Mukut Deka
লোকসংস্কৃতি ---
গৌৰীপুৰত ৰাসৰ আয়োজন--
গৌৰীপুৰ গনেশ আখাৰাৰ ভিৰৰ মাজত--
প্ৰজ্ঞা ফাউণ্ডেচনৰ উদ্যোগত আৰু ভোলানাথ মহাবিদ্যালয় সহযোগত হোৱা প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ গীতৰ কৰ্মশালাত প্ৰশিক্ষক শ্ৰদ্ধাৰ গুৰুদেৱ বাবলু ৰায় চাৰ আৰু বাইদেউৰ লগত
লোকগীতৰ কৰ্মশালা
টিকলু কেইটৰ সৈতে এটা শিশুগীতৰ ভিডিঅ’ৰ শ্বুটিং কৰা হ'ল---
#ভাওনা--
ধুবুৰী জিলাৰ জিনকাটাত অহা ২২ ডিচেম্বৰ তাৰিখে কুৰ্ম অৱতাৰ ভাওনাভাগ কৰিবলৈ আগবঢ়া হৈছে ।
ভাওনা সংস্কৃতিৰ প্ৰশিক্ষক বায়ন মনোজ দত্ত (ধেমাজি) চাৰ
স্থানীয় আৰু আমাৰ শিক্ষক সমাজৰ সহযোগত চুইটমনি অপুৰ্ব দত্ত চাৰে আগবঢ়োৱা অনুষ্ঠানভাগত আপোনালোকৰ উপস্থিতি আৰু সহযোগীতা কামনা কৰা হ'ল ।
কোচ-ৰাজবংশী ফক কালচাৰেল একাডেমীৰ উদ্যোগত হোৱা ৰাজবংশী গীত আৰু গোৱালনী নৃত্য প্ৰথম দিনটোত উপস্থিত থাকি খুব ভাল লাগিল ।
আজি আখৰা কৰা দ্বিতীয়টি গীত ফেচবুকত সাচি ৰাখিলো ।
যোগ দিৱসৰ শুভেচ্ছাৰে---
লোকসংগীতৰ অন্যতম অংশ হল- নিচুকনি গীত । এই নিচুকনি গীত পৰিবেশন কৰিছে আমাৰ বিদ্যালয়ৰ ছাত্ৰী কেইজনীমানে । ছাত্ৰ-ছাত্ৰী সকলে এনে পৰম্পৰাগত গীতবোৰ মাজে মাজে আমাক গাই শুনাই । তাৰেই এইটি অতি প্ৰিয় গীত শুনকচোন---
বিয়াগীতৰ আখৰা,
বিয়াঘৰত বিয়াগীত কমিছে । ভনীহতে শিকক বুলিয়েই এই প্ৰচেষ্টা ।
Click here to claim your Sponsored Listing.