Ashwin Avijit
Hero Of Prithiraj Theatre 2022-23
https://youtu.be/HbNF7QkBYhI
�� visit my youtube channel
Ye ১২ বজাই থৈ যাব বোলে 😂😂😂
দুবছৰৰ আগৰ মোৰ #বিহু নাচৰ এটা video , কেনেকুৱা পালে কমেণ্ট কৰিব 😊🙏
ভাল লাগিল এটা share কৰিব, যাতে নতুন vdo বনাবলে উৎসাহ পাওঁ 😊
#গোপন_বিবাহ নাটকখনৰ এটা দৃশ্য।
কলেজৰ সন্মুখৰ ৰাস্তাত অৰ্জুন, পৰী আৰু ৰোহিত ❤️
I’m only myself when I have a guitar in my hands 😊✌🏻
#সাঁথৰ ✌🏻Something special is coming soon ✨
Something new is coming soon ✨😊
✌🏻✨
Happy Diwali to all my Facebook friends ✨💞
Do visit 👈🏻 Sale, purchase,exchange & finance of pre owned biker and cars✌🏻
‘Opportunities don’t happen, You create them.’
মই মইয়েই । না কোনোবাই সলনি কৰিব পাৰিব, না আনৰ বাবে নিজকে সলনি কৰিম 🤞🏻
Focus on making yourself better,not on thinking that you are better ✌🏻✨
💓
নাটকৰ আৰম্ভনিত✨
বকোত অনুস্থিত হৈ যোৱা নাটক - #গোপন_বিবাহ ৰ গানৰ এটি দৃশ্যৰ ছবি✨💕
আজি আমাৰ নাটক #গোপন_বিবাহ পৰিবেশন কৰা হব বকো ছয় গাওঁৰ আলোকজাৰিত । সকলোঁ বকোবাসীৰ উপস্থিতি আমি শ্ৰদ্বাৰে কামনা কৰিলোঁ🙏💞
দশমী উপলক্ষে🌸
Ki khobor raij ?puja salane?😀
💞
Father 👑 happy born day to you baba🥹❤️tumi Jotei asa vogobane vale rakhok
❤️
সাধাৰণ ঘৰৰ লৰা, অসাধাৰণ সপোন 🙂✌️
কৃষ্ণ🙏🌸
মা❤️
তুমি অবিহনে এটা বছৰ পাৰ কৰিলোঁ বাবা ,তুমি বিহীন প্ৰতিটো পলেই কষ্টকৰ 🥹 যতেই আছা তুমি তাৰপৰাই আশীৰ্বাদ কৰিবা🙏😌 ভগৱানে ভালে ৰাখক তোমাক 🌸
😍
New look 😎
in advance ✌️❤️
Beauty gets the attention
Personality gets the heart ❤️✌️
নমস্কাৰ মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma মহোদয় 🙏
বহুত চেষ্টা কৰি বিফল হোৱাত এনেদৰে লিখিব লগা হৈছে বাবে মই দুঃখিত।
কথা হল মোৰ দেউতা দ্বিপেন বৈশ্যই pwd ৰ W/C section assistant পদত চাকৰি কৰা ২৩ বছৰ হৈছিল। দুৰ্ভাগ্য যে মোৰ দেউতা ২০২২ চনৰ ৩১ আগষ্টত সৰ্গগামি হল। যিহেতু দেউতা আমাৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল সেয়েহে দেউতাৰ অনুপস্থিতিত আমাৰ ঘৰ খনৰ সদস্য ক্ৰমে মা আইতা আৰু মোৰ চলিবলৈ বহুত অসুবিধা হৈছে। দেউতাৰ পেঞ্চনৰ কামটো চান্দমাৰীৰ PWD অফিচৰ মানুহে কৰিবলৈ অমান্তি হৈছে,কৈ আছে যে ৰেগুলাৰ নাছিল, কিন্তু ইমান কষ্ট কৰি ২৩ বছৰ চাকৰি কৰাৰ পিছতো কিয় চৰকাৰ খনে ৰেগুলাৰ কৰিবলৈ সক্ষম হোৱা নাই? আমাৰ কি জীয়াই থকাৰ অধিকাৰ নাই নেকি? যদি আছে আমি কি খাই জীয়াই থাকিম? কি কৰিম? ঘৰখন কেনেকৈ চলিব? মই পঢ়ি আছোঁ লগতে আইতা অসুষীয়া কেনেকৈ চাব মাই আমাৰ ঘৰখন?
সেয়েহে মহোদয়ৰ ওচৰত মোৰ এটাই অনুৰোধ যাতে দেউতাৰ পেঞ্চনৰ কামটো কৰাই দি আমাক উদ্ধাৰ কৰে যেন এই বিপদৰ পৰা🙏 বিশ্বাস আছে বিজেপি চৰকাৰৰ ওপৰত, যাতে এই বিশ্বাস ভংগ নকৰে 😔 PijPijush Hazarikazarika BimBimal Borahrah JayJayanta Mallabaruahllabaruah NarNarendra Modidi
4 years ago ❣️ with
5 years ago 💞
With my beautiful sister
Click here to claim your Sponsored Listing.