M/S MU Enterprise Satra kanara feder
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from M/S MU Enterprise Satra kanara feder, Business service, satra kanara, Barpeta.
ইয়াৰ দ্বাৰা ১১KV সত্ৰকনৰা ফিডাৰৰ সমূহ গ্ৰাহক সকলক জনোৱা হয় যে Mandia Sub-station control Room ৰ 5MVW Transformer খন বেয়া হৈছে যাৰ বাবে 2.5MW ৰ পৰা লুড দিয়া হৈছে আৰু 2.5MVW ৰ পৰা কেৱল 2MVW বিদ্যুৎ দিব পৰা যাব যদিও দিনৰ ভাগত লোড শেডিং দি চলাব পৰা যাব ।কিন্তু ৰাতিৰ ভাগত বিদ্যুৎ পোৱাৰ সম্ভাবনা অতি ক্ষীণ।
*MANDIA SUB-STATION CONTROLROOM*
*5MP Transforem beya howar babe 2.5MP Transforem pora load diya hoise karon 2.5MP r pora only 2 MWH line diba pari dinor bagot load shedding di kiba kori 3ta feeder milai chalobo parim kinto rati line powar akha kom pan ne nai *
1. *Mandia feeder load 1.7 MW*
2.*D/pam feeder load 2.00MWH*
3.*S/kanara feeder load 2.8MWH*
Asraful Islam
*Mandia sub-station controlroom*
BARPETA ELECTRICAL SUB DIVISION
বৰপেটা বৈদ্যুতিক উপ সংমণ্ডলৰ অন্তৰ্গত সন্মানীয় বিদ্যুত উপভোক্তা সকলক জনোৱা হল যে বৰষুণ আৰু ধুমুহাৰ ফলত আপোনালোকৰ আশেপাশে যদি বৈদ্যুতিক তাৰ বা বৈদ্যুতিক খুটা ভাঙি মাটিত পৰি থকা দেখা পাই, তাৎক্ষণিক ভাৱে আপোনালোকৰ ওচৰৰ তলত দিয়া নম্বৰ সমুহৰ লগত যোগাযোগ কৰি খবৰ দি আপোনাৰ লগতে আন মানুহ নাইবা জীৱ জন্তু সকলোকো নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে যেন ।
ধুমুহা বৰষুণ ৰ সময়ত সদায় সাৱধান হওক।
যিকোনো আপদকালীন পৰিস্থিতিৰ সন্মুখীন হলে 1912 ত ফোন কৰক
অথবা আমাৰ বিভাগীয় কনট্ৰল ৰুম তথা complaint নম্বৰত ফোন কৰিব |
সত্ৰকনৰা==9678703897/9365831448/9401925367
M/S MU Enterprise ৰ কৰ্মকৰ্তা সকলে বৰষুণৰ মাজত OUT CONNECTION কৰি আছে।
১২/৯/২২ ইং তাৰিখে মিলিজুলি খেল পথাৰৰ পশ্চিম ফালে হোৱা ক্ৰিকেট খেলত চুৰি কৰি বিদ্যুত সংযোগ কৰিছিল কিন্তু সেই বিদ্যুত বিছিন্ন কৰাটো ঠিকাদাৰৰ অপৰাধ হল নেকি।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Website
Address
Barpeta
781308
Barpeta, 781314
• E-Stamp (দলিল বিক্ৰী কেন্দ্ৰ) • Common Sevice Centre (CSC) • TIN-PAN Centre • Online Services
Dist-Barpeta State-Assam, Vill-Bhella
Barpeta, 781309
Please Subscribe my YouTube channel ���. And. My page follow please ����
Nagarbera Bpc College Road
Barpeta
#plz_grow_my_page_and_youtube_channel_guys......#i_hope_you_can_do_this_...#antaz_official_youtube_