Kamrup Academy EX Student Re-union

HSS

KAMRUP ACADEMY HSS was established in 1930 and it is managed by the Department of Education.

13/12/2023

যিহেতু মানুহজন ৰাজনীতিৰ লগত জড়িত, গতিকে আপোনালোকে ভাবিব পাৰে ৰাজনীতিত থকা মানুহে এইবোৰ কাম কৰেই। কিন্তু ভুল ধাৰণা। তেৱোঁ মানুহ, তেওঁৰো মানৱতা আছে, শ্ৰদ্ধা আছে, মৰম আছে, সন্মান আছে।

হয়, মই গুৱাহাটী মহানগৰ পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়াৰ কথা কলো। সৌ সিদিনা এখন ফটো ভাইৰেল হৈছে, শৰণীয়াই এজন মানুহক সম্ভাষণ জনাইছে। এখন গামোচাৰে এজন মানুহক ৰাজহুৱাকৈ সম্ভাষণ জনাইছে।

মানুহজন আন কোনো নহয়, তেখেত হৈছে বৰ্তমানো কৰ্মৰত ঐতিহ্যমণ্ডিত কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। আমি যেতিয়া উক্ত স্কুল খনৰ শিক্ষাগ্ৰহন কৰি আছিলোঁ, তেতিয়াৰ পৰাই এখেতে স্কুল খনত কৰ্মৰত হৈ আছে।

স্কুলৰ প্ৰতিজন ছাত্ৰৰ সহায়ক হয় আছিল নন্দ। আমি নন্দ দা বুলি মাতিছিলোঁ। যিহেতুকে পৌৰপতিও উক্ত স্কুল খনৰে ছাত্ৰ আছিল, তেখেতেও, এখেতক নন্দ দা বুলিয়ে মাতিছিল, আৰু আজিও তেখেতক লগ ধৰি, নন্দদা বুলিয়ে, এখন গামোচাৰে সম্বোধন ধৰি সন্মান জ্ঞাপন কৰে।

এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কি কাম থাকিব পাৰে, হয়তো মই বহলাই কোৱাৰ প্ৰয়োজন নাই। আমি সকলোৱে সকলোকে মনত ৰাখোঁ, কিন্তু তৃতীয় শ্ৰেণীৰ ব্যক্তি সকলক হয়তো মনত ৰাখিবলৈ কৃপনালী কৰোঁ। যদিওবা এটা প্ৰতিষ্ঠানত, এখন শিক্ষানুষ্ঠানৰ এই তৃতীয়/চতুৰ্থ শ্ৰেণীৰ ব্যক্তিয়ে আমাৰ সকলোৰে আপলৈছান ধৰে। আৰু আজি এনেকুৱা ধৰণৰ ফটো দেখি ভাল পালো।

Photos from Kamrup Academy EX Student Re-union's post 07/12/2023

📌কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ
📌Milk day উপলক্ষে আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত বিদ্যালয় আৰু আন্তঃবিদ্যালয় ভিত্তিত প্ৰথম, দ্বিতীয়, তৃতীয়, পুৰস্কাৰ প্ৰাপ্ত আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে যুগস্মিতা দাস, প্ৰীতম তালুকদাৰ‌ আৰু নিতুমনি কলিতালৈ অভিনন্দন ।
স্থানঃ অসম পশুচিকিৎসা পৰিষদ কাৰ্য্যলয়।
৭/১২/২০২৩

25/11/2023

চন্দন মিশ্রৰ, স্মৃতি ৰোমন্থন

Photos from Kamrup Academy EX Student Re-union's post 25/11/2023

চন্দন শৰ্মাৰ, স্মৃতি ৰোমন্থন

25/11/2023

মৃগেন নাথৰ, প্ৰতিযোগিতাই কি আনে

Photos from Kamrup Academy EX Student Re-union's post 25/11/2023

মুনিন কাকতিৰ, স্মৃতিৰ সঁফুৰা

Photos from Kamrup Academy EX Student Re-union's post 25/11/2023

বিনয় কুমাৰ শৰ্মাৰ, কামৰূপ একাডেমী প্ৰাক্তন ছাত্ৰ সন্মিলনৰ জন্মৰ ইতিবৃত্ত

25/11/2023

ৰবীন ডেকাৰ, জয়তু কামৰূপ একাডেমী

Photos from Kamrup Academy EX Student Re-union's post 25/11/2023

মৃগেন শৰণীয়াৰ, অতীতৰ সুবাসেৰে সুৰভিত আমাৰ জীৱন

Photos from Kamrup Academy EX Student Re-union's post 25/11/2023

গোবিন্দ মোহন গোস্বামীৰ, মোৰ ছাত্ৰ জীৱনৰ মধুৰ সঁফুৰা

Photos from Kamrup Academy EX Student Re-union's post 25/11/2023

দিগন্ত বিশ্ব শৰ্মাৰ, যুৱ-শিক্ষাৰ নৱ প্ৰৱণতা

Photos from Kamrup Academy EX Student Re-union's post 25/11/2023

ডঃ ভৱৰঞ্জন শৰ্মা ৰ, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, আজীৱন শিক্ষা আৰু শিকণৰ নিচা

Photos from Kamrup Academy EX Student Re-union's post 18/11/2023

——প্রণীতা শৰ্মা বৰদলৈ, সভাপতি
দ্বিতীয় প্রাক্তন ছাত্র সমাৰোহ স্মৃতিগ্ৰন্থ সমিতি কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়

সম্পাদনা সমিতিৰ সভাপতিৰ একলম

Photos from Kamrup Academy EX Student Re-union's post 18/11/2023

ভুৱন লহকৰৰ, 'কানিংহাম চাৰ্কুলাৰ'ৰ পৰা অসম আন্দোলনলৈ কামৰূপ একাডেমী

Photos from Kamrup Academy EX Student Re-union's post 18/11/2023

ডঃ ভৱেন চৌধুৰীৰ, মোৰ শিক্ষা জীৱন : হাইস্কুল শিক্ষা। স্মৃতিগ্ৰন্থ খনত অনিচ্ছাকৃত ভাবে তেখেতৰ উপাধিতো ভুলতে "শইকীয়া" হল। যিহেতুকে গ্ৰন্থখন প্ৰিন্টহৈ ওলাই আহিল, গতিকে আৰু শুধৰাব পৰা নাযাব। তাৰ বাবে ক্ষমাপ্ৰাৰ্থী সকলো।

Photos from Kamrup Academy EX Student Re-union's post 18/11/2023

কিশোৰ ৰাজবংশী ৰ, শতবৰ্ষৰ দুৱাৰডলিত এক বৰ্ণিল সময়

18/11/2023

সুৰেন চন্দ্ৰ ডেকাৰ, বুধিয়ক বুঢ়ী

Photos from Kamrup Academy EX Student Re-union's post 18/11/2023

আশীষ বৰুৱাৰ, The Group of Kamrup Academian

Photos from Kamrup Academy EX Student Re-union's post 17/11/2023

✔️নিবাস চন্দ্ৰ শৰ্মাৰ, আত্মশুদ্ধি

Photos from Kamrup Academy EX Student Re-union's post 17/11/2023

✔️কমল মেধিৰ, মই ছাত্ৰ হৈ থাকিবলৈয়ে যত্ন কৰি আছো

Photos from Kamrup Academy EX Student Re-union's post 17/11/2023

✔️সনত কুমাৰ গোস্বামী ৰ, মোৰ শৈশৱ আৰু কৈশোৰৰ সোঁৱৰণত কামৰূপ একাডেমী

Photos from Kamrup Academy EX Student Re-union's post 17/11/2023

✔️ৰাজীৱ কুমাৰ হাজৰিকাৰ, মোৰ স্মৃতিত শিক্ষকসকল

Photos from Kamrup Academy EX Student Re-union's post 17/11/2023

✔️ভৱেশ শৰ্মা ৰ, শৈশৱৰ মধুৰ স্মৃতিৰ একলম

Photos from Kamrup Academy EX Student Re-union's post 17/11/2023

✔️কমলেশ ডেকাৰ, কামৰূপ একাডেমিত পঢ়া দিনৰ স্মৃতি ৰোমন্থন

Photos from Kamrup Academy EX Student Re-union's post 17/11/2023

✔️বাদল চক্ৰৱৰ্তীৰ, এজন কামৰূপ একাডেমীয়ানৰ স্মৃতিকাতৰতা

17/11/2023

✔️উৎপল বেজবৰুৱাৰ, পাঁচোটা মাথোঁ বাক্যত কামৰূপ একাডেমী।

বি:দ্ৰ: তেখেতৰ ফটো পালে লগাই দিব পাৰিলো হয়।

Photos from Kamrup Academy EX Student Re-union's post 17/11/2023

✔️সকলোৱে চাব পাৰিব কোনে কি লিখিলে

17/11/2023

✔️পতাকা উত্তোলনৰ গীত

Photos from Kamrup Academy EX Student Re-union's post 17/11/2023

✔️বেটুপাত আৰু অলপ তথ্য

17/11/2023

কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
অধ্যক্ষৰ একাষাৰ

জয়জয়তে কামৰূপ একাডেমী প্ৰাক্তন ছাত্ৰ সম্মিলনে অনুষ্ঠিত কৰিবলৈ লোৱা দ্বিতীয় ছাত্ৰ সমাৰোহ ১৪ আৰু ১৫ অক্টোবৰ, ২০২৩ তাৰিখে অনুষ্ঠিত কৰিবলৈ লোৱাত মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। কামৰূপ একাডেমী নামটোৱেই এক ইতিহাস। আজি শতবৰ্গ গৰকিবলৈ ওলোৱা এই বিদ্যালয়খনৰ অনেক অবাঞ্ছিত আৰু অলিখিত কাহিনী আছে। এই কথাষাৰ সুঁৱৰি এই বিদ্যালয়ৰ লগত জড়িত সকলো প্রাক্তন ছাত্র-ছাত্রী আৰু লগতে প্রাক্তন শিক্ষক-শিক্ষয়িত্ৰীসকলো স্মৃতিকাৰ হৈ পাৰে। যোৱা ২০১৩ চনত কামৰূপ একাডেমীৰ প্ৰাক্তন ছাত্র সমাৰোহ পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল। সেই সময়তেই আমি এনে বহু স্বনামধন্য প্রাক্তন ছাত্রক লগ পাইছিলোঁ, যিসকল বর্তমান সমাজত সুপ্রতিষ্ঠিত ব্যক্তি। তেনে একো একোজন সমাজত সুপৰিচিত প্রাজন ছাত্ৰই ২০১৩ চনতে গঠন কৰা কামবার একাডেমী প্রাক্তন ছাত্র সম্মিলনীয়ে ২০২০ চনলৈকে নিৰৱচ্ছিন্নভাবে বিদ্যালয়খনির উন্নতি হকে কাম কৰি আছে। তেওঁলোকৰ এনে সৎ প্রচেষ্টাই আমাৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীকো বিশেষভাবে প্রভাবিত কৰিছে।

ছাত্র-শিক্ষকৰ মাজত থকা সম্পৰ্কই শিক্ষানুষ্ঠানৰ পৰিৱেশ মধুময় কৰি তোলে। এই কথা অনস্বীকার্য যে আমাৰ বিদ্যালয় প্ৰাংগণৰ মাজমজিয়াত সেই তাহানিৰে পৰা থকা আঁহতজোপাই বিদ্যালয়ৰ বর্তমান তথ্য প্ৰাক্তন শিক্ষক ছাত্র কর্মচাৰীক যেন প্রতিপালতে নষ্টাজিক কৰি তোলে। আহতজোপাই বিদ্যালয়ৰ ইতিবৃত্তৰ সাক্ষীস্বৰূপে পৰিৱেশটোও সুন্দৰ কৰি তুলিছে। উল্লেখযোগ্য যে ২০১২-১৩ চনতে সেই সময়ৰ অধ্যক্ষা অঞ্জলি শর্মা বাইদেৱে আঁহতজোপাৰ চাৰিওফালে ঘেৰ দিয়াই, চিমেণ্ট বালিৰে ঘূৰণীয়াকৈ তৈয়াৰ কৰাই চৌপাশ মোহনীয় কৰি তুলিছে য'ত বৰ্তমানৰ শিক্ষাৰ্থীয়ে মধ্যাহ্ন ভোজনৰ সময়খিনিত চাৰিওফালে থকা পকী বেঞ্চ'ত বহি প্ৰাকৃতিক বায়ুও সেৱন কৰিব পাৰিছে। সেইজোপা আঁহতকে কেন্দ্ৰ কৰি দ্বিতীয় প্রাক্তন ছাত্র সমাৰোহ উপলক্ষ্যে প্রকাশ পাবলগীয়া স্মৃতিগ্ৰন্থখনিৰ নাম স্মৃতিগ্ৰন্থৰ সম্পাদনা সমিতিয়ে "অশ্বত্থ" নামেৰে ভূষিত কৰিছে। 'অশ্বত্থ' সংস্কৃত শব্দ, আঁহত গছৰ অৰ্থ বহন কৰা হেতুকে স্মৃতিগ্ৰন্থৰ স্মৃতিসমূহ যেন প্রতীকী অর্থ সুন্দৰকৈ প্ৰতিফলন ঘটাইছে। প্রকৃত ঐতিহ্যপূর্ণ বিদ্যালয় কামরূপ একাডেমী প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে আধ্যাত্বিক সুন্দৰতাৰেও পৰিপূৰ্ণ হৈ আছে

প্ৰাক্তন ছাত্র সম্মিলনীৰ সমূহ সদস্যৰ লগতে দ্বিতীয় প্ৰাক্তন ছাত্র সমাৰোহৰ আয়োজকমণ্ডলিলৈ

অনুষ্ঠানৰ সফলতাৰ বাবে আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

কাবেৰী বৰা
অধ্যক্ষ, কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়

বি:দ্ৰ: ইয়াত যদি বানান কিবা ভুল হৈছে, সেইটো কাৰিকৰী অসুবিধাৰ বাবে হব পাৰে। কাৰণ স্মৃতিগ্ৰন্থৰ পৰা কপি কৰা হৈছে। আৰু কঁপি কৰোঁতে অলপ কাৰিকৰী অসুবিধা হয়। মবাইলে কিছু কিছু শব্দ ধৰিব নোৱাৰে। কিন্তু স্মৃতিগ্ৰন্থ খনত ঠিকেই থাকিব। প্ৰচাৰ সম্পাদক বিপুল মজুমদাৰ।

Want your school to be the top-listed School/college in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

সন্মিলনৰ দ্বিতীয় দিনা প্ৰাক্তন ছাত্ৰ পৌৰপতি মৃগেন শৰণীয়াই কি কলে
জয়ন্ত হাজৰিকাৰ স্মিতিত
স্বৰ্গীয় জয়ন্ত হাজৰিকা স্মৃতি অনুষ্ঠান part2
স্বৰ্গীয় জয়ন্ত হাজৰিকা স্মৃতি অনুষ্ঠান
১৫ অক্টোবৰ গছ পুলি ৰোপনৰ ভিডিও
আজি ১৫ অক্টোবৰ । কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী গছ পুলি ৰূপনৰ আ...
কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰথম দিনৰ কাৰ্যসূচী গুৰুবন্দনা  অষ্টমখণ্ড
কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰথম দিনৰ কাৰ্যসূচী গুৰুবন্দনা সপ্তমখণ্ড
কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰথম দিনৰ কাৰ্যসূচী গুৰুবন্দনা  ষষ্ঠখণ্ড
কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰথম দিনৰ কাৰ্যসূচী গুৰুবন্দনা পঞ্চমখণ্ড
কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰথম দিনৰ কাৰ্যসূচী গুৰুবন্দনা চতুৰ্থ খণ্ড

Category

Telephone

Website

Address

Gauhati Club, Ghy/03
Guwahati
781003

Other Schools in Guwahati (show all)
Estudy table Estudy table
Guwahati

Estudytable e learning platform in Assamese

Nrityamandir Kala Niketan, Guwahati Nrityamandir Kala Niketan, Guwahati
Guwahati
Guwahati

Nrityamandir kala Niketan is a Guwahati bassed Satriya dance and Music Institution established in th

Khatarbari Khatarbari
Morigaon
Guwahati, 782106

শংকৰদেৱ শিশু বিদ্যা নিকেতন,বংশৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন,বংশৰ
VILL+P. O.//BONGSHAR, P. S./SUALKUCHI, DIST/KAMRUP(ASSAM), PIN-
Guwahati, 781103

Established 2001

Sankardev Sishu Vidya Niketan,Khetri Sankardev Sishu Vidya Niketan,Khetri
NH37
Guwahati

বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ ব্যক্তিগত বিদ্যালয়।

Mount Sinai School Mount Sinai School
Nampara, Nargaon, Rani. , Kamrup(R)
Guwahati, 781131

Little Birds KIDZEE,Goroimari Little Birds KIDZEE,Goroimari
Chhaygaon, Goroimari, College Chariali
Guwahati, 781137

Royal Public School Royal Public School
Datalpara, A. K Dev Road, Natun Basti
Guwahati

A modern educational institute under CBSE curriculum Address Datalpara, Natun Basti, A.K.dev road, Shiv Mandir path. pin-781025

Boom Dhamaka Collage Boom Dhamaka Collage
SHINGANSINA
Guwahati

BDC is a collage where we teach our students to make this world cool.

Benediction School of Music Benediction School of Music
Guwahati, 781034

Benediction School of Music was established in the year 2017,by one of the renowned Musician of Assam Mr.Pranjit Nath.He collaborates with few bands. The institute is affiliated un...

Oriole Art & Design Academy Oriole Art & Design Academy
Rampur
Guwahati, 781132

Art and Artist

Skillful English Skillful English
Guwahati

Transform your English language skills with Skillful English -your ultimate language learning partner