The Nabiul

Follow and like our page to get a variety of entertaining and informative videos

29/12/2023

বাংলাদেশেৰ অভিনেতা শাকিব_খান খাগ্ৰাবাড়িত হবলগীয়া #মিউজিকেল_নাইটৰ উপস্থিত নোহোৱাৰ ফলত এই ঘটনা সংঘটিত হয়।

11/12/2023

বহুদিনৰ মূৰত লাইভ

28/10/2023

বহুদিনৰ মূৰত লাইভ

09/10/2023

ইজৰাইলৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে কিছু তথ্য।

09/09/2023

এখনও গ্রামের বাড়িতে কি এমন দৃশ্য দেখা যায়...???

25/08/2023

বন্ধুত্ব!

12/08/2023

Assam Eviction | অসমত উচ্ছেদৰ নামত সংখ্যালঘুক হাৰাশাস্তি। BTR ত উচ্ছেদৰ জাননীক লৈ আতংকময় পৰিস্থিতি।

06/08/2023

ধৰ্মান্ধৰ কবলত ভাৰত। Jaipur Mumbai Train Firing: Chetan Singh | মঙ্গলদৈৰ স্কুলত বজৰং দলৰ মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ। Weapons training camp at Mangaldai school.
YOUTUBE LINK : https://youtu.be/8XSgEUt36iI

👉 বিঃদ্ৰঃ :- আমাৰ ভিডিঅ সমূহ একেদৰে আপলোড কৰি থাকিবলৈ আৰ্থিক অনুদানৰ আবশ্যক গতিকে যদি আপোনালোকে আমাক সহায় কৰিব বিচাৰে তেতিয়া হলে তলত দিয়া UPI নম্বৰত সহায় কৰক। আপোনাৰ সহায়ে আমাক প্ৰেৰণা যোগায়।
🔴 UPI Number: +917099202308

03/08/2023

প্ৰিয় বন্ধু সকল ইতিমধ্যে মোৰ YouTube channel ত জয়পুৰ-মুম্বাই এক্সপ্ৰেছত ঘটা সাম্প্ৰদায়িক গুলি চালনাৰ ঘটনা আৰু মঙ্গলদৈ জিলাৰ স্কুলত বজৰং দলৰ মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ পতাক লৈ ভিডিঅ' আপলোড কৰা হৈছে। যিয়ে যিয়ে চাব বিচাৰে তেওঁলোকে OJANA TOITHO নামৰ চেনেল টোত চাব পাৰিব।
বিঃদ্ৰঃ YouTube কতৃপক্ষৰ Comunity Guidelines ৰ বাবে ভিডিঅ' লিংক Share কৰিব নোৱাৰিলোঁ।
YouTube channel Name: OJANA TOITHO

31/07/2023

🔴 এবিএমছুৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহামেদৰ হত্যাকাণ্ডৰ ন্যায় কেতিয়া হ'ব?
🔴 When will justice be done to the murder of ABMSU President Lafiqul Islam Ahmed?

30/07/2023

Vule Vule Jibon Shesh |Sad Song | Asif Akbar | Cover Song | Covered By Nabiul | ভুলে ভুলে জীবন শেষ।
শুধু মাত্র আপনাদেরকে বিনোদন দেওয়ার জন্য Just একটু try করলাম।

29/07/2023

মুখ্য মন্ত্ৰীয়ে সকলো সময়তে আনক উপদেশ দিয়ে যে কোনো আৰক্ষী বিষয়াই কোনো ধৰণৰ সামাজিক কামত গৈ ভাষণ দিব নোৱাৰিব, গামোচা পিন্ধিব নোৱাৰিব, সামাজিক মাধ্যমত সক্ৰিয় থাকিব নোৱাৰিব, সংবাদ মাধ্যমত মন্তব্য দিব নোৱাৰিব ইত্যাদি ইত্যাদি। আচলতে ইয়াৰ পৰা প্ৰমাণ পোৱা যায় মুখ্য মন্ত্ৰী জন চকু চৰহা। কাৰণ মুখ্য মন্ত্ৰীয়ে নিবিচাৰে যে অসমত তেওঁৰ বাহিৰে আন কাৰোবাৰ চৰ্চা হওঁক বা তেওঁতকৈ আন কোনোবাই জনপ্ৰিয় হওঁক। দৰাচলতে যিটো সময়ত মুখ্য মন্ত্ৰীয়ে নিজে সংবাদ মাধ্যমৰ পৰা আতৰি থাকিব লাগে, দলীয় সভাত ৰাজনৈতিক ভাষণ কমকৈ দিব লাগে, সংবাদ মাধ্যমত অলাগতীয়াল কথা বতৰাৰ পৰা বিৰত থাকিব লাগে। কিন্তু আমাৰ মুখ্য মন্ত্ৰী জনে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অলাগতীয়াল কথা বতৰা পাতি নিজৰ মহামূল্যবান সময় নষ্ট কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি ভাল পায়। মুখ্য মন্ত্ৰীৰ কিছুমান অদ্ভুত কৰ্মকাণ্ডয় নিজৰ লগতে নিজৰ আসন খনৰ গৰিমা নষ্ট কৰিবলৈ লৈছে। মুখ্য মন্ত্ৰী জনে সদায় সহজ, ভদ্ৰ আৰু মৰমিয়াল স্বভাৱৰ হৱ লাগে। বৰ্তমান ৰাজ্যখনৰ পৰিচালক তেওঁ। তেখেতে সকলোৰে লগত মিলা প্ৰীতি থাকিব লাগিলে সি যি দলৰে নহওঁক।
আনহাতে প্ৰশাসনিক বিষয়া বিলাক জন সাধাৰণ লগত সদায় ভাল সম্পৰ্ক ৰাখিব লাগে। তেওঁলোকৰ নিজৰ চৰিত্ৰ সুন্দৰ ৰাখিব লাগে লগতে জন সাধাৰণ বিভিন্ন ধৰণৰ গঠন মুলক পৰামৰ্শ দিব লাগে। যাতে জনসাধাৰণে কু কৰ্ম পৰা বিৰত থাকে। প্ৰশাসনিক বিষয়া সকলে সদায় জনসাধাৰণৰ মাজত বিভিন্ন বিষয়ত সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব লাগে। লাগিলে সি সামাজিক মাধ্যমৰ জৰিয়তে এই ধৰণৰ কাম লাগে।

25/07/2023

মোৰ পেইজটো Delete হৈ যাব পাৰে পাৰে তাৰ বাবে Important Update.

23/07/2023

New Update

20/07/2023

মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে কিছু কথা

09/07/2023

বজৰং দলৰ নামত গুণ্ডাগিৰী আৰু কিমান দিন চলিব? বঙাইগাঁও চহৰত হিন্দু- মুছলমানৰ সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা চলাই আছে কিছুমান দুষ্ট চক্ৰই। বিশাল হিন্দু কিং আৰু বিকাশ সিং নামৰ এই দুজন ব্য়ক্তিয়ে কৰি আছে চক্ৰান্ত।

🔴 YouTube Link : https://youtu.be/QfWMDkqdSaA

02/07/2023

পৃথিৱীৰ মায়াত আবদ্ধ!


PC : Habib Khan

23/06/2023

Greenland is the largest island in the world | OJANA TOITHO | বিশ্বৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড

অজানা তথ্য ছাবস্ক্রাইব কৰি নোটিফিকেশন অন কৰি দিয়ক : https://www.youtube.com/channel/UCbsYLQdLEnuSy8xf6Rnk2Sg

👉 বিঃদ্ৰঃ :- আমাৰ ভিডিঅ সমূহ একেদৰে আপলোড কৰি থাকিবলৈ আৰ্থিক অনুদানৰ আবশ্যক গতিকে যদি আপোনালোকে আমাক সহায় কৰিব বিচাৰে তেতিয়া হলে তলত দিয়া UPI নম্বৰত সহায় কৰক। আপোনাৰ সহায়ে আমাক প্ৰেৰণা যোগায়।
🔴 UPI Number: +917099202308

21/06/2023

🔴 Violence in Manipur | মণিপুৰৰ হিংসা | মণিপুৰৰ সাম্প্ৰদায়িক সংৰ্ঘষৰ A TO Z |

আপোনালোকে জানেনে যোৱা প্ৰায় এটা মাহ ধৰি মণিপুৰত দুটা সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক সংৰ্ঘষ চলি আছে। মণিপুৰত মুখ্য় তিনিটা সম্প্ৰদায় আছে মেতেই, নগা আৰু কুকি। মেতেই সম্প্ৰদায় জনসংখ্যাত বেছি। তেওঁলোক বেছি ভাগেই হিন্দু ধৰ্মৰ লোক। আনহাতে নগা আৰু কুকি সকল জনসংখ্য়াত কম আৰু তেওঁলোক বেছিভাগেই খ্ৰিষ্টান ধৰ্মৰ লোক।
🔴 Youtube Link : https://youtu.be/jRygn5Hixj0
👉বিঃদ্ৰঃ :- আমাৰ ভিডিঅ সমূহ একেদৰে আপলোড কৰি থাকিবলৈ আৰ্থিক অনুদানৰ আবশ্যক গতিকে যদি আপোনালোকে আমাক সহায় কৰিব বিচাৰে তেতিয়া হলে তলত দিয়া UPI নম্বৰত সহায় কৰক। আপোনাৰ সহায়ে আমাক প্ৰেৰণা যোগায়।
👉 UPI Number: +917099202308

19/06/2023

Coming soon 😍
ভিডিঅ'টো চাবলৈ পেইজটো follow কৰক লগতে YouTube Channel টো Subscribe কৰক।
Thank you

19/06/2023

দৃশ্যটো চিৰাং জিলাৰ অন্তৰ্গত আমগুৰী অঞ্চলৰ। বিপদ সংকুল পৰিবেশত আমগুৰী HS স্কুললৈ অহা -যোৱা কৰা ছাত্র ছাত্ৰী সকলৰ দৃশ্য। উন্নয়ন অকল নগৰ চহৰত কৰিলে নহ'ব গাঁৱতো কৰিব লাগিব। হিতাধীকাৰীৰ ৰাজনীতি বাদ দি ৰাজহুৱা আঁচনি গ্ৰহণ কৰক তেতিয়া হে প্ৰকৃত উন্নয়ন হ'ব।

16/06/2023

চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা আচলতে কিমান গ্ৰহণ যোগ্য?

16/06/2023

Somali Pirates | ছোমালিয়াৰ জলদুস্য।

নব্বৈৰ দশকৰ আৰম্ভণিতে ছোমালিয়াৰ সামৰিক একনায়কত্ববাদী মহম্মদ ছাইদ বাৰীৰ পতনৰ পিছত সমগ্ৰ দেশতে ভয়ংকৰ গৃহযুদ্ধ আৰম্ভ হয়। ব্যৰ্থ ৰাষ্ট্ৰ হোৱাৰ ফলত পৰৱৰ্তী দশকবোৰত ছোমালিয়াৰ উপকূলত আধুনিক পাইৰেচিৰ জন্ম হয়।
ছোমালিয়াৰ উপকূলীয় অঞ্চলত পাইৰেচিয়ে বিশ্বৰ বাণিজ্য আৰু নিৰাপত্তাৰ প্ৰতি এক বৃহৎ ভাবুকি কঢ়িয়াই আনিছে। ৰাষ্ট্ৰসংঘ, ইউৰোপীয় সংঘ আৰু নাটোৰ হস্তক্ষেপৰ পিছতো ছোমালিয়াত পাইৰেচি বন্ধ হোৱা নাই।

Youtube Video Link : https://youtu.be/N2KQvn_JMkU

16/06/2023

কেৱল পইছা পিছত
দৌৰিলেই মহান ব্যক্তি হৈ নাযায়,
মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপােন
দেখিব লাগিব।

15/06/2023

কাৰেন্টৰ উৎপাতত সহিব নোৱাৰা হৈছোঁ।

12/06/2023

BOYA M1 UNBOXING
ভিডিঅ বনোৱাৰ কাৰণে মাইক্ৰফোন ললো।

#

09/06/2023

মোৰ ভাল লগা এটি কোচ ৰাজবংশী গীত আপোনালোকলৈ আগবঢ়ালো

02/06/2023

🔴 কৃত্ৰিম বৰষুণ কেনেকৈ সৃষ্টি কৰা হয়?
🔴 What Is Artificial Rain?
🔴 What is Cloud seeding?

26/05/2023

Photos from ABMSU Official's post 13/05/2022

শুভেচ্ছা বাৰ্তা
বাসুগাওঁ আঞ্চলিক ABMSU সমিতিৰ অন্তৰ্গত মোজাবাৰী গাঁৱৰ তিনিজন যুৱক ক্ৰমে #জাহিদুল_হক #ইমৰান_মিঞা আৰু #ছানোৱাৰ_হুছেইন_দেওয়ানে শেহতীয়াকৈ প্ৰকাশ পোৱা অসম আৰক্ষীৰ AB.UB আৰু APRO যি Result ঘোষনা কৰিছে সেই‌ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মোজাবাৰী গাঁৱখনৰ লগতে বাসুগাওঁ অঞ্চললৈ শুনাম কঢ়িয়াই আনে। সেয়ে আজি এবিএমছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আজিবৰ ৰহমান মহোদয়ৰ উপস্থিতিত বাসুগাওঁ আঞ্চলিক সমিতি এবিএমছুৰ তৰফৰ পৰা তিনিও জনকে অভিনন্দন যাচিছো। লগতে তিনিও জনকে আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

Want your public figure to be the top-listed Public Figure in Bongaigaon?
Click here to claim your Sponsored Listing.

Videos (show all)

বাংলাদেশেৰ অভিনেতা শাকিব_খান খাগ্ৰাবাড়িত হবলগীয়া #মিউজিকেল_নাইটৰ  উপস্থিত নোহোৱাৰ ফলত এই ঘটনা সংঘটিত হয়।
বহুদিনৰ মূৰত লাইভ
বহুদিনৰ মূৰত লাইভ
ইজৰাইলৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে কিছু তথ্য।#Israel #Palestine #Gaza #Hamas
Assam Eviction | অসমত উচ্ছেদৰ নামত সংখ্যালঘুক হাৰাশাস্তি। BTR ত উচ্ছেদৰ জাননীক লৈ আতংকময় পৰিস্থিতি।
Jaipur Mumbai Train Firing: Chetan Singh | মঙ্গলদৈৰ স্কুলত বজৰং দলৰ মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ।
শ্বহীদ লাফিকুল ইছলাম আহামেদৰ ন্যায় কেতিয়া হ'ব?
Vule Vule Jibon Shesh |Sad Song | Asif Akbar | Cover Song | Covered By Nabiul | ভুলে ভুলে জীবন শেষ
মোৰ পেইজটো Delete হৈ যাব পাৰে পাৰে তাৰ বাবে Important Update.
New Update
মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে কিছু কথা
Mor Sojoni 😍😍❤

Category

Telephone

Address

Basugaon
Bongaigaon
783372

Other Public Figures in Bongaigaon (show all)
Síñglé Bøy Áttítúde Stútús Síñglé Bøy Áttítúde Stútús
Salbari
Bongaigaon, 783380

Status

mixed up house mixed up house
Assam Chirang District Chirang
Bongaigaon, 783380

i love God

NH STUDiO NH STUDiO
Bongaigaon

www.fecbook

ᴋʜᴀɴɪɴ࿐oғғιcιal ᴋʜᴀɴɪɴ࿐oғғιcιal
Bongaigaon, 783384

public figure

Robi bro Robi bro
Bongaigaon

Welcome to my profile

Rex Master IND Rex Master IND
Bagidwara No 1
Bongaigaon, 783391

mixer

Yogi memes Yogi memes
Chirang
Bongaigaon

এই page টোত বিভিন্ন ধৰণৰ video upload কৰা হব

Elias Ansari Assam Elias Ansari Assam
Chalantapara
Bongaigaon, 783388

social media and writer's

Muzafor Ali Axom Muzafor Ali Axom
Bongaigaon, 783380

Social worker & video creator of any type.

Amar moner manush Amar moner manush
Bongaigaon

🚫🚫🚫🚫🚫🚫🇮🇳1️⃣2️⃣3️⃣4️⃣⏯️⏯️⏯️⏯️🆘🆘🅱️🆎🛑🛑🛑🆘㊗️

মাটির মানুষ & matir manush মাটির মানুষ & matir manush
Bongaigaon, 783382

Islamic video post entered the page life with a lot of hope support me all friends

Ayub Live Ayub Live
Ghilaguri
Bongaigaon, 783372

Health is life