Dibyajyoti Jatiya Vidyalaya, Uparhali

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dibyajyoti Jatiya Vidyalaya, Uparhali, School, 17no national Highway, Guwahati.

DJVU is one of the finest Assamese medium school of South Kamrup.The school building is an impressive structure.It consists of four storeys and has about 15 classrooms are specious and airy.

Photos from Dibyajyoti Jatiya Vidyalaya, Uparhali's post 20/06/2022

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ মৃত্যু তিথি তথা ৰাভা দিৱস উপলক্ষে আজি আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত ৰাভা সংগীত প্ৰতিযোগিতা , ৰাভা দেৱৰ জীৱন বিষয়ক বক্তৃতা প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি আদি কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে অধ্যক্ষ মহোদয় আৰু লক্ষেশ্বৰ ছাৰ দেৱে বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ বিষয়ে সুন্দৰ ভাষণ আগবঢ়াই।

02/06/2022

Music class

03/03/2022

নতুন শিক্ষা বৰ্ষৰ বাবে আমাৰ বিদ্যালয়ত অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে।

Photos from Dibyajyoti Jatiya Vidyalaya, Uparhali's post 17/02/2022

২০২০-২০২১ বৰ্ষৰ দশম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলে আজি স্কুলৰ পৰা আনুষ্ঠানিক বাবে বিদায় লোৱাৰ কিছু মুহূৰ্ত। বিগত১২ বছৰে স্কুল খনত পঢ়ি বিভিন্ন স্মৃতি ৰোমন্থন কৰি ছাত্ৰ ছাত্ৰীৰ আৱেগিক ভাষনেৰে আজিৰ বিদায় সভা খনত উপস্থিত থকা সকলো ছাৰ বাইদেৱে আবেগিক হৈ পৰে। লগতে দশম মান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে ছাৰ বাইদেউ সকলোৱে বহুত সাৰুৱা ভাষণৰে জীৱনত সফল হবলৈ উৎসাহিতকৰাৰ লগতে ভাল মানুহ হৈ সমাজৰ বাবে দায়িত্বশীল হবলৈ প্ৰেৰণা জগাই।

Photos from Dibyajyoti Jatiya Vidyalaya, Uparhali's post 26/01/2022

“Republic Day hum sab ho yehi yaad dilata hai ki hum sab kitne khush naseeb hain ki humne bharat varsh mein janm liya hai. Happy Republic Day.”

Photos from Dibyajyoti Jatiya Vidyalaya, Uparhali's post 28/12/2021

আজি ৰাতিপুৱাৰ কাৰ্য্যসূচী পতাকা উত্তালন আৰু শ্বহীদ তৰ্পণ অনুষ্ঠানৰ কিছু দৃশ্য।

27/12/2021

নিয়মীয়া বাৰ্তাত।

26/12/2021
Photos from Dibyajyoti Jatiya Vidyalaya, Uparhali's post 23/12/2021

২০২০-২০২১ বৰ্ষৰ আমাৰ স্কুলত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতা লগতে খেল ধেমালিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা স্কুল সপ্তাহৰ আজি অন্তিম দিনত বঁটা বিতৰণী সভা খন অনুষ্ঠিত কৰা হয়। আশা কৰিছোঁ বিভিন্ন প্ৰতিযোগিতা আৰু খেল ধেমালিৰ মাজতে ছাত্ৰ ছাত্ৰী সকলোৱে নিজৰ প্ৰতিভা, বৌদ্ধিক, মানসিক আৰু দৈহিক বিকাশৰ যোগেৰে ভৱিষ্যতে সুনাম কঢ়িয়াই আনিব।

Photos from Dibyajyoti Jatiya Vidyalaya, Uparhali's post 18/12/2021

সকলোৰে উপস্থিতি কামনা কৰিলোঁ।

12/12/2021

"মা, আমি শদিয়ালৈ যাম..." নাটক খনৰ বাবে মৃদুল ভূঞা ছাৰৰ শুভেচ্ছা বাৰ্তা।

অহা ২৮, ২৯ ডিচেম্বৰ তাৰিখে আমাৰ স্কুলৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি "মা, আমি শদিয়ালৈ যাম" নাটক খন দুই নিশা মন্থস্ত কৰা হব। নাট্যকাৰ আশীষ ৰঞ্জন দাস আৰু পৰিচালনা কৰিছে ৰঞ্জন হাজৰিকা।

Photos from Dibyajyoti Jatiya Vidyalaya, Uparhali's post 02/12/2021

আজি আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই তৰ্ক প্ৰতিযোগিতা খন "ক" শাখা আৰু "খ" শাখা কৰি দুটা ভাগত অনুষ্ঠিত হৈছে।

"ক" শাখাত স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলৰ নাম-
১ম জ্যোতিস্মিতা ঠাকুৰীয়া (সপ্তম শ্ৰেণী)
২য় অদিতি বড়ো (সপ্তম শ্ৰেণী)
৩য় ভিতালি দাস ( ষষ্ঠ শ্ৰেণী)

"খ" শাখাৰ স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলৰ নাম-
১ম কৃতিস্মিতা তালুকদাৰ (দশম শ্ৰেণী)
২য় ভূমিকা দেৱী (দশম শ্ৰেণী)
৩য় তৃষ্ণা তালুকদাৰ (অষ্টম শ্ৰেণী)

02/12/2021

"চাওলুং ছ্যুকাফাই এ',
ৰাখি গৈলা খ্যাতি
আলফুলে গঢ়ি দিলা
অসমীয়া জাতি…"

বৰ অসমৰ নিৰ্মাতা চাওলুং ছ্যুকাফালৈ িৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

29/11/2021

এই পোষ্ট যোগে দিব্যজ্যোতি জাতীয় বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক জনোৱা হল যে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন গঠনৰ উদ্দেশ্যে অহা ৰবিবাৰ ইং ০৫/১২/২১ তাৰিখে এখন সভাৰ আয়োজন কৰা হৈছে। গতিকে সমূহ প্ৰাক্তন ছাত্র ছাত্রীৰ আন্তৰিকতাৰে উপস্থিতি কামনা কৰা হল।

স্থান : দিব্যজ্যোতি জাতীয় বিদ্যালয় প্ৰাঙ্গন, উপৰহালি।
সময়: ৰাতিপুৱা ১০ বজাত

বি দ্ৰ: যোগাযোগত থকা স্কুলৰ সকলো বন্ধু-বান্ধৱী বৰ্গক এই বাৰ্তা দিব পাৰিব।

Photos from Dibyajyoti Jatiya Vidyalaya, Uparhali's post 15/08/2021

Happy independence day...🇮🇳🇮🇳🇮🇳

30/07/2021

২০২০-২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

মুঠ ছাত্ৰ ছাত্ৰী - ১৬
উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী- ১৬
উত্তীৰ্ণ শতাংশ -১০০%

Distinction - Ankita Das & Anisha Das

Start - Lipika Devi & Sabanam Sultana

1st div - Manisha Talukdar, Shantanu Kr Nath, Ppori Talukdar, Tazmin Nessa, Utpal Thakuria, Jitu Thakuria Manab Kr Nath, Pranjal Goswami, Najrul Ali.

2nd div - Sahidul Ali, Abhijit Sarma, Bishal Mazumdar

Photos from Dibyajyoti Jatiya Vidyalaya, Uparhali's post 02/01/2021

আজি নিয়মীয়া বাৰ্তাত আমাৰ স্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ বাতৰি প্ৰকাশ পাইছে।

01/01/2021

আমাৰ শিক্ষক শিক্ষয়িত্রী সকলে পৰিবেশন কৰা দিব্যজ্যোতি জাতীয় বিদ্যালয়ৰ সংগীত টি।

Photos from Dibyajyoti Jatiya Vidyalaya, Uparhali's post 01/01/2021

আজি আমাৰ স্কুলৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভ উদ্বোধনী অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটিত উপস্থিত থকা দক্ষিণ কামৰূপৰ বিশিষ্ট শিক্ষাবিদ, সমাজ সেৱক, সাহিত্যক আৰু অভিভাৱক লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলোকে আমি ধন্যবাদ জনাইছোঁ।

28/12/2020

সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিলোঁ।

বি দ্ৰ: দিব্যজ্যোতি জাতীয় বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে যেন স্কুলত আহি অধ্যক্ষ মহোদয়ৰ সৈতে যোগাযোগ কৰে।

02/12/2020

"চাওলুং ছ্যুকাফাই এ',
ৰাখি গৈলা খ্যাতি
আলফুলে গঢ়ি দিলা
অসমীয়া জাতি…"

বৰ অসমৰ নিৰ্মাতা চাওলুং ছ্যুকাফালৈ িৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

.

05/09/2020

Wish you Happy Teachers Day!

A good teacher is like a candle. It consumes itself to light the way for others.

06/06/2020

Number of students appeared : 18
Number of students passed: 18
Distinction : 01 (Himasri Deka)
Star : 02 (Bhargina Das & Nikhita Talukdar)
Pass percentage : 100%

Congratulations dear students!
Yesterday you were a students, and now you are a high school graduate! You have studied enough, now it's time to put all your books into practice. Best of luck for a wonderful future!

Photos from Dibyajyoti Jatiya Vidyalaya, Uparhali's post 05/06/2020

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি দিব্যজ্যোতি জাতীয় বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰা হয়।

06/04/2020

দিব্যজ্যোতি জাতীয় বিদ্যালয়ৰ, স্কুল পৰিচালনা সমিতিয়ে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ২৫ হাজাৰ টকা আগবঢ়াই।

Photos from Dibyajyoti Jatiya Vidyalaya, Uparhali's post 02/01/2020

অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে নামভৰ্তি চলি আছে।

Want your school to be the top-listed School/college in Guwahati?
Click here to claim your Sponsored Listing.

Videos (show all)

Music class
#School_Drama #Silver_jubilee #Mridul_bhuya_actor

Category

Telephone

Website

Address

17no National Highway
Guwahati
781122

Opening Hours

Monday 8:30am - 2:30pm
Tuesday 8:30am - 2:30pm
Wednesday 8:30am - 2:30pm
Thursday 8:30am - 2:30pm
Friday 8:30am - 2:30pm
Saturday 8:30am - 12am

Other Schools in Guwahati (show all)
Estudy table Estudy table
Guwahati

Estudytable e learning platform in Assamese

Nrityamandir Kala Niketan, Guwahati Nrityamandir Kala Niketan, Guwahati
Guwahati
Guwahati

Nrityamandir kala Niketan is a Guwahati bassed Satriya dance and Music Institution established in th

Khatarbari Khatarbari
Morigaon
Guwahati, 782106

শংকৰদেৱ শিশু বিদ্যা নিকেতন,বংশৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন,বংশৰ
VILL+P. O.//BONGSHAR, P. S./SUALKUCHI, DIST/KAMRUP(ASSAM), PIN-
Guwahati, 781103

Established 2001

Sankardev Sishu Vidya Niketan,Khetri Sankardev Sishu Vidya Niketan,Khetri
NH37
Guwahati

বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ ব্যক্তিগত বিদ্যালয়।

Mount Sinai School Mount Sinai School
Nampara, Nargaon, Rani. , Kamrup(R)
Guwahati, 781131

Little Birds KIDZEE,Goroimari Little Birds KIDZEE,Goroimari
Chhaygaon, Goroimari, College Chariali
Guwahati, 781137

Royal Public School Royal Public School
Datalpara, A. K Dev Road, Natun Basti
Guwahati

A modern educational institute under CBSE curriculum Address Datalpara, Natun Basti, A.K.dev road, Shiv Mandir path. pin-781025

Boom Dhamaka Collage Boom Dhamaka Collage
SHINGANSINA
Guwahati

BDC is a collage where we teach our students to make this world cool.

Benediction School of Music Benediction School of Music
Guwahati, 781034

Benediction School of Music was established in the year 2017,by one of the renowned Musician of Assam Mr.Pranjit Nath.He collaborates with few bands. The institute is affiliated un...

Oriole Art & Design Academy Oriole Art & Design Academy
Rampur
Guwahati, 781132

Art and Artist

Skillful English Skillful English
Guwahati

Transform your English language skills with Skillful English -your ultimate language learning partner