Dakshin Guwahati Jatiya Vidyalaya

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dakshin Guwahati Jatiya Vidyalaya, School, Datalpara, Guwahati.

DAKSHIN GUWAHATI JATIYA VIDYALAYA || SILVER JUBILEE THEME SONG || OFFICIAL VIDEO ||THE LUIT RIPARIAN 15/01/2024

THE OFFICIAL THEME SONG OF SILVER JUBILEE YEAR, Dakshin Guwahati Jatiya Vidyalaya.

DAKSHIN GUWAHATI JATIYA VIDYALAYA || SILVER JUBILEE THEME SONG || OFFICIAL VIDEO ||THE LUIT RIPARIAN Produced : The Luit Riparian Lyrics : Dipangki HaloiComposition : Tonmay DekaVocal : Dipangki Haloi, Trishna Goswami, Mitul Moni Baishya, Tonmay DekaMusic :...

12/01/2024
PAGE 1.1 - Asomiya Pratidin ePaper :01-01-2024 | অসমীয়া-প্রতিদিন ই-বাতৰিকাকত 01/01/2024

PAGE 1.1 - Asomiya Pratidin ePaper :01-01-2024 | অসমীয়া-প্রতিদিন ই-বাতৰিকাকত Asomiya Pratidin ePaper- Highest Circulated Assamese Daily | অসমীয়া-প্রতিদিন

20/12/2023

P.C: Tridib Deka

07/12/2023

Admissions open for session 2024-25 👇

Photos from Dakshin Guwahati Jatiya Vidyalaya's post 13/11/2023

যোৱা ১১ নৱেম্বৰ, ২০২৩ তাৰিখ শনিবাৰে দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান “গীত-মাতৰ গধূলি,২০২৩” অতি উলহ-মালহেৰে গুৱাহাটীৰ গনেশপাৰা খেলপথাৰত অনুষ্ঠিত হয়। বিদ্যালয়ৰ অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা নানাৰঙী সাংস্কৃতিক অনুষ্ঠানে বিশিষ্ট অতিথিৰ লগতে উপস্থিত অভিভাৱকক আপ্লুত কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ‍্যাপক ড° মুকুল চক্ৰৱৰ্তীয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানৰ মঞ্চ মুকলি কৰে বিশিষ্ট বাদ‍্যযন্ত্ৰী শিল্পী নিৰ্মল দাসে। প্ৰত‍্যেক বছৰৰ দৰে এইবাৰো বিদ্যালয়ৰ তৰফৰ পৰা অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী বিশিষ্ট ব‍্যক্তিক শিল্পী-সম্বৰ্ধনা জনোৱা হয়। এইবাৰ ২০২৩ বৰ্ষৰ ' শিল্পী-সম্বৰ্ধনা ' জনোৱা হয় অসমৰ সাংস্কৃতিক জগতৰ বিশিষ্ট কন্ঠশিল্পী সমৰ হাজৰিকাক। বিদ্যালয়ৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰকাশিত আলোচনী ‛সৃষ্টি’ (চতুৰ্দশ সংখ্যক) উন্মোচন কৰে বিদ্যালয়ৰ প্ৰাক্তন অধ‍্যক্ষ তৰণী চৌধুৰীয়ে। এইবাৰৰ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ আৰু অভিনেতা ধীৰেণ ভট্টাচাৰ্য, বিশিষ্ট আবৃত্তিকাৰ গকুল বৰুৱা, জি.এম.ডি.এ ৰ উপাধ‍্যক্ষ মুকুতা ডেকা আৰু ১১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱী।

07/11/2023

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ বাবে।

Photos from Dakshin Guwahati Jatiya Vidyalaya's post 23/06/2023

আজি দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ এটা নতুন স্মাৰ্ট শ্ৰেণী কোঠাৰ শুভ উদ্বোধন কৰা হয়। বি. বৰুৱা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ‍্যাপক তথা আমাৰ বিদ্যালয়ৰ শুভাকাংক্ষী ড৹ হোমেশ্বৰ কাকতিদেৱে আজিৰ এই শ্ৰেণীকোঠাটোৰ উদ্বোধন কৰে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিদ‍্যালয় পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা সুশীল চন্দ্ৰ বৰঠাকুৰ, বিদ্যালয়ৰ অধ‍্যক্ষ ৰমেশ চন্দ্ৰ শৰ্মা আৰু বিদ্যালয়ৰ শুভাকাংক্ষী নগেন শৰ্মা। বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ‍্যাৰ যুগত এই নতুন স্মাৰ্ট শ্ৰেণী কোঠাই শিক্ষাৰ্থীসকলক শিক্ষাৰ জগতখনত আৰু এখোজ আগুৱাই নিয়াৰ ক্ষেত্ৰত ই যেন এক নতুন আশাৰ ৰেঙনি।

22/05/2023

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ ধাৰা অব‍্যাহত ৰাখি এইবাৰ ১৭ তম্ বৰ্ষতো দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ ১০০ শতাংশ উত্তীৰ্ণ হয়। ঘোষিত ফলাফল অনুসৰি বিদ্যালয়খনৰ ৪৮ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৭ জনে ডিষ্টিংচন, ১৬ জনে ষ্টাৰ, ৪৬ জনে প্ৰথম বিভাগ আৰু ২ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। বিজ্ঞান বিষয়ত ২৬ গৰাকী, ইংৰাজী বিষয়ত ২৩ গৰাকী, সমাজ বিজ্ঞান বিষয়ত ১৬ গৰাকী, সাধাৰণ গণিত বিষয়ত ১০ গৰাকী, অসমীয়া বিষয়ত ৮ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰে। ঐচ্ছিক বিষয়বোৰৰ ভিতৰত উচ্চ গণিতত ৩ গৰাকী, হিন্দী বিষয়ত ৫ গৰাকী, কম্পিউটাৰ বিজ্ঞান বিষয়ত ৩ গৰাকী, চাৰুকলা বিষয়ত ২ গৰাকী শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰে।

25/01/2023

Admissions open for 2023-24 session.

Photos from Dakshin Guwahati Jatiya Vidyalaya's post 23/10/2022

কালি ২২/১০/২০২২ তাৰিখ শনিবাৰে গনেশপাৰা খেলপথাৰত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ বাৰ্ষিক গীত-মাতৰ গধূলি ২০২২ অনুষ্ঠিত হয়। গীত-মাতৰ গধূলি অনুষ্ঠানৰ মঞ্চ মুকলি কৰে পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ‍্যক্ষ নৰেন্দ্ৰ নাথ ডেকাই। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে গুৱাহাটী পৌৰ নিগমৰ পাৰিষদদ্বয় ক্ৰমে মঞ্জিতা দৈমাৰী, মঞ্জুলা দেৱী আৰু সমাজকৰ্মী কাৰ্তিক বসুমতাৰীয়ে। অনুষ্ঠানত মুখ‍্য অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জী। এই মঞ্চতে তেওঁক সম্বৰ্ধনা জনোৱা হয়। দশম শ্ৰেণীৰ বাৰ্ষিক মুখপত্ৰ “সৃষ্টি” উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ মুৰব্বী অধ‍্যাপক ড৹ মুকুল চক্ৰৱৰ্তীয়ে। সন্ধিয়া ৩ বজাৰ পৰা নিশা ১০.৩০ বজালৈ অনুষ্ঠিত হোৱা অনুষ্ঠানত বিদ‍্যালয়ৰ শিক্ষাৰ্থীসকলে বিভিন্ন গীত-মাত, নৃত‍্য, নাটক, কৌতুক, কবিতা আবৃত্তি আদি বহুতো আকৰ্ষণীয় অনুষ্ঠানেৰে দৰ্শকৰ মন আপ্লুত কৰি তোলে।

07/06/2022

২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল:

◆ মুঠ অৱতীৰ্ণ শিক্ষাৰ্থীৰ সংখ‍্যা: ৩৭
◆ মুঠ উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ‍্যা: ৩৭
◆ উত্তীৰ্ণৰ শতকৰা হাৰ: ১০০%
◆ ডিষ্টিংচন: ৮
◆ ষ্টাৰ: ৭
◆ প্ৰথম বিভাগ: ৩০
◆ দ্বিতীয় বিভাগ: ৭

◆ মুঠ লেটাৰৰ সংখ্যা: ৮৬

◆ অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীসকল:

(১) পল্লৱ বড়ো ― উচ্চ গণিত (১০০), সাধাৰণ গণিত (১০০)

(২) তাপস প্ৰতীম দলৈ ― উচ্চ গণিত (১০০)

(৩) ৰণবীৰ ডেকা ― উচ্চ গণিত (১০০)

(৪) ভাস্কৰ বৰ্মন ― উচ্চ গণিত (১০০)

(৫) ছাবিনা তালুকদাৰ ― কম্পিউটাৰ বিজ্ঞান (১০০)

◆ বিষয় অনুসৰি লেটাৰৰ সংখ্যা:
সাধাৰণ গণিত ― ১৪
অসমীয়া ― ১৬
ইংৰাজী ― ৭
সাধাৰণ বিজ্ঞান ― ১৩
সমাজ বিজ্ঞান ― ১২
কম্পিউটাৰ বিজ্ঞান ― ১৪
সংগীত ― ৪
উচ্চ গণিত ― ৫
চাৰুকলা ― ১

Photos from Dakshin Guwahati Jatiya Vidyalaya's post 05/06/2022

আজি আমাৰ বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয় চৌহদত বৃক্ষৰোপন কৰা হয়। লগতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

Photos from Dakshin Guwahati Jatiya Vidyalaya's post 16/05/2022

Motivational lecture for youth development.
Speaker: Dr. Hemanta Rabha, Training and capacity building specialist, Govt. of Assam

Photos from Dakshin Guwahati Jatiya Vidyalaya's post 13/04/2022

আজি ১৩/০৪/২০২২ তাৰিখ বুধবাৰে _দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়_ ত সাহিত‍্য দিৱস উপলক্ষে ২০২১-২২ শিক্ষাবৰ্ষৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ দ্বাৰা প্ৰকাশিত বাৰ্ষিক মুখপত্ৰ *“সৃষ্টি”* উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যিক শান্তনু কৌশিক বৰুৱাই উন্মোচন কৰে এই *“সৃষ্টি”* আলোচনীখন। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বি বৰুৱা মহাবিদ্যালয়ৰ অধ‍্যাপক ড° হোমেশ্বৰ কাকতি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যাপক ড° লৱনন্দ চৌধুৰী আৰু তেখেতৰ পৰিবাৰ নৱনীতা চৌধুৰী। এই অনুষ্ঠানতে ড° লৱনন্দ চৌধুৰী আৰু তেখেতৰ পৰিয়ালবৰ্গই বিদ্যালয়ৰ পুথিভঁৰালৰ বাবে ৩০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। লগতে ড° হোমেশ্বৰ কাকতিদেৱেও বিদ্যালয়ৰ পুথিভঁৰালৰ বাবে ৯৫ খন পুথি দান দিছে। এই অনুষ্ঠানতে তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

04/04/2022

২০২২-২৩ শিক্ষাবৰ্ষৰ বিদ্যালয়ৰ পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভৰ পুৱাৰ সমাৱেশ।

Photos from Dakshin Guwahati Jatiya Vidyalaya's post 26/01/2022

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত ৭৩ তম্ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীৰ কিছু মূহুৰ্ত।

Photos from Dakshin Guwahati Jatiya Vidyalaya's post 17/01/2022

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ দ্বাবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচী।

Photos from Dakshin Guwahati Jatiya Vidyalaya's post 15/08/2021

৭৫ তম্ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচী।

31/07/2021

HS RESULTS, 2021

● Total no. of candidates appeared : 16
● Total no. of candidates passed : 16
● percentage of Pass : 100%
● Total no. of letters : 12
● Star : 3
● 1st Division : 11
● 2nd Division : 5
● 3rd Division : Nil
● Fail : Nil

31/07/2021

HSLC RESULTS, 2021

● Total no. of candidates appeared : 43
● Total no. of candidates passed : 43
● Percentage of pass : 100%
● Total no. of letters : 109
● Distinction : 9
● Star : 13
● 1st Division : 43
● 2nd Division : Nil
● 3rd Division : Nil
● Fail : Nil

Photos from Dakshin Guwahati Jatiya Vidyalaya's post 28/11/2020

আজি ২০২০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্র-ছাত্ৰীসকলৰ বিদায় সম্বৰ্দ্ধনা সভাৰ কেইটিমান মূহুৰ্ত।

Assamese grammar for Class 10 | ণত্ববিধি ষত্ববিধি | SEBA | APSC | HS TET | Language Paper 03/06/2020

https://youtu.be/4hRLw6XR_-M

Assamese grammar for Class 10 | ণত্ববিধি ষত্ববিধি | SEBA | APSC | HS TET | Language Paper Assamese grammar for Class 10 | ণত্ববিধি ষত্ববিধি | SEBA | APSC | HS TET | Language Paper 'ণত্ববিধি ষত্ববিধি' অসমীয়া ব্যাকৰণৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু পৰীক....

Want your school to be the top-listed School/college in Guwahati?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address

Datalpara
Guwahati

Opening Hours

Monday 9:30am - 2:30pm
Tuesday 9:30am - 2:30pm
Wednesday 9:30am - 2:30pm
Thursday 9:30am - 2:30pm
Friday 9:30am - 2:30pm
Saturday 9:30am - 2:30pm

Other Schools in Guwahati (show all)
Estudy table Estudy table
Guwahati

Estudytable e learning platform in Assamese

Nrityamandir Kala Niketan, Guwahati Nrityamandir Kala Niketan, Guwahati
Guwahati
Guwahati

Nrityamandir kala Niketan is a Guwahati bassed Satriya dance and Music Institution established in th

Khatarbari Khatarbari
Morigaon
Guwahati, 782106

শংকৰদেৱ শিশু বিদ্যা নিকেতন,বংশৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন,বংশৰ
VILL+P. O.//BONGSHAR, P. S./SUALKUCHI, DIST/KAMRUP(ASSAM), PIN-
Guwahati, 781103

Established 2001

Sankardev Sishu Vidya Niketan,Khetri Sankardev Sishu Vidya Niketan,Khetri
NH37
Guwahati

বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ ব্যক্তিগত বিদ্যালয়।

Mount Sinai School Mount Sinai School
Nampara, Nargaon, Rani. , Kamrup(R)
Guwahati, 781131

Little Birds KIDZEE,Goroimari Little Birds KIDZEE,Goroimari
Chhaygaon, Goroimari, College Chariali
Guwahati, 781137

Royal Public School Royal Public School
Datalpara, A. K Dev Road, Natun Basti
Guwahati

A modern educational institute under CBSE curriculum Address Datalpara, Natun Basti, A.K.dev road, Shiv Mandir path. pin-781025

Boom Dhamaka Collage Boom Dhamaka Collage
SHINGANSINA
Guwahati

BDC is a collage where we teach our students to make this world cool.

Benediction School of Music Benediction School of Music
Guwahati, 781034

Benediction School of Music was established in the year 2017,by one of the renowned Musician of Assam Mr.Pranjit Nath.He collaborates with few bands. The institute is affiliated un...

Oriole Art & Design Academy Oriole Art & Design Academy
Rampur
Guwahati, 781132

Art and Artist

Skillful English Skillful English
Guwahati

Transform your English language skills with Skillful English -your ultimate language learning partner