Kokrajhar District Trinamool Youth Congress
Do by the people of the people for the people.
আজি ০৯/০৯/২০২৩ ইং তাৰিখ কোকৰাঝাৰ জিলাৰ ৪নং জমদূৱাৰ ব্লকৰ অন্তৰ্গত বালাগাঁওত অসম তৃণমূল কংগ্ৰেছত যোগদান কাৰ্য্যসূচী লগতে সৰ্ব্বসন্মতি ক্ৰমে প্ৰাইমাৰী কমিটি গঠন কৰা হয়। উক্ত সভাত উপস্থিত থাকে জিলা সভাপতি শ্ৰীযুত উত্তম কুমাৰ তালুকদাৰ, BTR. সমন্বয় কমিটিৰ মূখ্য আহ্বায়ক শ্ৰীযুত লাইফাং গৌৰা নাৰ্জাৰী, জিলা সাধাৰণ সম্পাদক শ্ৰীযুত ৰনেন্দ্ৰ কোঁচ, জমদূৱাৰ ব্লকৰ সভাপতি শ্ৰীযুত অনিল ৰাভা,জিলা যুৱ সভাপতি ৰহিতন নাৰ্জাৰী লগতে বিভিন্ন দলীয় কৰ্মকৰ্তাসকল।
আজি ৫ই সেপ্তেম্বৰ ২০২৩ শিক্ষক দিৱসৰ উপলক্ষে কোকৰাঝাৰ জিলা তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীযুত ৰহিতন নাৰ্জাৰীৰ উদ্যোগত শিক্ষক সকলৰ নিজ নিজ ঘৰত গৈ যেনে- ১/মান্যনীয় বিষ্ণু কুমাৰ নাৰ্জাৰী অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক সুন্দ্ৰিঝৰা প্ৰাথমিক বিদ্যালয়, ২/ মুজিবৰ ৰহমন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাটিয়াপাৰা প্ৰাথমিক বিদ্যালয়, ৩/বিনয় কুমাৰ ব্ৰহ্ম, অৱসৰপ্ৰাপ্ত অধ্যক্ষ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, একেত সকলক একখনকৈ সম্বৰ্দ্ধনা পত্ৰ, আৰোনাই, কলম আৰু গছ পুলিৰে সম্বৰ্দ্ধনা জনোৱা হয়।
এই পবিত্ৰ কাৰ্যসূচীত মোৰ লগত সহযোগিতা আগবঢ়ায় কোকৰাঝাৰ জিলা তৃণমূল যুৱ কংগ্ৰেছৰ সম্পাদক মাৰ্চি কোচ,সামিদূল ইসলাম,সমিৰ আলি সেক,ছাত্তাৰ আলি সেক।
আজি হাওৰিয়াপেটত কোকৰাঝাৰ জিলাৰ এখন কৰ্মিসভা আয়োজন কৰা হয় ।
উত্ত সভাত উপস্থিত আছিল মান্যনীয় ৰাজ্যিক সভাপতি ৰিপুন বৰা ডাঙৰীয়া, সাধাৰণ সম্পাদক (প্ৰশাসনিক) গজেন্দ্ৰপ্ৰসাদ উপমান্য, সাধাৰণ সম্পাদক (সাংগঠনিক)অৰুপজ্যোতি ভুঞা, সাধাৰণ সম্পাদক জুলফিকৰ হোসেইন, ৰাজ্যিক সম্পাদক অতুল দত্ত, ৰাজ্যিক মহিলা সম্পাদিকা পল্লবি বৰুৱা,নিলাইউম ৰাধানাৰায়ণ। জিলাৰ সভাপতি উপ-সভাপতি আৰু যুৱ সভাপতি মহিলা সভানেত্ৰী আৰু বহুতো কৰ্মি সকলে উপস্থিত থাকে।
77th Happy independence day
মাঘুৰমাৰীত কিছুমান হিন্দুত্ববাদীৰ অমানৱীয়তা কাৰ্যক গৰিহণা দিছোঁ।
Say BJP bye bye.
পবিত্ৰ ঈদে সকলোৰে মাজলৈ কঢ়িয়াই আনক শান্তি-সমৃদ্ধি ,একতাৰ বাৰ্তা।ঈদৰ শুভেচ্ছা থাকিল সকলোলৈ।
সমুহ অসমবাসী তথা ইচলাম ধৰ্মাৱলম্বী সকললৈ ঈদৰ আন্তৰীক শুভেচ্ছা আৰু অভিনন্দন জনালো।
Unacceptable constituency.
Under Kokrajhar District Parliamentary constituency
NCRB ৰ মতে অসমত মহিলাৰ ওপৰত অপৰাধ ১৬৮.৩%। ৰাষ্ট্ৰীয় হাৰ ৬৪.৫%। মহিলাক সুৰক্ষা দিয়াত ব্যৰ্থ ড° হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ।
#বিজেপি_শাসনত_অসুৰক্ষিত_মহিলা
প্ৰেছ বিবৃতি
পুলৱামা কাণ্ডৰ তদন্তৰ দাবীত অসম তৃণমূল যুৱ কংগ্ৰেছৰ ধৰ্ণা
গুৱাহাটী, ৪ মে': পুলৱামাৰ বীৰ শ্বহীদ জোৱানৰ মৃত্যুৰ তদন্তৰ দাবীত অসম তৃণমূল যুৱ কংগ্ৰেছে বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ দীঘলীপুখুৰীত ধৰ্ণা কাৰ্যসূচী পালন কৰে।
দলীয় কৰ্মীসকলে 'পুলৱামা কাণ্ডৰ তদন্ত লাগে', 'শ্বহীদ বীৰ জোৱানক ন্যায় দিয়ক', আদি শ্ল'গান সম্বলিত বেনাৰ-প'ষ্টাৰসহ দীঘলীপুখুৰী পাৰত সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বক্তব্যৰ জৰিয়তে পুলৱামাত দেশৰ বীৰ জোৱানৰ মৃত্যুৰ আঁৰত একাংশৰ ৰাজনৈতিক মুনাফা আদায়ৰ ষড়যন্ত্ৰ জড়িত হৈ আছে বুলি মন্তব্য কৰে।
সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে পুলৱামাৰ শ্বহীদৰ স্মৃতিত মমবাতি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰদ্ধাৰে
বন্দীপ দত্ত
সভাপতি
অসম তৃণমূল যুৱ কংগ্ৰেছ
৪/৫/২০২৩
আজি ৰবিন্দ্ৰ ভৱন, বঙাইগাঁও-ত অসম তৃণমূল কংগ্ৰেছৰ ৪ৰ্থ মন্ডলিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় তাৰে কিছুমান দৃশ্য।
গাড়ীখন চলাবলৈ চিন্তা, ফাৰ্মাচীলৈ যাবলৈ চিন্তা, শাক পাচলি বা অন্য খাদ্য সামগ্ৰীৰ দোকানতো একেই দুৰ্দশা। ৰন্ধন গেছৰ কথা ক'লেই মূৰ ঘূৰাই যোৱা অৱস্হা! হায়ৰে হায় মোডীজী / হিমন্ত বিশ্ব শৰ্মা! কি এই কাৰণেহে আছিল, জনতাক মিঠা মিঠা প্ৰতিশ্ৰুতিৰ প্ৰলোভনেৰে দিল্লী অথবা দিছপুৰত তোমালোকৰ শাসন ক্ষমতা দখলৰ মহা আখৰা?
আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাজাৰ প্ৰতিবাদৰ প্ৰতি কানসাৰ নাই কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰৰ। জনতাৰ সমস্যাক যি গুৰুত্ব নিদিয়ে, সি অৰ্থহীন। কিন্তু আমি বাৰে বাৰে যুঁজিম। জনতাক ন্যায় দিয়ক, মূল্যবৃদ্ধি হ্ৰাস কৰক। বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰক। ভুৱা উন্নয়নৰ শ্ল'গান আমাক নালাগে।
#बयनिबोसिम बैसागु नि गाहाम हाम्लायथि जासिहरनाय थाबाय
#সকলো লৈ বিহুৰ শুভেচ্ছা থাকিল।
bihu to all.
Happy Easter,,,
"Peace be unto you;
Happy Good Friday to all
Happy mahabir Jayanthi
আজি ৩০/০৩/২০২৩ ইংৰাজি তাৰিখ কোকৰাঝাৰ জিলা যুৱ তৃণমূল কংগ্ৰেছৰ উদ্যোগত ৭নং গুমা সমষ্টিৰ অন্তৰ্গত পদ্মপুখুৰীত গুমা ব্লক যুৱ কমিটি গঠন কৰা হয়।উক্ত সভাত উপস্থিত থাকে কোকৰাঝাৰ জিলা যুৱ সভাপতি ৰহিতন নাৰ্জাৰী, উপ-সভাপতি পিযুজ নাৰ্জাৰী, সাধাৰণ সম্পাদক নিৰ্মল মন্ডল ,সম্পাদক মাৰ্চি কোচ, সম্পাদক সিৰাজ বসুমতাৰী,যমদুৱাৰ যুৱ ব্লক সভাপতি সানসুমা নাৰ্জাৰী, লগতে কোকৰাঝাৰ জিলাৰ সভাপতি শ্ৰীযুত উত্তম কুমাৰ তালুকদাৰ, সাধাৰণ সম্পাদক দীপক দে।
Constitution
Democracy
Country
আজি কোকৰাঝাৰ জিলাৰ অধীনস্থ ৬ নং কচু গাওঁ তৃণমূল কংগ্ৰেছৰ পূৰ্ণাঙ্গ ব্লক কমিটি গঠন কৰা হয়।
বর্ধিত পৌৰকৰৰ বিৰুদ্ধে গোঁসাইগাওঁত কোকৰাঝাৰ জিলা তৃণমূল কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ
SEBA Board উঠাই কি কৰিব খুজিছে বি জে পি -ৰ হিমন্ত চৰকাৰে?
মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৰ বিৰুদ্ধে আজি কোকৰাঝাৰ জিলা তৃণমূল যুৱ কংগ্ৰেছে সাপকাটা আৰক্ষী থানাত গোচৰ ৰুজু কৰে।
আজিৰ পৰা অনুষ্ঠিত হৱ লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীকে শুভেচ্ছা জনাইছোঁ। শিক্ষাৰ্থী সকলৰ সাফল্য কামনা কৰিছোঁ।
আমাৰ দাবী, আগতে সিবিলাক ভুমিহীন ইহঁতক ভুমি দান কৰি ৰাখাৰ ব্যবস্থা কৰক।
আজি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অসম তৃণমূল কংগ্ৰেছৰ কচূগাঁও সমষ্টি ব্লক কমিটি গঠন কৰা হয়।
স্থান: পশ্চিম ভদিয়াগুৰী প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত।
Happy 126 th Netaji Subhash Chandra Bose birth anniversary
Bye Bye 2022 Welcome 2023
দেশখনৰ ভবিষ্যত দেখি সাবধান হোৱাৰ সময় আহিছে।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the organization
Telephone
Website
Address
Gossaigaon
783360
Shimultapu No3
Gossaigaon, 783361
Peace,harmony and progress are our aim.
Gossaigaon Joynagar W/No 4
Gossaigaon, 783360
Peace,Prosperity & Development
Zamduar Road
Gossaigaon, 783360
This page is only for Youth Guidance & Political related information