Digital Diaries
নিৰপেক্ষ বাতৰি সাধাৰণ ৰাইজৰ স্বাৰ্থত
চিন্তা নকৰিবলগীয়া চিন্তা 🤔
আপোনাৰ মৃত্যুৰ পিছত কি কি হ'ব ?👇
১. কেই ঘণ্টামানৰ ভিতৰত কন্দা কটা বন্ধ হ'ব।
২. এফালে আপোনাৰ চিতা জ্বলি থাকিব, আনফালে আপোনাক শেষ বিদায় জনাবলৈ অহা সকলে ফোন যোগে কাৰোবাৰ লগত কথা পতাত ব্যস্ত হ'ব। কোনোবাই Facebook, WhatsApp চলাই থাকিব। কোনোবাই আকৌ নিজৰ ব্যৱসায়, ৰাজনীতি আদিৰ কথা পাতি থাকিব।
৩. ঘৰৰ মানুহ খিনি ৰাইজৰ শুশ্ৰুষাত লাগি যাব।
৪. কোনোবাই অলপ চাহ বিচাৰিব।
৫. কোনোবা দূৰণিৰ আত্মীয়ই আপোনাৰ ল'ৰা/ ছোৱালীক ফোন কৰি ক'ব বহুত প্ৰয়োজনীয় কাম থকাৰ বাবে আহিব নোৱাৰিলে।
৬. ভিৰ লাহে লাহে কমি আহিব।
৭. কেইটামান দিন আপোনাৰ ম'বাইলত ফোন কৰিব, যি সকলে আপোনাৰ মৃত্যুৰ খবৰ টো পোৱা নাই।
৮. আপোনাৰ অফিচত আপোনাৰ পৰিবৰ্তে তৎক্ষণাৎ বেলেগ এজন মানুহ বিচাৰিব।
৯. যেতিয়া সকলোৱে গম পাব আপোনাৰ মৃত্যু হোৱা বুলি, আপোনাৰ ফেচবুকৰ অন্তিমটো পষ্ট টো অনেকে বিচাৰিব।
১০. সকাম সমাপ্ত কৰি আপোনাৰ ল'ৰা ছোৱালী নিজ নিজ কৰ্তব্য ক্ষেত্ৰত (পঢ়া-শুনা বা চাকৰি) স্থানত গুচি যাব।
১১. আৰু কেইটামান দিন পিছতেই আপোনাৰ জীৱন সংগীয়ে কোনো কমেডি ধাৰাবাহিক চাই হাঁহি ফূ্ৰ্তি কৰি থাকিব। সকলোৰে জীৱন আকৌ স্বাভাৱিক ভাৱে চলি থাকিব।
১২. এইটো ঠিক যে, প্ৰথম মৃত্যু বাৰ্ষিকীত বহুত আয়োজন হ'ব। দেখ দেখকৈ দিন বাগৰাৰ লগে লগে আপোনাৰ বিষয়ে কথা পাতিবলৈ, আলোচনা কৰিবলৈ কোনো নাথাকিব। আপুনি পাহৰণিৰ গৰ্ভত সোমাই যাব। আনকি নিজৰ নিকট সম্পৰ্কীয়ৰ মাজতো। সকলোৱে আপোনাক পাহৰিবলৈ প্ৰতিযোগিতা কৰিব।
আপুনি কি কাৰণত ইমান কৈ পগলাৰ দৰে দৌৰি আছে ?
কিহৰ ইমান চিন্তা, দিনে ৰাতিয়ে ?
এই বিলাক কৰিবলৈকে কি আপুনি এই পৃথিৱীত আহিছিল নেকি ?
আপোনাৰ জীৱনৰ কি এইটোৱেই লক্ষ্য নেকি ?
আপুনি কি আপোনাৰ পৰিয়ালৰ, বন্ধু সকলৰ, আত্মীয় সকলৰ সুখৰ বাবেই জন্ম হৈছে নেকি?
বিশ্বাস কৰক কাৰো কাৰণে, কোনোদিনে একো ৰৈ নাথাকে। একো নাই । আপুনি নাথাকিলেও সকলো স্বাভাৱিক ভাৱে চলি থাকিব। কোনোৱেও মনত নাৰাখে। জীৱন এবাৰেই পাব।
যিমান পাৰে ফুৰ্তি কৰক, উপভোগ কৰক।
এয়াই জীৱন কোনো কাৰো বাবে নহয় জীৱনতো মাথো নিজে নিজৰ বাবে !!! ( সংগৃহীত)
তপন গগৈৰ ভালপোৱা ছোৱালীজনীৰ নাম যোৰহাট
আপোনাৰ বহুমূলীয়া মতামত দিয়ক৷
কংগ্ৰেছৰ পৰা পদত্যাগ ৰাণী নৰহৰ 😭😭😭
কাজিৰঙা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবনেকি দিলোৱাৰা চৌধুৰীয়ে? -বিশেষ সূত্ৰৰ খবৰ
উপায় নাই।
চিৰাঙৰ কোনে কোনে পালে পুৰষ্কাৰ?
৫০ টা উপহাৰৰ শোণিতপুৰৰ কুপন ল'বলৈ যোগাযোগ কৰক- 9957970785
১ এপ্ৰিলৰ পৰা জীৱন দায়িনী ঔষধৰ দাম বৃদ্ধি। একেলগে বৃদ্ধি পাব ৮০০ বিধ ঔষধৰ দাম।
Original
আহ কি সুন্দর চিন্তা ভাবনা😍🥰🥰
১ম চেহৰী মোবাৰক!
এই গুণ্ডা সদৃশ চিকিৎসকৰ বিৰুদ্ধে হাম হস্পিটেল কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয়
আপোনি এবাৰ চাব পাৰে,কাৰন ভাগ্যৰ কতা কোনেও কব নোৱাৰে কেতিয়া আপোনাৰ ভাল দিন আহিব ।
Contact : 9678602351,7086621129
#প্ৰাথমিক_বিদ্যালয়ৰ_শিক্ষকসকলক_মই #ভগৱানৰ_শাৰীত_ৰাখোঁ।"... জীৱনত প্ৰথমবাৰৰ বাবে ওপৰৱালাৰ মুখত এনে এটা বাক্য শুনিলোঁ। বৰ উৎসাহিত হ'লোঁ।
অসমৰ জাতীয় ফল "কাজিনেমু" হিচাপে স্বীকৃতি দিয়া হৈছে!
♥️💯
আৰে এইটো কি?!এইটো শিক্ষাৰ নমুনা!😳😂
বাজেট কেনেকুৱা পালে?
তন্ত্ৰ-মন্ত্ৰৰে চিকিৎসা কৰাসকলক দিয়া হ'ব কঠোৰ শাস্তি, জন্মগত ৰোগীক তন্ত্ৰ-মন্ত্ৰৰে কৰিব নোৱাৰিব চিকিৎসা, কঠোৰ নিৰ্দেশ অসম চৰকাৰৰ,
জয়নগৰ মাদ্ৰাছাত চুৰি কাণ্ড চোৰজন বন্দী হল CCTV - ৰ কেমেৰাত । Exclusive দৃশ্য ।
ডবকা_থিয়েটাৰ
টঙ্গীর বিশ্ব ইজতেমা ২০২৪ || ইজতেমা নিয়ে যা বললেন || মিজানুর রহমান আজহারী
বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা, দেশৰ উন্নয়নৰ ধ্বজাবাহক, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী প্ৰকৃত হিতচিন্তক মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমলৈ আদৰণি জনাইছোঁ 🙏🏻
असम की पावन धरती पर आदरणीय प्रधान मंत्री श्री Narendra Modi जी का हार्दिक स्वागत 🙏🏻
▶️৬ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব গোৱাৰ নৱনিৰ্মিত NITখন।
Q.বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্কৰ জন্ম কোনখন দেশত?উত্তৰটো আপুনি জানেনে?!
❤️UK
👍South Africa
😲Australia
🔥Canada
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the business
Telephone
Website
Address
Dispur
Champions of Truth & Justice!Fearless journalism,Sparking change,Unmasking corrupts,Voicing silenced!
5TH FLOOR PURVODAY BHAWAN CHRISTIANBASTI DISPUR
Dispur, 781005
senior journalist
Dispur, 781005
নিৰ্ভীক নিৰপেক্ষ আৰু বিশ্বস্ত খবৰৰ বাবে চাই থাকক সদায় আপোনাৰ একমাত্ৰ প্ৰিয় চেনেল News365×24 অসম ।
Dispur, 781006
Discover: Cultural, Place, History, People, Festival, Tourism, Daily Snippets & stories about North
Dispur, 781036
এই পেজটোত অসমৰ সকলো News, Information, Travelling and Entertainment ৰ প্রতিটো খবৰৰ ভিডিও পাবৰ বাবে আজিয়েই লাইক আৰু follow কৰক।