Abdul Batin Khandakar, MLA Abhayapuri North

political moto....to help the poor people of the society

12/11/2023

পোহৰৰ উৎসব দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। দীপাৱালীৰ প্ৰতি গছি বন্তিৰ পোহৰে সমাজৰ অসুয়া-অপ্ৰীতি, হিংসা-বিদ্বেষ সমস্ত অন্ধকাৰ বিনাশ কৰি সকলোৰে মাজত শান্তি - সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক টনকিয়াল কৰক।
তাৰেই কামনাৰে...

26/10/2023

কোকিলা নয়াপাৰা গাওঁৰ বাসিন্দা ভাইটি অধিবক্তা নাছিৰ উদ্দিনৰ মাতৃৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিলোঁ আৰু বিদেহী আত্মাৰ মাগফিৰাৎ কামনা কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। আল্লাহ যাতে জান্নাত নছিব কৰে।

20/10/2023

শাৰদীয় দূৰ্গা পূজাৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

06/06/2023

আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অভয়াপুৰী ৰাজীৱ ভৱনৰ সন্মূখত যুৱকংগ্ৰেছী ও বঙাইগাওঁ জিলা কংগ্ৰেছৰ সন্মানীয় সভাপতি #আবুল_কাশেম ডাঙৰীয়া আৰু কংগ্ৰেছ কৰ্মীসকলৰ সৈতে।

18/03/2023
18/03/2023

নিৱনুৱা সমস্যা, গৰাখহনীয়া, বাণিজ্যিক প্ৰতিষ্ঠান আদি গুৰুত্বপূৰ্ণ বিষয়ত বিধানসভাত বক্তব্য ।

14/03/2023

আজি ১৪/০৩/২০২৩ ইং তাৰিখত অসম বিধান সভাৰ অধিবেশনত মোৰ বক্তব্য।

19/12/2022

আজি প্ৰাগ নিউজত অসমৰ সামগ্ৰিক উন্নয়ন সম্পৰ্কত মোৰ বক্তব্য।

Photos from Abdul Batin Khandakar, MLA Abhayapuri North's post 12/12/2022
Photos from Abdul Batin Khandakar, MLA Abhayapuri North's post 12/12/2022

ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন।
বঙাইগাঁও জিলাৰ চাকলা গাঁৱৰ মুৰব্বী শিক্ষক, সমাজসেৱক, জনাব লুতফৰ ৰহমান চাহাবৰ আজি মৃত্যু হয়। তেওৰ মৃত্যুত অঞ্চলজোৰা শোকৰ ছাঁ পৰিছে। শোকাৰ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছো। মহান সৃষ্টিকৰ্তাই তেওঁক জান্নাতুল ফিৰদৌছ নচিব কৰক আৰু পৰিয়ালটোক এই কঠিন বাস্তৱক মানি ল'বলৈ শক্তি দিয়ক সৃষ্টিকৰ্তাৰ ওচৰত তাৰেই কামনা কৰিলোঁ।

Photos from Abdul Batin Khandakar, MLA Abhayapuri North's post 11/12/2022

ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন।
যোৱাকালি সন্ধিয়া আনুমানিক ৮ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাঙাইগাঁৱত এক শোকাবহ দুৰ্ঘটনাত বঙাইগাঁও জিলাৰ কীৰ্তনপাৰা প্ৰথম খণ্ড গাঁৱৰ ছামচুল আলমৰ জ্যেষ্ঠ পুত্ৰ শ্বাহিদুল ইছলাম(২৬)ৰ থিতাতে মৃত্যু হয়।
শোকাৰ্ত পৰিয়ালৰ ঘৰত উপস্হিত হৈ সমবেদনা জ্ঞাপন কৰো।
মহান সৃষ্টিকৰ্তাই তেওঁক জান্নাতুল ফিৰদৌছ নচিব কৰক আৰু পৰিয়ালটোক এই কঠিন বাস্তৱক মানি ল'বলৈ শক্তি দিয়ক সৃষ্টিকৰ্তাৰ ওচৰত তাৰেই কামনা কৰিলোঁ।

Photos from Abdul Batin Khandakar, MLA Abhayapuri North's post 11/12/2022

আজি ১১/১২/২২ তাৰিখত আই নদীৰ ওপৰত বৰঘোলা-কাহিবাৰী সংযোগী অসমাপ্ত দলঙৰ সম্পূৰ্ণ কৰণৰ বাবে ২৯ কোটি টকীয়া কামৰ শুভাৰম্ভ কৰা হয়। উক্ত অনুষ্ঠানত লোক নিৰ্মান বিভাগৰ বঙাইগাওঁ সংমন্ডল কাৰ্যবাহী অভিযন্তা, দন্ডাদীশ তথা চক্ৰ বিষয়া, সহকাৰী কাৰ্যবাহী অভিযন্তা, বিশিষ্ট সমাকৰ্মী তথা ঠিকাদাৰ ৰূদ্ৰ পাঠক ডাঙৰীয়াকে ধৰি সমষ্টিবাসী , মুৰব্বী, সমাজ কৰ্মী , পুৰুষ- মহিলা, যুবক-যুৱতী সকল উপস্থিত থাকে ।
অহা বাৰিষাৰ পূৰ্বেই কাম সম্পূৰ্ন কৰাৰ চেষ্টা কৰা হব । সকলোৰে সহায় সহযোগিতা কামনা কৰা হল। সকলো ঠিকে ঠাকে থাকিলে কামটো সম্পূৰ্ণ হলে, ই সমষ্টিটোৰ বাবে উন্নয়নৰ দিশত এক মাইল খুটি হিচাপে বিবেচিত হব।

Photos from Abdul Batin Khandakar, MLA Abhayapuri North's post 05/12/2022

বৰঘোলা কাহীবাৰী সংযোগী দলং মূখ্যমন্ত্রী ডাঙৰীয়াৰ সৈতে পৰিদৰ্শন ও তৎকালীন কাম আৰম্ভ কৰাৰ নিৰ্দেশ ।

24/10/2022

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ, নিৰ্দেশ মৰ্মে ভাৰত জোডো যাত্ৰা কাৰ্য্যসূচী সম্পৰ্কত যোৱাকালি ৰঙাপানী সমূহীয়া ভৱনত এখন প্ৰস্তূতি সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্হিত থাকো আৰু ভাৰত জোডো যাত্ৰাত আমাৰ সমষ্টিৰ কাৰ্য্যসূচী যুগুত কৰা হয়।

22/10/2022

শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বুঢ়া সত্ৰীয়া শ্ৰীযুত বশিষ্ঠ দেৱ শৰ্মাদেৱ ৰ মহাপ্ৰয়াণৰ বাতৰিত মৰ্মাহত হৈছোঁ। সত্ৰাধিকাৰ গৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।।
🙏🙏🙏

19/10/2022

Congratulations Shri Mallikarjun Khargejii for being elected as the President of Indian National Congress.

17/10/2022

আমবাৰী বাৰেগৰ গাওঁ পঞ্চায়তৰ বিশিষ্ট সমাজ কৰ্মী মহিবুল্লাহ সেখ ডাঙৰীয়াৰ যোৱা কালি ইন্তেকাল হৈছে। পৰম কাৰুণাময় আল্লাহ তাআ'লাৰ ওচৰত তেখেতৰ ৰূহ'ৰ মাগফিৰত কামনা কৰিছো লগতে শোক সন্তপ্ত পৰিয়াললৈ আৰু গুণমুগ্ধ সকললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। উল্লেখযোগ্য যে কিছুদিনৰ পৰা তেও কৰ্কট ৰোগত ভূগি আছিল।

Photos from Abdul Batin Khandakar, MLA Abhayapuri North's post 11/10/2022

আজি ১১.১০.২০২২ ইং তাৰিখে ২নং ছালাবিলাত আদৰ্শ অংগবাবাদী কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰো

05/10/2022

Photos from Abdul Batin Khandakar, MLA Abhayapuri North's post 02/10/2022

আজি কোকিলা খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰাইজমানী ফুটবল খেল প্ৰতিযোগীতাৰ শুভ উদ্বোধন কৰো অাৰু ভাষণ প্ৰদান কৰো।

Photos from Abdul Batin Khandakar, MLA Abhayapuri North's post 02/10/2022

আজি নাম্বাৰপাৰা চাকলা গাওঁ পঞ্চায়তৰ গান্ধী জয়ন্তী উদযাপন উপলক্ষে #বিশেষ_গাও_সভাত উপস্হিত থাকি প্ৰধান মন্ত্ৰী আৱাস যোজনা, জল জীৱন মিসন, স্বচ্ছতা হী সেৱা আদি বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ন আলোচনা কৰো।

Photos from Abdul Batin Khandakar, MLA Abhayapuri North's post 24/09/2022

আজি আমবাৰী বাৰেগড় গাওঁ পঞ্চায়তৰ আমবাৰী গাওঁৰ মুৰব্বী তথা বিশিষ্ট কংগ্ৰেছ কৰ্মী জনাব #মহিবুল্লাহ_সেখৰ ঘৰত গৈ তেওৰ শাৰিৰীক সুস্হতাৰ বুজ লও আৰু তেওৰ আশু আৰোগ্য কামনা কৰো। উল্লেখযোগ্য যে মুৰব্বীজন আজি বহুদিন ধৰি কৰ্কট ৰোগত ভূগি আছে।

14/09/2022

প্ৰাগ নিউজৰ Talk show অনুষ্ঠানত অংশগ্ৰহণ কৰো আৰু নিবনুৱা সমস্যা সমাধান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াও।

Want your public figure to be the top-listed Public Figure in Bongaigaon?
Click here to claim your Sponsored Listing.

Videos (show all)

আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অভয়াপুৰী ৰাজীৱ ভৱনৰ সন্মূখত যুৱকংগ্ৰেছী ও বঙাইগাওঁ জিলা কংগ্ৰেছৰ সন্মানীয় সভাপতি #আবুল_কাশ...
নিৱনুৱা সমস্যা, গৰাখহনীয়া, বাণিজ্যিক প্ৰতিষ্ঠান  আদি গুৰুত্বপূৰ্ণ বিষয়ত বিধানসভাত বক্তব্য ।
আজি ১৪/০৩/২০২৩ ইং তাৰিখত  অসম বিধান সভাৰ অধিবেশনত মোৰ বক্তব্য।
আজি প্ৰাগ নিউজত অসমৰ সামগ্ৰিক উন্নয়ন সম্পৰ্কত মোৰ বক্তব্য।
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ, নিৰ্দেশ মৰ্মে ভাৰত জোডো যাত্ৰা কাৰ্য্যসূচী সম্পৰ্কত যোৱাকালি ৰঙাপানী সমূহীয়া ভৱনত এখন প্ৰস্ত...
#Bharat_Jodo_yatra
প্ৰাগ নিউজ
সমষ্টিৰ বানপানীত গৰাখহনীয়া, ৰাস্তা পকীকৰণ, শিক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে কাবাইটাৰীৰ মাৰকাজুল মা-ৰুফ ক্বাৰীয়ানা মাদ্ৰাছাত উপস্
শান্তিপূৰ্ণ সত্যাগ্ৰহ" আন্দোলনৰ কাৰ্যসূচীপালন কৰি প্ৰতিবাদ সাব্যস্ত কৰো।
বানপাণী
হুৰামাত

Category

Telephone

Website

Address

A K Azad Path
Bongaigaon

Other Public Figures in Bongaigaon (show all)
Síñglé Bøy Áttítúde Stútús Síñglé Bøy Áttítúde Stútús
Salbari
Bongaigaon, 783380

Status

mixed up house mixed up house
Assam Chirang District Chirang
Bongaigaon, 783380

i love God

NH STUDiO NH STUDiO
Bongaigaon

www.fecbook

ᴋʜᴀɴɪɴ࿐oғғιcιal ᴋʜᴀɴɪɴ࿐oғғιcιal
Bongaigaon, 783384

public figure

Robi bro Robi bro
Bongaigaon

Welcome to my profile

Rex Master IND Rex Master IND
Bagidwara No 1
Bongaigaon, 783391

mixer

Yogi memes Yogi memes
Chirang
Bongaigaon

এই page টোত বিভিন্ন ধৰণৰ video upload কৰা হব

Elias Ansari Assam Elias Ansari Assam
Chalantapara
Bongaigaon, 783388

social media and writer's

Muzafor Ali Axom Muzafor Ali Axom
Bongaigaon, 783380

Social worker & video creator of any type.

Amar moner manush Amar moner manush
Bongaigaon

🚫🚫🚫🚫🚫🚫🇮🇳1️⃣2️⃣3️⃣4️⃣⏯️⏯️⏯️⏯️🆘🆘🅱️🆎🛑🛑🛑🆘㊗️

মাটির মানুষ & matir manush মাটির মানুষ & matir manush
Bongaigaon, 783382

Islamic video post entered the page life with a lot of hope support me all friends

Ayub Live Ayub Live
Ghilaguri
Bongaigaon, 783372

Health is life