Jeet

“LIFE IS EITHER A DARING ADVENTURE OR NOTHING AT ALL”

07/12/2023

Khel Maharan A-19 Final ⚽️match⚽️
*Baterhat GP vs Murshuljhora VCDC*

15/12/2022

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ ১ লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ হেতু বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অধীনত পৰিৱেশ আৰু বন বিভাগত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ডৰ দ্বাৰা ১,৬৬৭টা পদত নিযুক্তি প্ৰদান কৰা হ'ব।

07/12/2022
30/11/2022

Khaki motivation......
Jai Hind

09/11/2022

More Powerful, More Friendly

04/11/2022

Dear Agniveer Jawano
Wish you all the best for your rally on 5th November
Situation chahe kuch bhi ho hamesha top10,top15 ke andar hi ghusne ka kasis kadna. Jai Hind

Photos from Jeet's post 04/11/2022

চবেই মিলাপ্ৰীতিৰে ভালকৈ থাকিবা দেই।আগন্তক প্ৰশিক্ষণ সময়ৰ কষ্ট বহুত হব কিন্তু নিজৰ সপোনৰ পদটোক এটা পূৰ্ণ ৰূপ দিবলৈ,এজন অসমীয়া জোৱান হবলৈ এইখিনি সহ্য কৰিবই লাগিব।তোমালোক প্ৰত্যেকেই জ্যেষ্ঠ জনৰ আশীৰ্বাদ আৰু কনিষ্ঠজনৰ মৰম লৈ নিজৰ নিজৰ ঘৰৰ পৰা ওলাই আহিছা নিশ্চয় নিজৰ লক্ষ্য সম্পন্ন হব।ধৈৰ্য্য আৰু সহ্য ক্ষমতাই হব তোমালোকৰ আগন্তক দিনৰ সাৰথি।তোমালোক প্ৰত্যেকৰে লক্ষ্যসমূহ পূৰণ হওঁক নেদেখাজনৰ ওচৰত তাৰেই কামনা কৰিলোঁ।
🚔জয় অসমীয়া জোৱান🚔
🇮🇳জয় হিন্দ🇮🇳

31/10/2022

Beware from DRUGS

Photos from Jeet's post 28/10/2022
24/10/2022

আপুনি লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈকে দীপাৱলীৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।এটি মিঠা স্মৃতি উৎসৱ, আতচবাজীৰে ভৰা আকাশ, মিঠাইৰে ভৰ্তি মুখ, দিয়াৰে ভৰ্তি ঘৰ, আৰু আনন্দেৰে পৰিপূৰ্ণ হৃদয় এই উৎসৱটোৱে আপোনাক প্ৰচুৰ মৰম আৰু সফলতা আনি দিয়ক তাৰেই কামনা কৰিছোঁ।

21/10/2022

ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস,2022
অসম আৰক্ষী তথা ভাৰতৰ বিভিন্ন বিভাগৰ আৰক্ষী জোৱানসকলে নিজৰ দেশ,সমাজ,জাতিৰ সুৰক্ষাৰ বাবে,কেতিয়াবা অন্যায়ৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিবলগীয়া হৈছিল। এই বলিদান দিয়া জোৱানসকলক এই বিশেষ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু লগতে তেখেতসকলৰ পৰীয়ালবৰ্গলৈ সহমৰ্মিতা শ্ৰদ্ধা আৰু মৰম যাচিলোঁ।
জয় আৰক্ষী জোৱান
🇮🇳জয় হিন্দ🇮🇳

15/10/2022

02/10/2022

বহুত বহুত ধন্যবাদ বাহাৰুল হক ডাঙৰীয়া
সহযোগিতা কৰাৰ বাবে।

30/09/2022

অসমী আইৰ ৰক্ষাৰ হেতু নিজৰ জীৱন উচৰ্গা কৰি দিয়া সমূহ গুৰুজী,মহাশয়সকলক সশ্ৰদ্ধ প্ৰণাম জনালোঁ
লগতে সমূহ অসমবাসী ৰাইজলৈ "অসম আৰক্ষী" দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

1951 চনৰ 1 অক্টোবৰ দিনটোতেই ভাৰতীয় আৰক্ষী সেৱা বিষয়া কে আৰ চৌধুৰীয়ে ব্ৰিটিছ বিষয়া জে এইচ ৰীডৰ পৰা অসম আৰক্ষীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।সেই বিশেষ দিনটোৰ স্মাৰক হিচাপে প্ৰতিবছৰে 1 অক্টোবৰৰ দিনটো "অসম আৰক্ষী দিৱস" হিচাপে পালন কৰা হয়।

অসম আৰক্ষীৰ এজন যুৱ জোৱান হিচাপে মই অনাগত দিনৰ বাবে সংকল্প লওঁ যে ভাৰতৰ সংবিধান আৰু আইনৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি মোৰ পূৰ্ণ সামৰ্থৰে জীৱন-সম্পত্তিৰ সুৰক্ষা,অপৰাধ প্ৰতিৰোধ,জাতি,ধৰ্ম,বৰ্ণ,ভাষা নিৰ্বিশেষে নিৰপেক্ষতাৰে,সততা আৰু নিষ্ঠাৰে নিজৰ কৰ্ম দায়িত্ব সম্পাদন কৰি যাম ।

জয় হিন্দ

18/09/2022

নিজৰ ধৈৰ্য্য,কষ্ট,পৰিশ্ৰম আৰু ত্যাগৰ বলত নিজৰ সপোনৰ পদটোৰ বাবে সফলতা লাভ কৰা সমূহ ভাই-বন্ধুলৈ মোৰ অন্তৰৰ ফালৰ পৰা হিয়াভৰা মৰম আৰু শুভেচ্ছা যাচিলোঁ।
🙏খাকীলৈ স্বাগতম🙏আপোনালোকৰ দুখৰ সময়ত সংগ দিয়া,উৎসাহ,সাহস আৰু আশীৰ্বাদ দিয়া সকলক যাতে পাহৰি নাযায় কোনেও।
22 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে নিজৰ সপোনৰ পদৰ নিযুক্তি পত্ৰ লাভ কৰিবলৈ গৈ আছে,অতি মধুৰ ক্ষণ হয় সেইটো।স্মৃতিসমূহ সাঁচি ৰাখিব।

সফলতাৰ ওচৰলৈ গৈ বিফলতা লাভ কৰাসকল◆
চবৰে মন বেয়া,পৰিয়ালৰ মুখৰ হাঁহি আনি দিব নোৱাৰিলে,নিজক লৈ ক্ষোভ প্ৰকাশ কৰি আছে★কিন্তু এয়াই অন্ত নেকি,নাই সময় আৰু আছে,আহি আছে বেলেগ সুযোগ,হাতৰ পৰা সাৰি যাবলৈ নিদিব।অসম আৰক্ষীৰ বেলেগ পদতো যদি লাগি ভালকৈ লাগি থাকিব।যদি কাৰোবাৰ বয়স নাই চিভিল পদৰ বাবে লাগি থাকক অন্তত যি সুযোগ আহি আছে এৰি নিদিব।

বিফলতা আমাৰ শিক্ষক হ'ব লাগে। বিফলতা হৈছে পলম,পৰাজয় নহয়। এইটো এটা অস্থায়ী ঘূৰণীয়া পথ, মৃত সমাপ্তি নহয়। বিফলতা হৈছে এনে এক বস্তু যাক আমি কেৱল একো নকওঁ, একো নকৰোঁ, আৰু একো নকৰোঁ। সময় থাকোতে যুঁজি থকাজনহে আচল যোদ্ধা।জয় হিন্দ

15/09/2022
14/09/2022

আপোনালোকে দিয়া উৎসাহ,সন্মান,সাহস,সহযোগিতা আৰু আশীৰ্বাদৰ এই যাত্ৰা অব্যাহত থাকে যেন,নেদেখাজনৰ ওচৰত তাৰেই কামনা কৰিছোঁ। 🇮🇳জয় হিন্দ🇮🇳

10/09/2022

I've just reached 9.5K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

Photos from Jeet's post 08/08/2022

বহুত ভাল লাগে যেতিয়া আমি দিয়া উৎসাহ,সাহস,আশীৰ্বাদ আৰু প্ৰেৰণাৰ বলত তেওঁলোকে নিজৰ ধৈৰ্য্য,কষ্ট,ত্যাগ আৰু আগ্রহেৰে যেতিয়া নিজৰ লক্ষ্যত উপনীত হবলৈ সক্ষম হয়।লক্ষ্য এজন সৎ,নিৰ্ভীক অসমীয়া জোৱান। #খাকী #জনহিতজনসেৱাৰ্থে িন্দ

07/08/2022

🚔ALERT🚔

01/08/2022

সামাজিক মাধ্যমত এয়া আমাৰ 🇮🇳🇮🇳🇮🇳 একতা দেখুৱাই দিয়াৰ সময়
বিদেশী ৰাষ্ট্ৰও ভাৱিব লাগিব আমালোকৰ 🇮🇳🇮🇳🇮🇳 একতা চাই
দেশ বুলিলে নেলাগে আদেশ
জয় হিন্দ

Want your public figure to be the top-listed Public Figure in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

হাঁহি মেইন
মৰমৰ ভাই-বন্ধুসকল অতি ভাল খবৰ।অসম আৰক্ষী নতুন পদৰ বিজ্ঞাপন ফেব্ৰুৱাৰী মাহ,2023 ৰ ফালে ওলোৱাৰ সম্ভাৱনা আছে।গতিকে আপোনালোক...
ASSAM POLICE motivational

Telephone

Address

Guwahati

Other Motivational Speakers in Guwahati (show all)
radha_ma_krishna radha_ma_krishna
Guwahati

radha krishna

Motivational topics Motivational topics
Guwahati, 784116

Motivational topics for discussion

Azibar Rahman Azibar Rahman
Azibar Rahman
Guwahati, NO

এই channelয়ে ভালো ভালো ভিডিঅ আপ লোড করা হয?

Thinking Activity Thinking Activity
Guwahati

An inspiring channel for those who are seeking growth.. ��

pran_zol pran_zol
LICHUBAGAN Auto Stand Road, Hengerabari Dispur
Guwahati, 781036

we are all here to motivated & encourage new comers with a whole new level & different kickass idea in a very low budget as suitable for the idea.

Lx_Shagor Lx_Shagor
Guwahati

Mahadev k BHAKT Mahadev k BHAKT
Guwahati

Mahadev pe bharosa kroge to sab paoge..... HAR HAR MAHADEV 🔱🙏🔱

Doley Doley
Guwahati, 784169

Moral Video Creation Moral Video Creation
MUKALMUA
Guwahati, 781126

MVC page will talk about motivational speech, life process, #Love _life_Porblem&Solution etc,

Phonindra Doley Phonindra Doley
Guwahati

Bangla Hadis 2023 Bangla Hadis 2023
Guwahati, 009977

Islamic wez❣️❣️❣️❣️

Bada Business IBC Altab Bhai Bada Business IBC Altab Bhai
Guwahati, 783331

bada business ke bare may pura jankari milega