ʙᴀʙᴜʟ ɢᴏʀʜ
ᴩᴇʀꜱᴏɴᴀʟ ᴠʟᴏɢ I am a simple boy but i also think high, i am a creative mine charecter boy ,always love my family, and want to become happiness my family
মন চুই গল
টকা দহটাৰ বাবে কান্দি পাইছোঁ, আনে এৰা কাপোৰ পিন্ধি পাইছোঁ, ধুমুহা আহিলে কুচি-মুচি বাঁহৰ চাঙৰ তলত সোমাই পাইছোঁ, ভদীয়া বানত ডুবি থকা খেৰি ঘৰটো সমুখৰ পৰা দেখি পাইছোঁ, কলৰ ভুঁৰ এখনত সমুখৰ মৃত্যু লৈ সাগৰ সদৃশ ঢল পাৰ হৈ পাইছোঁ, এটা চাৰ্টকে দেউতাই একেৰাহে কেইবা বছৰ পিন্ধি থকা দেখিছোঁ, বিচাৰিলেই যে একো নাপায় সেইখিনি এটা সময়ত শিকিছোঁ, দুটা কুকুৰাৰ কণী দাম নিমিলিলত মায়ে আকৌ ভৰাই থৈ দিয়া দেখিছোঁ...
কবিতা লিখিবলৈ তাতকৈ কি লাগে!
আজি কবিতাৰ দিন। সুখৰ দিন। দুখৰো দিন।
ঠেকা নাপালে, তিক্ত নহ'লে, বুকু নাভাগিলে, নাকান্দিলে, কান্দিবলৈ নিশিকিলে কবিতা লিখিব নোৱাৰি। কান্দিব নজনা মানুহে লিখিব নোৱাৰে... নোৱাৰে...
Das
💚দেউতা
জীৱনত পাৰিলে
পানীৰ দৰে হ'বলৈ চেষ্টা কৰা,
নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি
ল'ব পাৰিবা।
পাথৰৰ দৰে নহবা আনক উজুতি খোৱাবলে...।
Happy Holi
Waiting for God time✌️
দুখ বোৰ বুকুৰ মাজত
ভৰাই কেৱল হাঁহি
আছোঁ
এয়াই হৈছে মোৰ জীৱন ....😥
Happy republic day 🏃
Today we are completed 26 k.m runing
Thnaks for big supporting us
Good morning 🌞
প্ৰতিটো পুৱাই এক সংগ্ৰাম
Baideur Birthday celebration 🥳🥳🥳
🔆
bura vaqt...
ek aisi tijori hain..!
jahaan se saflata
ke hathiyaar milte hain...!!
🍁🌼🍁🌼🍁
Job Mate's
Good morning 🌞🌞😌
I've just reached 500 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉
Picnic 2022
বাইদেউৰ বিয়াত 🥰
Good mrning 💥💥💥
ৰৈ থকা জনে বুজে অপেক্ষা কি !
তুমি মোৰ নোহোৱা বুলি জানিও মোৰ মনটোৱে টোমাকেই বিচাৰে প্রতিবাৰে ..😒🌻
বহুত জিকিবলৈ আছে!
বহুত হাৰিবলৈও আছে !
এতিয়া গোটেই জীৱনৰ যুদ্ধবোৰেই বাকী আছে
পাৰ হৈ যুৱাবোৰটো কেৱল এখন পৃষ্ঠা হে আছিল ...
4 Gold medals for young Muskan 🇮🇳
Good morning 🌞😊🌻
All time favourite person without any reason
#গগৈ_দা ✌️
জীৱনত কিমান দূৰ আগবঢ়ি যাম
সেইয়া নাজনো... !!
কিন্তু মন যায় নিজৰ নামেৰে নিজক
পৰিচয় দিবলৈ..😒
💥
বিয়স্ত ভৰা জীৱনৰ এক্ষন্তেক
Many congratulations to you 👏👏
বিয়স্ততা ভৰা জীৱনৰ কিছু সময়...
কৰবাত কেতিয়াবা এনেদৰেই
বন্ধুৰ সৈতে🤟
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the public figure
Telephone
Address
Opening Hours
Monday | 9am - 5pm |
Tuesday | 9am - 5pm |
Wednesday | 9am - 5pm |
Thursday | 9am - 5pm |
Friday | 9am - 5pm |
Saturday | 9am - 5pm |
Raigarh Holongi
Gohpur
📒OFFICIAL ACOUNT 👶BORN TO BE A KING👑 ❤MY OWN KINGDOM🕌 😎LOVE ME ON 🎂25 D follow kro guys🙏
Gohpur, 784168
🌺Professional Airbrush makeup artist,💄 Nail technician and artist,💅 Hair stylish💁 🌺
Milan Nagar
Gohpur, 784168
An Artist Who Doesn't Even No His Passion For His Career. [OFFICIAL FACEBOOK PAGE] LOVE FOR TRAVELING