Assam news

আমাকে আপনারা আশীর্বাদ করবেন। এবং ফলো করবেন।

26/12/2023

My son and daughter

05/09/2023

তাৰা তাৰি savings account লাগিলে মোৰ তাতে আহিব।

31/08/2023

পেলপিলি গাড়ীৰে চন্দ্ৰত আহি এলিয়নৰ সন্ধান বিচাৰি থকা এখন ফটো পৃথিৱীবাসিলৈ প্ৰেৰণ কৰিলে ৰবাৰ বৈজ্ঞানিক আব্দুল লতিফ Kabil Hussain TIME8

12/08/2023

কি ভাবে মাছ মারলাম দেখুন .

11/08/2023

Good evening g**s #বাংলাদেশ Kabil Hussain TIME8 Abdul Razib Ahmed Abdul Latif Asmina Ahmed Assamese online Rakib Hossain

08/08/2023

Short film coming soon. Abdul Razib Ahmed Labamoni Boruah Assamese online Abdul Latif TIME8

04/08/2023

Very good evening #বাংলাদেশ

29/07/2023

Good evening

29/07/2023

Misa tetiyai jiki jay jetiya hosa kotha kowa manuh bore chup hoy jay

27/07/2023

Me with shahadat pagal

25/07/2023

মণিপুৰী দানৱ মহিলাদেৰ কে ওলংগ কৰে ৰাস্তাই ৰেপ কৰা কিন্তু rss. #মণিপুৰ সন্ত্ৰাসবাদী

18/07/2023

ট্রেনের চাপে পরে মানুষ মরে কিভাবে।

16/07/2023

ভাতিজারা, তোদেরকে একটা গল্প শোনাই তাহলে৷

বাংলাদেশ একবার টি২০ বিশ্বকাপ জিতেছিলো। হ্যা জিতেছিলো। তখন ক্যামেরার প্রচলন তেমন ছিলো না,কাগজে কলমে ডকুমেন্টস রাখা হতো। স্যার নাজমুল হাসান পাপন তখন বাংলাদেশের অধিনায়ক । ভারতের বিপক্ষে ফাইনালে স্যার পাপন করেছিলেন ১৪৪* , আর বাংলাদেশ ভারত কে টার্গেট দিয়েছিলো ২৩৯ রান এর। আবার বল হাতে পাপন একাই ৪ ওভার করে নেন ৮ উইকেট এবং ভারত কে মাত্র ৩৯ রানে অল আউট করে দেয় বাংলাদেশ৷ সেটিই ছিলো বাংলার প্রথম বিশ্ব জয়। কিন্তু দুর্ভাগ্য বসত তার সপ্তাহ খানেক বাদে আইসিসির সদর দপ্তরে আগুন লাগে। আর পুড়ে যায় সব ডকুমেন্টস । ইতিহাসের পাতা থেকে মুছে যায় বাংলাদেশের নাম। মুছে যায় স্যার নাজমুল হাসান পাপনের নাম 😭 এই ঘটনা মনে পড়লে পাপন একমাস পাগল থাকে।কেমন লাগলো g**s. #বাংলাদেশ

13/07/2023

Very good evening g**s

11/07/2023

মনে হয় আমার

01/06/2023

Good evening viewers

31/05/2023

বাঙলাদেশের photore good evening

25/05/2023

বলীউডৰ জনপ্ৰিয় অভিনেতা আশীষ বিদ্যাৰ্থীৰ বিয়া। অসমৰ জীয়ৰী ৰূপালী বৰুৱাৰ সৈতে যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

25/05/2023

ঘৰৰ ভিতৰতো নাই নিৰাপত্তা। বিলাসীপাৰাত অচিনাকী দুবৃত্তই ঘৰৰ ভিতৰত সোমাই গুলীয়াই থৈ যায় বাচেৰ আলী নামৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীক।

25/05/2023

নগাঁও সদৰ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক নিলম্বন।

25/05/2023

24/05/2023

'আমাৰ থানাত হয়তো ২০ জন থাকিব, কিন্তু সমাজৰ দৃষ্টিত ২০০ জন আছে'। IPS আনন্দ মিশ্ৰৰ মন্তব্য

24/05/2023

,,দেউতা আৰু ছোৱালীৰ দুখ লগা কাহিনী,,

চুক্তি আছিল,পৰীক্ষাত প্ৰথম বিভাগ পালে দেউতাকে এটা 4G মোবাইল কিনি দিব । সেই আশাতেই ছোৱালীজনীয়ে সকলো বাদ দি বহুত কষ্ট কৰি পঢ়িছিল ।ছোৱালীজনীয়ে ভাল ৰিজাল্ট কৰিলে দহ হাজাৰ টকীয়া মোবাইল এটা কিনি দিম বুলি কথা দিয়াৰ বাবে কেইদিনমানৰ পৰা পুৱাতেই উঠি অৰ্থৰ সন্ধানত ঘূৰিবলৈ লৈছিল দেউতা ।

অৱশেষত ৰিজাল্ট আহিল । প্ৰচণ্ড ৰ'দতো অৰ্থৰ বাবে দেউতাক কঠোৰ পৰিশ্ৰমত ব্যস্ত । তেনে সময়তে তেওঁৰ জেপত থকা ফোনটো বাজি উঠিল। সিফালৰ পৰা তেওঁৰ ছোৱালী আবেগ ভৰা কণ্ঠৰে ক'লে.দেউতা, মই First Division পালো । লগতে দুখনত লেটাৰো আছে ।"

কথাষাৰ শুনাৰ লগে লগেই দেউতাকৰ চকুৰ পৰা দুটোপাল অশ্ৰু বাগৰি আহিল । নিজকে তেওঁ পৃথিৱীৰ সকলোতকৈ সুখী দেউতা যেন অনুভৱ কৰিলে । কিন্তু পিছ মুহুৰ্ততে তেওঁৰ মনতো বেয়া হৈ আহিল । কাৰণ এটা ফোন কিনিবৰ বাবে তেওঁ এতিয়াও টকাৰ যোগাৰ কৰিব নোৱাৰিলে ।সিমানতে তেওঁ কামৰ পৰা ছুটি লৈ ঘৰলৈ বুলি গুচি আহিল ।

ঘৰত সোমোৱাৰ লগে লগে সন্তানৰ এষাৰ কথা শুনি তেওঁৰ চকুৱেদি অশ্ৰুৰ নিজৰা বৈ আহিল ।তেওঁক সাঁৱতি ছোৱালীজনীয়ে ক'লে..দেউতা, মোক এতিয়াই মোবাইল নালাগে । HS পাছ কৰাৰ পিছত হে ল'ম ।"

সঁচাকৈয়ে কি আচৰিত,কালি লৈকে নাচোৰ বান্দা ছোৱালীজনীয়ে,আজি নিজ পিতৃক বুজি পাইছে !!!
এনে ঘটনাৰ অলেখ সাক্ষী হ'ল মধ্যবিত্ত পৰিয়ালৰ ছোৱালী বিলাক । যাৰ সপোনৰ ৰঙও ক'লা হে হয় ।যাৰ জন্মদিন ও সৰু সৰু ল'ৰা ছোৱালী দুটামানক মাতি বুটমাহ দিয়েই পালন কৰা হয় ।

মধ্যবিত্ত পৰিয়ালৰ ল'ৰা-ছোৱালীয়ে যেতিয়া আড্ডা মাৰে, তেতিয়া তেওঁলোকৰ কথা বাৰ্তা শুনি খুবেই ভাল লাগে । কাৰণ তাত অনেক সপোন উৰি ফুৰে, থাকে বহুত নোপোৱাৰ বেদনা আৰু থাকে সপোন পুৰ্ণ কৰাৰ দৃঢ় প্ৰতিজ্ঞা ।

এইদৰেই হয়তো দামী ফোনৰ দৰে কোনো উপহাৰ পোৱাৰ লোভ এওঁলোকে এৰাই চলিব পাৰে ।
যি সকলে ওপৰত উল্লেখিত ছোৱালীজনীৰ দৰে পিতৃৰ কষ্টক বুজিব পাৰে, অদুৰ ভৱিষ্যতত তেওঁৱেই সফল হয় আৰু যি সকলে পিতৃৰ কষ্টক হৃদয়াঙ্গম কৰিব নোৱাৰে তেওঁক টেঁটুচেপা দিয়ে, তেনে সন্তানৰ ভৱিষ্যত কি হ'য়, আমাৰ চাৰিওফালে চালেই বহুত দেখিবলৈ পোৱা যায় ।

সেইসকল পিতৃলৈ সহস্ৰ প্ৰণাম, যিসকলে নিজৰ প্ৰতিটোপাল ঘামৰ বিনিময়ত নিজ সন্তানক মানুহ ৰূপে গঢ়িব পাৰে ।

এই লেখা পঢ়ি থকাৰ সময়ত, আপোনাৰ মনলৈ সেইজন ব্যক্তিৰেই প্ৰতিচ্ছবি আহি থাকিব, যি হ'ল আপোনাৰ পিতৃ । হ'ব পাৰে তেওঁ মৃত অথবা জীৱিত তথাপিও এবাৰ চিঞৰি কওক__
মই তোমাক বহুত ভাল পাও দেউতা ।"copied Rupam Jyoti Das

ভাল লাগিলে নিশ্চয় Share কৰিব,,

24/05/2023

'এনেকুৱা ভাবুকি দি আছে। মই উভতি গ'লে একেবাৰে মাৰি পেলাব'। নকল সোণ মাফিয়াৰ সকিয়নী হাচিনা বেগমক

23/05/2023

📌লখিমপুৰ সদৰ থানাৰ কোন মহিলা IC ৰ মুখত অশ্লীল ভাষা?
📌'অশ্লীল ভাষাৰ বাবে শিক্ষিত মানুহ থানালৈ যাব নোৱাৰে।'
📌'লখিমপুৰ, নাওবৈচা, বঙালমৰা, লালুক, হাৰমতি, বন্দৰদেৱা থানাৰ সকলো আৰক্ষীৰ ৮ বছৰৰ বেংক ষ্টেটমেন্ট পৰীক্ষা কৰিব লাগে।'
📌'অসমৰ মানুহ কলা, বোবা, অন্ধ হোৱাটো বিচাৰে মুখ্যমন্ত্ৰীয়ে!'
📌'জোনমণি ৰাভাৰ মাতৃৰ সন্মুখীন হ'ব পৰা আৰক্ষী বিষয়াৰ অভাৱ অসমত।'

23/05/2023

য’ত শিশুকো ভৰিৰে গচকী আশীৰ্বাদ
দিয়া হয়, তেনে ধৰ্ম আৰু সংস্কৃতিৰ পৰা দূৰত্ব
বজাই ৰখাটো স্বভিমানি মানুহৰ পৰিচয়।

Want your public figure to be the top-listed Public Figure in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

কি ভাবে মাছ মারলাম দেখুন . #fishing #night
ট্রেনের চাপে পরে মানুষ মরে কিভাবে। #indianrailways #kuchbihar
Dil hai hamara khilona nehi
মনে হয় আমার
#FacebookReelsContest #facebookreels #facebookpost
#BreakingNews নকল সোণ আৰু জাল নোটৰ অবৈধ ব্যৱসায়ীৰ ওপৰত চলোৱা অভিযানেই কাল হ'ল নেকি জোনমণি ৰাভাৰ?
#BreakingNews #AssamPolice
#BreakingNews #powerful মানুস কি ভাবে অ সহায় হয়। চাচাৰ মনে অনেক কষ্ট
#Da_News_Plus #BreakingNews #assam সংগীতা দত্ত 10 বছৰৰ জেল..
অসম নিউজ
#comedy
মহন্ত( পুৰোহিত) যিজনে ৰাম মন্দিৰনিৰ্মাণৰ বাবে দিছিল ১ কৌটি অৰ্থ সাহায্য,মৰি থাকিল পথ দুৰ্ঘটনাত। উত্তৰ প্ৰদেশৰএক শোকাবহ প...

Category

Telephone

Website

Address

B Bheraldi
Guwahati
781309

Other Actors in Guwahati (show all)
Mr. DJ Mr. DJ
North-East
Guwahati

Riyan Riyan
Guwahati

Riyan

Comedy King Comedy King
Guwahati

Priyanka B Pathak official Priyanka B Pathak official
Guwahati, 781037

I love Drama

Rahul Das Rahul Das
Guwahati

please follow

Sumon BarB Sumon BarB
Hailakandi
Guwahati, 788152

I Make People Famous �

Ashim kalita Ashim kalita
Guwahati

Business

Simsang sa Simsang sa
Guwahati, 782485

alex_raj alex_raj
Guwahati, 782124

CRAZY

Tarulata Kutum Rhythm Tarulata Kutum Rhythm
Guwahati, 781005

Actress || Singer || Producer || Director || Composer Make Everyone feel alive ��

Shraddha Tamuli Shraddha Tamuli
Guwahati, 781036