Anowar hussain8486

Anowar hussain8486

follow me

13/03/2024

CAA ৰ প্ৰতিবাদ কৰি অসমীয়া জাতিয়ে কি পালে ?

23/02/2024

2024 চনত HSLC পৰীক্ষাত অহা ব্যাকৰণ সমূহৰ সমাধান—
✍️আনোৱাৰ হুছেইন..( M.A In Assamese,B.ed)

16.ক/তলৰ যিকোনো ব্যাসবাক্যসহ সমাসৰ নাম লিখা !
ক/পঞ্চনদ- পঞ্চ নদীৰ সমাহাৰ –দ্বিগু সমাস |
বনভোজ–বনত যি ভোজ– বহুব্ৰীহি সমাস |

খ/ সন্ধি ভঙা-
ইত্যাদি–ইতি+আদি |
উল্লেখ– উৎ+ লেখ |
সংহাৰ– সম+হাৰ

গ/ মিশ্ৰবাক্য পৰিৱৰ্তন কৰা-
মিছা কোৱাজনক সকলোৱে বেয়া পায়|
উত্তৰ:- যিজনে মিছা কয়, তাক সকলোৱে বেয়া পায় |

ঘ/ ণত্ব বিধি আৰু ষত্ববিধি-
উত্তৰায়ণ- `উত্তৰ` শব্দৰ লগত ´অয়ন´ শব্দ যোগ হলে ´ন´ ´ণ´ হয় |
কন্টক– ট´বৰ্গৰ বৰ্ণৰ সৈতে `ন` যোগ হলে সদায় ´ণ´ হয় |
ঙ/ যথাস্থানত যতিচিহ্ন বহুওৱা-
দেউতাকে ছোৱালীজনীক সুধিলে আজি তুমি কি কৰিবা
উত্তৰ– দেউতাকে ছোৱালীজনীক সুধিলে,´´আজি তুমি কি কৰিবা?´´

ছ/ বিপৰীতাৰ্থক শব্দ লিখা -
বিস্তৃত– সংক্ষিপ্ত |
সুখ্যাতি– কুখ্যাতি |

জ/ এটা শব্দত প্ৰকাশ কৰা :-
যি আগেয়ে হোৱা নাই—--অভূতপূৰ্ব |
গড়ৈ মাছৰ সৰু সৰু পোৱালি—-গৰৈচিৰিকা |
আনৰ দোষ দেখা স্বভাৱ—অসূয়া |

ঝ/প্ৰত্যয় ভাঙি দেখুওৱা-
লাজুৱা–লাজ+উৱা
মৰমিয়াল— মৰম+ইয়াল
ঞ/ সমাৰ্থক শব্দ লিখা -
নবীন—- নতুন, নৱ - - -|
বিপদ—- সংকট - - - - |

27/ ঘ/ সমাৰ্থক শব্দ লিখা–
উপাসনা— পূজা, বন্দনা, আৰাধনা, অৰ্চনা - - |
অনন্তকাল— চিৰকাল - - - |
ঙ/ পুৰণি শব্দৰ আধুনিক ৰূপ-
আসি- আহি
পুহাইল– ৰাতিপুৱা |

28/01/2024

অসম গ্ৰন্থমেলা ২০২৪, Assam book fair 2024

22/01/2024

ৰাম ৰাম হৈ থকক ...... আপোনালোকৰ মতমত কি?

19/01/2024

High School & HS School Tet ৰ বাবে কমন ১০০%

14/01/2024

মেলা, মেলা মানেই বিভিন্ন খেলৰ আমেজ

13/01/2024

শিৱসাগৰৰ এজন যুৱকে এৰোপ্লেন কিনিলে

11/01/2024

আজিকালি আমি মানুহবোৰ ধুনীয়াকৈ মিছা কথা কও 👌👌

30/12/2023

Sakib khan, Sakib khan Assam show
https://youtu.be/keTeTdX0jtU

12/12/2023

Palestine V/S Israel Conflict explained -- যুদ্ধ কিহৰ বাবে

31/10/2023
26/02/2023

B.ed Exam west bangal..

https://youtu.be/J8vxSX71plI

30/12/2022

short video.আজি আপোনালোকক লৈ যাম গুৱাহাটী গ্ৰন্থমেলা`লৈ...

https://youtu.be/J8vxSX71plI

18/12/2022

খেতি পথাৰে কথা কয় , আপুনি Video টো ভালকৈ চাওঁক আৰু শুনক, আৰু Comment কৰি আপোনাৰ মতামত দিয়ক ...https://youtu.be/J8vxSX71plI

Want your business to be the top-listed Food & Beverage Service in Hailakandi?
Click here to claim your Sponsored Listing.

Videos (show all)

CAA ৰ প্ৰতিবাদ কৰি অসমীয়া জাতিয়ে কি পালে ?
অসম গ্ৰন্থমেলা ২০২৪, Assam book fair 2024#AssamBookFair #Assamese #viral #happynewyears2024 #asmrvideo
#jindagi #jindagijindabad #viral #hindisongs
#hindisongs #happynewyears2024 #song
ৰাম ৰাম হৈ থকক ...... আপোনালোকৰ মতমত কি?#Ram #RamTemple #Ram
MELA #melanin #mela #happynewyears2024 #bongaigaon_assam
High school আৰু HS Tet ৰ বাবে এইটো কিতাপ পঢ়িলে ১০০% কমন পৰিব
মেলা, মেলা মানেই বিভিন্ন খেলৰ আমেজ #melasma #shorts #virals #assamesevlogs #dimpuboruah #bongaigaon_assam #hobby #diburi...
শিৱসাগৰৰ এজন যুৱকে এৰোপ্লেন কিনিলে
আজিকালি আমি মানুহবোৰ ধুনীয়াকৈ মিছা কথা কও 👌👌
Palestine V/S Israel Conflict explained -- যুদ্ধ কিহৰ বাবে

Category

Website

Address

Vill-Hokodoba
Hailakandi
12345

Other Food & Grocery in Hailakandi (show all)
jahid hasan khan jahid hasan khan
Hailakandi

[১:৪] আল ফাতিহা مالِكِ يَومِ الدّينِ বিচার দিবসের মালিক।

Islamic channel Islamic channel
Assam Hailakandi
Hailakandi, 788113

Allah Allah Allah Allah Allah Allah Allah Allah Allah Allah Allah Allah Allah Allah Allah Allah Allah

pen pencil packing home work online job salary ₹30000 advance ₹15000 pen pencil packing home work online job salary ₹30000 advance ₹15000
Hailakandi, 110013

pen pencil packing home work online job salary ₹30000 advance ₹15000

Nurul islam Nurul islam
Patherkandi
Hailakandi, 788726

Ḿȡ Ħifĵuř Řẫħḿẫň Ḃẫřḃħuiyẫ Ḿȡ Ħifĵuř Řẫħḿẫň Ḃẫřḃħuiyẫ
Chandipur PT 4
Hailakandi

47K followers • 1 following . " আমি______________________________ ব্যর্থ " তবে একদিন ঘুরে দাড়াবো

Ram Sh*ta Ram Sh*ta
Hailakandi, 788155

Driver

dk bittu dk bittu
Hailakandi, 788163

dk

Anwar Anwar
Algapur
Hailakandi

ASHIK Uddin Laskar ASHIK Uddin Laskar
Hailakandi, 788151

Akram vlog Akram vlog
India
Hailakandi

Assam Guwahati page Assam Guwahati page
Hailakandi, 788161