Litan ghosh friends Club
Secretary BJYM Bongaigaon District
( BJP )
অদম্য সাহস, বীৰত্ব আৰু স্বদেশ প্ৰেমৰ এক অতুল্য উদাহৰণ বীৰ ৰাঘৱ মৰাণ অসমীয়া জাতি তথা মৰাণ ভাই-ভনীসকলৰ এক প্ৰাত:স্মৰণীয় সত্তা৷ আমাৰ চৰকাৰৰ দ্বাৰা ১৯ নৱেম্বৰ, ২০২৪ৰ দিনটোক কিংবদন্তি বীৰ সন্তানগৰাকীৰ স্মৰণাৰ্থে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সীমিত বন্ধ (Restricted Holiday)ৰ দিন হিচাপে ঘোষণা কৰা হৈছে৷
Our respected CM Sir planned to open 22 new intensive care units (ICUs) with 50 beds each in 22 districts of Assam, bringing advanced medical care right to your doorstep.
Himanta Biswa Sarma
Bharatiya Janata Party (BJP) BJP Assam Pradesh
Litan Ghosh
Today, I visited the flood impacted region Basbari LAC , Bongaigaon Area.
| ‘প্ৰধানমন্ত্ৰীৰ পদ দিলেও I.N.D.I. মৰ্চালৈ নাযায় নীতিশ কুমাৰ’। I.N.D.I. মৰ্চালৈ যোৱাৰ পথ নাকচ নীতিশ কুমাৰৰ। JD(U) সভাপতি উমেশ কুশৱাহাই জনালে এই কথা।
| | |
𝐅𝐨𝐥𝐥𝐨𝐰 𝐍𝐃𝟐𝟒 𝐂𝐡𝐚𝐧𝐧𝐞𝐥 𝐨𝐧 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩: https://whatsapp.com/channel/0029VaALaVa6LwHp94CgkB10
আজি ৬ এপ্ৰিল, দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ বাবে পতাকা উৎসৱৰ দিন, কাৰণ আজিৰ দিনটোতেই বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল "ভাৰতীয় জনতা পাৰ্টীৰ" স্থাপনা হৈছিল।
সেই উপলক্ষে প্ৰতিগৰাকী কাৰ্যকৰ্তাক হিয়াভৰা শুভেচ্ছা জনাইছোঁ আৰু দলটোক ত্যাগ আৰু বলিদানেৰে ভাৰত মাতৃৰ সেৱাৰ বাবে
প্ৰতিষ্ঠা কৰা মহান ব্যক্তি সকলোক শ্ৰদ্ধাৰে সুঁৱৰিছো।
🙏
ভাৰত মাতা কি জয়
বিজেপি জিন্দাবাদ
You are the Best Human being that I have ever met.... You have sacrificed your life only for public, Without take any advantage from them. You are the Inspiration of every young generations. 💞🙏
With Shyamal Narayan Dev da ❤️
বঙাইগাঁৱৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত এক বিশাল যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্রী *জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া।
আজি অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্রী *জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বঙাইগাওঁ জিলাত উপস্তিত হয় আৰু আমি ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাওঁ জিলাই হেলীপেডৰ পৰা এক বৃহত বাইক ৰেলী কৰি মন্ত্ৰী মহোদয়ক আদৰণি জনাওঁ।
|
The person in the image below is Bikash Saha, son of Malati Saha resident of Salbagan in Bongaigaon. The physically challenged Vikas Saha is currently missing.
If anyone gets any information regarding him can contact on 9101089954.
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the public figure
Website
Address
Bongaigaon
783380
Bongaigaon, 783382
Islamic video post entered the page life with a lot of hope support me all friends