৰে, হয়টো কোনোবাই ক'ভিডৰ ভেকচিন লৈ ঘুৰি অহাও হব পাৰে, কাৰণ বৰ্তমান সময়ত বহুতেই য'তেই ভেকচিনৰ সুবিধা পাইছে দুৰৈত হলেও লৈ লৈছে। এই কথাও নিশ্চিত, কিছু সংখ্যকে ধেমালি হিচাপে ও লোৱা দেখা যায় ,তেনে ক্ষেত্ৰত মোৰ বিশেষ কবলগীয়া নাই, তেওলোকে কিছু শিক্ষা পোৱাৰ প্ৰয়োজন আছে কিন্তু শাসন বুলিলে কেৱল লাঠীকে নুবুজায়। বহুক্ষেত্ৰত দেখা যায় চেকিং পাৰ্টিৰ মূৰব্বী জনৰ দূৰ্বল ভূমিকাৰ বাবে বহু নহব লগীয়া ঘটনা হয়।
(নৱ কুমাৰ বৰা, উপ-আৰক্ষী অধীক্ষক, ধেমাজি)
ৰিপুণ বৰা, বদৰুদ্দিন আজমলক ফোন কৰিলে হিমন্তবিশ্ব শৰ্মাই। হিমন্তবিশ্ব শৰ্মাই ফোন কৰিলে হাগ্ৰামা মহিলাৰীলৈয়ো। শপতগ্ৰহণ অনুষ্ঠানলৈ তিনিওকে ব্যক্তিগতভাৱে আমন্ত্ৰণ।
অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব কোন?
আপুনি ককা বিচাৰে..............
হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱাল?
বিজেপি-এ আই ইউ ডি এফ একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি- অখিল গগৈ
BIG BREAKING
চেঙা সমষ্টিৰ টিকট জাতীয় পৰিষদৰ পৰা হোৱাটো প্ৰায় নিশ্চিত। আনুষ্ঠানিক ঘোষণা হে বাকী।
- NIAৰ গোচৰত জামিন নাকচ অখিল গগৈৰ
- গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে ৰায়
Dulu Ahmed
প্ৰাক্তন কংগ্ৰেছি নেতা দুলু আহমেদ AJP ত যোগদান কৰিব ।
৩ জানুৱাৰীত আনুষ্ঠানিক ভাৱে যোগদান কৰিব AJP ত। সংবাদমেলত ঘোষণা কৰিলে দুলু আহমেদে।
➡️ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আন এজন সাংবাদিকে
➡️ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যু
➡️ প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাৰ ভাতৃ আছিল পৰাগ ভূঞা
➡️ এখন বাহনে মহটিয়াই গৈছিল সাংবাদিকজনক
➡️ চিকিৎসাধীন অৱস্থাত মৃত্যু সাংবাদিক পৰাগ ভূঞাৰ
➡️ ভূঞাৰ মৃত্যুত মুখ্যমন্ত্ৰী সোণোৱাল, প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীৰ শোক
➡️ সাংবাদিক গৰাকীক হত্যাৰ অভিযোগ পৰিয়ালৰ
➡️ অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি উধাও হোৱাৰ অভিযোগ
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং।
■ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত কৃষক নেতা অখিল গগৈৰ জামিন শুনানি অনুষ্ঠিত হ'ব।
■ অখিল গগৈৰ হৈ যুক্তি প্ৰদৰ্শন কৰিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি. এছ.নৰচিমাই।
■ এই গোচৰত জামিন লাভ কৰিলেই মুকলি আকাশৰ তললৈ আহিব পাৰিব কৃষক নেতা গৰাকী।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Telephone
Website
Address
781301
Aditpur
Barpeta, 781319
I am Looking for Talent . Focus your hidden talent. https://www.youtube.com/@Mnews7693
Dhumar Pathar
Barpeta, 781318
assamjobworld.com page published job related news and also this page has published guide or note for
Barpeta
♥️Hello guy's please follow my page and please support me guy's 🙏 📢💸Paid Promotion Available💸
KALGACHIA
Barpeta, 781319
This is a Council cm news web portal deals with fact & truth of society.It's real not manipulated.
Village _ Pani Maricha Gaon (P. O)_khardhara_ (District)_ Barpeta_(Pin No) _781309
Barpeta, 781309
Indian You Tube News Channel For Business enquiries ([email protected]) State_ assam (india)
Jania Barpeta Road
Barpeta
আমি গণতন্ত্ৰৰ বিশ্বাসী । বাতৰিৰ বাবে বাতৰি নহয় ।সত্যৰ সন্ধানত,ৰাইজৰ পক্ষত।
Village Chatala, Post Office:Pathar Chali Chatala, PS:/Kalgachia, District Barpeta
Barpeta, 781321