Pragjyotishpur Live
Pragjyotishpur Live is a state wise news portal which provides every information people miss out in
অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষা কৰি ঘৰে ঘৰে বিহু মাৰিলে বঙাইগাঁৱৰ ডেকা গাভৰুৱে
বঙাইগাঁৱ জিলাৰ বিদ্যাপুৰ ৰাজবাৰীস্থিত বিদ্যাপুৰ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত ৫৯ সংখ্যক ৰঙালী বিহুৰ পতাকা উত্তোলন
বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি নিপন বৰুৱা
বন্তি প্ৰজ্বোলন কৰে উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি তনুৰাম বৰ্মনে
বিগত বছৰৰ দৰে এইবেলিও নৱ যুৱক সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত আৰু উত্তৰ হেকইপাৰা ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত হেঁপাহৰ ৰঙালী বিহুটি ১বহাগ,১৫ আৰু ১৬ বহাগ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব
আজি ১ বহাগৰ কাৰ্যসূচী হিছাপে জেষ্ঠ সকলক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কাৰ্যসূচীটিত ঘৰে ঘৰে গৈ জ্যেষ্ঠ সকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে
উদযাপন সমিতিয়ে জানিব দিছে যে অহা ১৫ আৰু ১৬ বহাগ দুদিনে সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী ৰাখিছে
১৬ বহাগ ২৯ এপ্ৰিল তাৰিখে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাবে থাকিব গুৱাহাটীৰ পৰা আমন্ত্ৰিত নিহাৰিকা হাজৰিকা আৰু প্ৰাঞ্জু পৰাণৰ গীতৰ শৰাই । সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি উদযাপন সমিতিয়ে কামনা কৰিছে
নাকেৰে বিহুৰ পেপাঁ আৰু বাহীঁ বজাই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাঁ জ্ঞাপন এগৰাকী বিহুৱানৰ
তেখেতৰ নাম চিৰাং জিলাৰ হেমেন সূত্ৰধৰ
শক্তি আশ্ৰম ময়নাগুৰীত চড়ক পূজা আৰু মেলা সম্পূৰ্ণ
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তি আশ্ৰম ময়নাগুৰী গাঁৱত আজি চড়ক পূজা সম্পন্ন হয়।
উক্ত চড়ক পূজাত বিভিন্ন সম্প্ৰদায়ৰ লোকৰ সমাগম হয়। মেলা থলীত উপস্থিত থাকি অল বিটিআৰ বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ শক্তি আশ্ৰম আঞ্চলিক সমিতিৰ সভাপতি খোকণ দেবনাথে চড়ক পূজা নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।
ৰঙালী বিহুৰ শুভেচ্ছাৰে বঙাইগাঁৱৰ চম্পক অটোমবাইলচৰ ধামাকা অফাৰ ৷
বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ।
ঈদৰ দিনাই সমষ্টিটোত কেইবাখনো সভাত প্ৰচাৰ চলাব বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে ।
পূৱাৰ ভাগত বৰপথাৰ অঞ্চলত অনুষ্ঠিত কৰা সভাত প্ৰচাৰ চলাই বিজেপি মিত্ৰজোঁটক বিপুল ভোটত জয়যুক্ত কৰোৱাবলৈ অনুৰোধ জনায় ৰাইজক ।
জনসাধাৰণক পূৰ্বৰ পৰাই কংগ্ৰেছ দলে টকাৰে ভোট কিনি নিৰ্বাচন জিকি আহিছিল।
আৰু সেই পৰম্পৰা ৰক্ষা কৰিয়ে আছে, টকা উদ্ধাৰ হোৱা ঘটনাই পুনৰ প্ৰমান কৰিলে ।
ফণীভূষণ চৌধুৰীৰ বয়স হৈছে কিন্তু মনোৰঞ্জন তালুকদাৰ এতিয়াও শিশু (বাচ্চা) বুলি অনুভব কৰে ।
মই ৩৮ বছৰৰ বিধায়ক সংসদীয় অভিজ্ঞাৰ ক্ষেত্ৰত তুলনাই নহয় । আহক মোৰ ওচৰত মোৰ লগত থাকক তেতিয়া জানিব কোন বুঢ়া কোন ডেকা বুলি সমালোচনা কৰে ।
বেলতলাস্হিত বনগাঁও খেলপথাৰত নৱ সূৰুয ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শ সমিতি, ছাত্ৰ আৰু যুৱ-কল্যাণ, অসম চৰকাৰৰ সহযোগত সদৌ অসম ভিত্তিত ৰহেদৈ বিহুৱতী প্ৰতিযোগিতা ২০২৪ অনুষ্ঠিত হৈ যায়
সন্ধিয়ালৈ অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত ৰহেদৈ বিহুৱতী বিজয়ীক ৫০,০০০ হাজাৰ টকা আৰু শ্ৰেষ্ঠা বিহুৱতী বিজয়ীক ২৫,০০০ টকাৰ লগতে অন্যান্য আকৰ্ষণীয় উপহাৰ প্ৰদান কৰে আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে অনুষ্ঠানৰ সামৰণী হয়
ফকিৰাগ্ৰাম জামে মছজিদত কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী
কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম চহৰত থকা জামে মছজিদত ইফতাৰ মেহফিলত ভাগ লয় কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে।
তেওঁ ইফতাৰ মেহফিলত ভাগ লৈ কয় যে ঈদে ইছলাম ধৰ্মী আৰু আন আন ধৰ্মীয় লোকসকললৈ শুভ বাৰ্তা কঢ়িয়াই আনক তাকে কামনা কৰিছো।
তিলকগাঁও,চিকিবিকি, ঢোলমাৰা আৰু আই ভাণ্ডাৰাণী আঞ্চলিকৰ উদ্যোগত আৰু বিলাসপুৰ আঞ্চলিকৰ সহযোগত বিষুৱা উদযাপনৰ লাঁইখুটা স্থাপন কৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হিতেশ বৰ্মনে
অহা অহা ৭ আৰু ৮ বহাগ (২০ আৰু ২১ এপ্ৰিল,২০২৪ইং)তাৰিখে দুদিনীয়া কাৰ্যসুচীৰে বিলাসপূৰ হাইস্কুল খেল পথাৰত অনুষ্ঠিত হব বিষুৱা উৎসৱ
মধ্য বাক্সা জিলাৰ জলাগুৰিস্হীত চাপাগুৰি আঞ্চলিক বাথৌ মন্দিৰ প্ৰাঙ্গণত সদৌ অসম মন্দিৰ সুৰক্ষা, উন্নয়ন সমিতি আৰু বৃহত্তৰ চাপাগুৰি স্থানীয় ৰাইজৰ উদ্যোগত বাথৌ মন্দিৰ উন্নয়নৰ সন্দৰ্ভত ৰাজহুৱা সভা অনুষ্ঠিত
সভাত বিশিষ্ট অতিথি হিচাপে বিজেপিৰ গুৱাহাটি মহানগৰ জিলা সমিতিৰ কাৰ্যকৰ্তা বিদ্যুৎ বৰুৱা
লগতে সদৌ অসম মন্দিৰ সুৰক্ষা, উন্নয়ন সমিতিৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।
বাথৌ মন্দিৰ উন্নয়ন আৰু বড়ো জনজাতিৰ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি বিদ্যুৎত বৰুৱাই ৰাইজক অৱগত কৰে
বঙাইগাঁৱত চিলাৰায় উন্নয়ন মঞ্চ আৰু কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাৰ যৌথ সংবাদমেল
সংবাদমেলত সদৰি কৰা অনুসৰি কাইলৈৰ পৰা "এক জাতি এক ভোট" শ্লোগানেৰে ৰাইজৰ মাজত সোমাই পৰিব চিলাৰায় উন্নয়ন মঞ্চ আৰু কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাই ৷
বিগত দিনত কোচ- ৰাজবংশী জনগোষ্ঠীক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনজাতিকৰনৰ নামত কৰি অহা প্ৰতাৰণাৰ বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে এই কাৰ্যসচী গ্ৰহণ কৰিছে ৷
সংবাদমেলত মন্ত্ৰী ৰণোজ পেগু আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে
মুম্বাইৰ পৰা এলেক্স আহিল এদিনীয়া নৃত্য কৰ্মশালা ৰ বাবে Greater Bongaigao Morden Dance Teacher Association
ন ৰূপ ন সাজেৰে আপোনালোকৰ মঞ্চত
বিহু প্ৰদৰ্শন কৰিবলৈ সাজু বৰদৈচিলা আঞ্চলিক বিহুৱা দল #বিহু
বঙাইগাঁৱত ড্ৰাগছৰ সৰবৰাহ অব্যাহত
বঙাইগাঁও সদৰৰ বৰফ মিলৰ সমীপত আৰক্ষীৰ অভিযান
ড্ৰাগছসহ দীপক মণ্ডল নামৰ যুৱক এজনক আটক
জব্দ সাতটা ড্ৰাগছ ভৰ্তি কনটেইনাৰ আৰু চিৰিঞ্জ উদ্ধাৰ, জব্দ চাৰি হাজাৰ টকা
AS-19Q-8163 নম্বৰৰ স্কুটীৰে সৰবৰাহ কৰিছিল ড্ৰাগছখিনি
অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে দীপক মণ্ডলক
ঈদ আৰু ৰঙালী বিহু শুভেচ্ছাৰে পেছিফিক হোণ্ডা শ্বৰুমৰ ধামকা অফাৰ --
হোণ্ডা যিকোনো দুচকীয়া বাহন ক্ৰয় কৰিলে লাভ কৰিব ৮৯৯৯ টকাৰ স্মাৰ্ট ঘড়ী
লগতে লাভ কৰক ২হাজাৰ টকা কেছবেক আনফালে ১০ বছৰ লৈ ইঞ্জিন ৱাৰেন্তিৰ সুবিধা
ও লগতে আছে দুটাকৈ হেলমেট ফ্ৰী নূন্যতম
ডাউনপেনমেন্ট মাত্ৰ ৭৯৯৯ টকাত ক্ৰয় কৰি লাভ কৰক অতি আকৰ্ষণীয় অফাৰ
আপোনাৰ পুৰণা দুচকিয়া বাহন জমা কৰি বা সাল -সলনি কৰি নতুন বাহন ক্ৰয় কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব তেন্তে পলম কিহৰ আহক এতিয়াই বঙাইগাঁও পেচিফিক হোণ্ডা শ্বৰুমৰ সৈতে যোগাযোগ কৰি এই সুবিধা গ্ৰহণ কৰোঁ আমাৰ ঠিকনা বঙাইগাঁও চাপাগুৰি ৰোড নিচেই সমীপত ফোন নম্বৰ 8724943446 নতুবা 8402958232
ধন্যবাদ
কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম মহাবিদ্যালয়ত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ আঞ্চলিক ব্যবসায়িক কাৰ্যালয়
বঙাইগাঁও অনুসুচিত জাতি আৰু অনুসুচিত জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ উদ্যোগত ফকিৰাগ্ৰাম
মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰুপন কোষ, ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউন্সেলিং কোষ
আৰু ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগত এছ বি আইত কেৰিয়াৰৰ সম্ভাৱনা সজাগতা প্ৰচাৰ কাৰ্যসূচী সম্পন্ন হয়।
মই স্থানীয় লৰা ! মিত্ৰজোটঁৰ প্ৰাৰ্থী হিচাপে ৰাইজৰ যি ধৰণে সহাৰি পাইছোঁ এইবাৰ মই জিকিম ৷
ৰকিবুল আৰু আজমল দুয়ো নগাৱঁবাসী
এজন মন্ত্ৰী আন এজন সাংসদ হৈ থকা সময়চোৱাত দুয়োজনে সংখ্যালঘু ৰাইজৰ বাবে কি কৰিছিল ?
বদৰুদ্দিন আজমলক ভোট নিদিয়ে বুলি ধুবুৰীৰ ৰাইজে এমাহ আগতে সিদ্ধান্ত লৈছে ৷
আজমলৰ বিনাষ কালত তেখেতৰ বুদ্ধি হৈছে ৷
সেইবাবেই তেখেত যি তি বকি আছে ৷
৷
যেতিয়া ক্ষমতাৰ পতন ঘটে তেতিয়াই মানুহ যি তি বকি থাকে ৷
নিজকে বুঢ়া বাঘ দাবী কৰা আজমলক উভতি ধৰি কয় বুঢ়া মানুহৰ শেষ পৰ্যায়।
ফুলবাৰী দলং আজমলে কৰা নাই আমি কৰিছোঁ আমাৰ চৰকাৰে কৰিছে ।
আজমলৰ বিৰুদ্ধে এটাৰ পিছত আন এটা বিস্ফোৰক মন্ত্ৰী মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ ।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the business
Address
Gauhati
783380
Gauhati
Hi frnds,I m Hashidur Islam Hashi,now u finds all types of such categories videos, plz flw my page.
Rukminigaon Balika Vidyalay Path. , Rukminigaon. Dispur, Guwahati/22
Gauhati, 781022
NV live is a News Portal and it is the Voice of Common people .The platform of NV live
Guwahati Goalpara Road, Guwahati
Gauhati, 781122
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ...
#127, Hatigaon
Gauhati, 781038
নিৰপেক্ষ বাতৰি, দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল আপোনাৰ প্ৰিয় ৱেব পৰ্টেল 'আধুনিক অসম ডিজিটেল'
HOUSE NO. 1 KRIPASINDHU PATH
Gauhati, 781001
অসমৰ বিভিন্ন প্ৰান্তৰ দৈনিক বাতৰি চাবৰ বাবে, আজিয়েই Subscribe কৰক First News Assam.
Bhangagarh, 7th Floor, Plaza Inn, Guwahati/5
Gauhati, 781005
তথ্যনিষ্ঠ বাতৰিৰে আমি লৈ আহিছোঁ।আমি মানুহৰ বাবে, মানুহৰ স্বাৰ্থত কাম কৰিবলৈ আমি প্ৰতিজ্ঞাৱদ্ধ।
Gauhati, 781022
https://jonomdigital.xyz https://artists.jonomdigital.xyz
Nilgiri Path, AIDC
Gauhati, 781024
This is the official page of Sangbad LIVE. We are Here to show you the truth you want to wat