Sofi9613
I'm sofikul islam (sofi)
#হেল্লো_ৰাইজ, গুড মৰ্নিং, এইজনৰ মতে যদি লুঙী, দাড়ী মানেই মিঞা তেন্তে পাঞ্জাবী সকলৰো দাড়ি আছে, দক্ষিণ ভাৰতৰ মানুহেও লুঙী ব্যৱহাৰ কৰে মানে সিহঁতে ও মিঞা। বাৰু ঠিকেই আছে যিয়েই নহওক এতিয়া কথা হ'ল এই মহা মস্ত মানুহজনৰ মুখত দাড়ি দেখি আছোঁ আচলতে মই ভুলতো দেখা নাই নে ঠিকেই দেখিছোঁ যদি ঠিকেই দেখিছোঁ তেন্তে এইজনৰ মুখত আচলতে এয়া দাড়ি নে হিন্দী ভাষাত যে কয় বাল, অসমীয়াত ভাষাত চুলি কয়। আমি অসমীয়া চুলি বুলিলে মূৰত থকা চুলি কেইটাই হে বুজো। আৰু বাল হিন্দী ভাষী লোক সকলে কয়। এইজনৰ মুখত আমাৰ ভাষাত দাড়ি দেখিছোঁ এওৰ ভাষাত নিশ্চয় বাল বা চুলি।
ভাল থকাটা আজ কাল টাকার উপর ডিফেন্ড করে।।
I got my Facebook id back after 8 long months
ডাঙৰ মানুহ হবলৈ যিমান কঠিন তাতোকৈ সহস্ৰ গুণে কঠিন কাম হল ভাল আৰু ভদ্ৰ মানুহ হোৱাটো!!
অধিকাংশ মানুষ প্রশংসা করে লোভে! সমালোচনা করে হিংসায়!
আর সম্পর্ক তৈরি করে স্বার্থে!!
, depression always leads to su***de.
েতিয়াও_ধেমালি_হ'ব_নোৱাৰে, এনেকুৱা সময়ত সদায় আত্মহত্যামানুহেৰ পথ বাছি লয়।
বুকুৰ কেঁচা ঘাঁৰ নিজেই যতন লব।
দুনীয়াক দেখুৱাই লাভ নাই।
এইখন জলকীয়াৰ পৃথিৱী।
ছৱি দুখন লৈ মন কৰক !
কিবা পাৰ্থক্য দেখা পালে নে ? 🙃
#ছৱিয়ে_কথা_কয় !!
ভাৰতৰ দ্বিতীয় ধনাঢ্য ব্যক্তি মুকেশ আম্বানীয়ে যাৰ কান্ধত হাত ৰখিছে সেই জনাই Shahrukh Khan 😘❤.
🔲 েপ্টেম্বৰৰ_এটা_ৰেলৰ টিকেট। পাকিস্তানৰ পৰা ভাৰতলৈ আহিবৰ বাবে তেতিয়া ৯ জনৰ বাবে ভাড়া আছিল ৩৬ টকা ৯ পইচা 😊
🔲 independence on 17-09-1947, for 9 persons, for a travel from Rawalpindi to Amritsar, costing 36 rupee & 9 aanas. Probably a family migrated to India."😊
I will fill someone's place in the heart, because the places of the heart can be filled with a finger tip.
May Allah keep the alarm named " *MOTHER* " alive for many years!🖤♥️
Ameen
ভুলতে কাৰোবাৰ যিকোনো ঋণ পৰিশোধ কৰিবলৈ পাহৰি গৈছো যদি ভুল নুবুজি মনত পেলাই দিব! পৰিশোধ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিম....🙏
✍️ ছফি
বিজ্ঞানে কয় যে এজন প্ৰাপ্তবয়স্ক স্বাস্থ্যৱান পুৰুষে এবাৰ যৌন সম্ভোগ কৰাৰ পিছত মুকলি হোৱা বীৰ্যৰ পৰিমাণত ৪০ কোটি শুক্ৰাণু থাকে। সেয়েহে লজিক অনুসৰি যদি ছোৱালীবোৰৰ গৰ্ভত সেই সমপৰিমাণৰ শুক্ৰাণুয়ে স্থান পালে হয়, তেন্তে ৪০ কোটি কেঁচুৱাৰ সৃষ্টি হ'লহেঁতেন, এই ৪০ কোটি শুক্ৰাণু মাতৃৰ জৰায়ুৰ ফালে পাগলৰ দৰে দৌৰি গৈ থাকে আৰু গৈ থকা অৱস্থাত জীয়াই থাকে মাত্ৰ ৩০০-৪০০ শুক্ৰাণু। আৰু আনবোৰ?? এই দৌৰৰ পথত তেওঁলোক ভাগৰুৱা বা পৰাজিত হৈ #মৃত্যুবৰণ কৰে। কণীৰ ওচৰ চাপিবলৈ সক্ষম হোৱা এই ৩০০-৪০০ শুক্ৰাণুৰ ভিতৰতো কেৱল এটা অতি শক্তিশালী শুক্ৰাণুয়ে কণীটো নিষিক্ত (ফার্টিলাইজ) কৰে বা কণীত স্থান লয়। সেই ভাগ্যৱান শুক্ৰাণুটোৱেই হ'ল #আপুনি, #মই বা #আমি সকলো।
🎯 আপুনি কেতিয়াবা এই মহান যুদ্ধৰ বিষয়ে ভাবিছে নে 🎯
🟪 যেতিয়া আপুনি দৌৰিছিল তেতিয়া আপোনাৰ নাছিল চকু, হাত, ভৰি, মুৰ... কিন্তু তথাপিও আপুনি জিকিছে।
🟪 যেতিয়া আপুনি দৌৰিছিল তেতিয়া আপোনাৰ ওচৰত নাছিল কোনো প্ৰমাণপত্ৰ নাছিল কোনো মগজু... তথাপিও আপুনি জিকিছে।
🟪 যেতিয়া আপুনি দৌৰিছিল তেতিয়া আপোনাৰ নাছিল কোনো শিক্ষা, নাছিল কোনেও সহায় কৰা... কিন্তু আপুনি তথাপিও জিকিছে।
🟪 যেতিয়া আপুনি দৌৰিছিল- আপোনাৰ এটা গন্তব্য স্থান আছিল আৰু সেই গন্তব্যস্থানৰ ফালে নিৰ্ধাৰিত উদ্দেশ্যৰ সৈতে অকলে দৌৰিছিল, আৰু শেষত আপুনিহে জিকিছিল।
তাৰপিছত 🤔
🟨 বহুতো কেঁচুৱা মাতৃৰ পেটতে মৃত্যু হয় কিন্তু আপোনাৰ মৃত্যু হোৱা নাই, আপুনি গোটেই ৯ মাহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।
🟨 বহুতো কেঁচুৱা জন্মৰ সময়ত মৃত্যু হয়। কিন্তু আপুনি বাচি গৈছিল।
🟨 জন্মৰ প্ৰথম পাঁচ বছৰত বহুতো কেঁচুৱাৰ মৃত্যু হয়, কিন্তু আপুনি এতিয়াও জীয়াই আছে।
🟨 বহুতো শিশুৰ পুষ্টিহীনতাৰ ফলত মৃত্যু হয়, কিন্তু আপোনাৰ একো হোৱা নাই।
🟨 বহুতে ডাঙৰ হোৱাৰ পথত পৃথিৱী এৰি গৈছে, কিন্তু আপুনি এতিয়াও ইয়াতে আছে।
আৰু আজি🤔
যেতিয়া সৰু কিবা এটা ঘটনা ঘটে, আপুনি হতাশ হৈ পৰে, কিন্তু কিয়? আপুনি কিয় ভাবে যে মই হাৰিছো? আপুনি কিয় নিজৰ আত্মবিশ্বাস হেৰুৱাইছে?
এতিয়াতো আপোনাৰ বন্ধু, ভাই-ভনী, প্ৰমাণপত্ৰ সকলো আছে। আপোনাৰ হাত ও ভৰি সুকলমে আছে, আপোনাৰ শিক্ষা আছে, পৰিকল্পনা কৰিবলৈ আপোনাৰ মগজু আছে, আপোনাৰ সহায় কৰিবলৈ মানুহ আছে তথাপিও আপুনি আশা হেৰুৱাইছে। যেতিয়া আপুনি আপোনাৰ জীৱনৰ প্ৰথম দিনটো হাৰ মানি এৰি দিয়া নাছিল। যেতিয়া আপুনি ৪০ কোটি শুক্ৰাণুৰ সৈতে এক মাৰাত্মক যুঁজত নিৰন্তৰ দৌৰি কাৰো সহায় অবিহনে অকলে প্ৰতিযোগিতাখন জিকিছিল।
তেনেহলে আজি ইমান হতাশ কিয়?🤔🤔
🟫 কোনোবাই আপোনাৰ জীৱনৰ পৰা এৰি গুচি গলে নিজকে কিয় গ্ৰহণ কৰিব নোৱাৰে।
🟫 কিবা এটা হলে কিয় আপুনি হতাশ হৈ যায়?
🟫 কিয় কোৱা? মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নাই।
🟫 কিয় কোৱা? মই হাৰি গৈছো।
🎯 এনে ধৰণৰ বহুত কথা উল্লেখ কৰা সম্ভৱ, কিন্তু আচল কথা হ'ল আপুনি কিয় নিৰাশ হৈছে? আপুনি কিয় হেৰুৱাব? কিয় এৰি দিব? আপুনি আৰম্ভণিতেই জিকিছে, আপুনি মাজতো জিকিছে, আপুনি শেষতও জিকিব, নিজকে সময় দিয়ক, আৰু আপোনাৰ মনক সোধক আপোনাৰ কি প্ৰতিভা আছে ? সদায়ে মনৰ আশা-আকাংক্ষাক গুৰুত্ব দিয়ক, সদায়ে ঈশ্বৰক মনত ৰাখক, সেৱা কৰক। আপুনি দেখিব যে আপুনি জিকি গৈছে।
🟥কেৱল আপোনাৰ মনৰ শক্তিৰে যুঁজি থাকক, আপুনি ১০০ শতাংশ জিকিবই।
নামৰ আত্মবিশ্বাসৰ ওপৰত ৰচিত কিতাপৰ পৰা প্ৰভাৱিত লিখনি, আপোনালোকেও কিতাপখন পঢ়ি চাব পাৰে।
ধন্যবাদ
দেবেন অত্ৰি উপাধ্যায়
শোণিতপুৰ, অসম
দিনাংক:- ০৬/০১/২০২৩
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the business
Telephone
Website
Address
Barpeta
781308