Bajrang Dal-Uttar Purva Prant
Bajrang Dal is Hindu organization the youth wing of
the VHP\ Formation 8 October 1984 \ Motto-Service
safety & culture.
১/ "আত্মৰক্ষা" আমাৰ কৰ্ত্তব্য ।২/ "শান্তি - সম্প্ৰীতি" আমাৰ লক্ষ্য ।৩/ সেৱা ,সুৰক্ষা ,সংস্কাৰ মাধ্যমৰে হিন্দু যুৱকক সংগঠিত কৰি হিন্দুত্ব আৰু ৰাষ্ট্ৰ ভক্তিৰেআপ্লুত কৰি "হিন্দু সমাজ আৰু ভাৰত মাতা"ৰ সেৱাত অৰ্পণ কৰাই বজৰংগ দল'ৰ মূল লক্ষ্য আৰু উদেশ্য ।৪/ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু জাতীয় অস্তিত্বৰ প্ৰতিৰক্ষা আমাৰ মুখ্য উদ্দেশ্য ।�
বিশ্ব হিন্দু পৰিষদৰ,বজৰংগ দলৰ গুৱাহাটী মহানগৰ জিলাৰ পূৰ্বৰ সংযোজক, আৰু বৰ্তমান বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰ জিলাৰ সহ:সম্পাদক #প্ৰসেনজিত_নাহাৰ আকস্মিক বিয়োগত অতিকৈ মৰ্মাহত হৈছোঁ, প্ৰসেনজিত দাৰ আত্মাৰ শান্তি বাবে ভগবানৰ ওচৰত বিশ্ব হিন্দু পৰিষদ বজৰংগ দল উত্তৰ-পূৱ প্ৰান্তৰ পৰা প্ৰাৰ্থনা জনালোঁ 🙏 লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো 🙏
🕉️ শান্তি 🙏
🕉️ শান্তি 🙏
🕉️ শান্তি 🙏
বিশ্ব হিন্দু পৰিষদ উত্তৰ পূৰ্ৱ প্ৰান্তৰ এগৰাকী অভিভাৱক স্বৰূপ তথা প্ৰান্তীয় গৌ ৰক্ষা প্ৰমুখৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা মহাবীৰ জি বাজাজ দেৱৰ মহাপ্ৰয়াণ 😭 তেখেতৰ নশ্বৰ দেহত গেৰুৱা বস্ত্ৰৰে শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয় ৷🙏
🕉️ শান্তি 🙏
🕉️ শান্তি 🙏
🕉️ শান্তি 🙏
Desh ka bal Bajrang dal 🚩💪🔱
ইয়াতকৈ ভয়ানক পৰিস্থিতি হব পাৰে যদি সম্ভূ কৈৰীয়ে ন্যায় নাপায়।। ধৰ্মই আমাক শিকাইছে পৰিস্থিতি সাপেক্ষে অস্ত্ৰ হাতত তুলি লবলৈ
গতিকে বাধ্য নকৰে যাতে বজৰংগ দল ক।।
দেশৰ শক্তি বজৰংগ দল 💪💪💪
জয় শ্রী ৰাম 🚩🚩🚩
Click here to claim your Sponsored Listing.
Category
Address
Guwahati
781007
MG Road
Guwahati, 781001
Under the guidance of Terapanth Mahila Mandal Guwahati.
Guwahati
The purpose of this group is to spread Gospel of Jesus Christ,who took our sin,died and washed all our sin and made us righteous. (Romans 3: 24)
Guwahati, 781001
The purpose of this page is to make people understand about God consciousness
Nilachal Hill
Guwahati
The Kamakhya Temple কামাখ্যা দেৱালয় also known as Kamrup-Kamakhya temple, Kamakhya Devalaya, is a Hindu temple dedicated to the Mother Goddess Kamakhya. It is one of the Oldest of...
GS Road, Near Big Bazaar, SATSANG VIHAR, Bhangagarh, Guwahati 781005
Guwahati, 781034
Satsang is a philanthropic organization founded by Sree Sree Thakur Anukulchandra. It is one of the major spiritual and cultural movements started in the early 20th century.
Guwahati, 781381
গোপাল থান আঞ্চলিক নাগাৰা নাম দল । স্থান- কৰৰা মৰানৈ পাৰ । যোগাযোগ নং- ৯১০১১৪৭১১৫ আৰু ৯৯৫৭৩৩২৮৫৬
Guwahati
यह धार्मिक पेज श्री श्याम बाबा की आराधना एवं प्रचार प्रसार हेतु है