Saidul Haque অসম
Contact: [email protected]
✊🏻
There should be some limit in lying.
Justice MK is forever wit!
Happy Diwali 🎇
অসমৰ ৰাজনৈতিক ইতিহাসত আটাইতকৈ বেছি ত্যাগৰ নিদৰ্শন ডাঙি ধৰি, জাতিটোৰ ৰাজনৈতিক অধিকাৰৰ সংগ্ৰামখন আগুৱাই নিবলৈ জটিল পথ বুলি জানিও মাত্ৰ তিনিবছৰ আগত ৰাজনীতিৰ পথাৰত ভৰি দিয়া, জাতিটোৰ প্ৰতি অফুৰন্ত আৰু নিভাজ প্ৰেম আৰু দায়বদ্ধতা থকা অসম মাতৃৰ সু-সন্তান এগৰাকীয়ে তোমালোকৰ নিচিনা বিভাজনৰ ৰাজনীতি নজনাটো ডাঙৰ কথা নহয়, তথাপি ইতিহাসে তোমাক নহয়, লুৰীণজ্যোতি গগৈকে মনত ৰাখিব । বাকী সময় আৰু ৰাইজে উত্তৰ দিব।
Lurinjyoti Gogoi
কাইলৈ আমিও পহৰা দিম। চৰকাৰে Design Plan সলনি কৰক!
ড° অপূৰ্ব কুমাৰ বৰুৱাৰ সামাজিক মাধ্যমত সৰ্বাধিক প্ৰশংসিত আৰু চৰ্চিত পোষ্ট...
শিক্ষিত যুৱচামক এই অৱস্থালৈ ঠেলি দিয়া হ'ল।
প্ৰতিমা আৰু ভূপেন দা 💕
আগতেও এনেকুৱা হৈছিল ।
বিশ্বনাথৰ সাধাৰুত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ এজন মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ খুন্দাত এগৰাকী নিৰীহ ব্যক্তিয়ে প্ৰাণ হেৰুৱালে৷ অতি গুৰুতৰ আৰু সংবেদনশীল অভিযোগ এয়া৷
ৰাকেশ তেলামী নামৰ এগৰাকী ব্যক্তিৰ মৃত্যু হ’ল অতি কৰুণভাৱে, বিনা কাৰণতে৷ এতিয়া পৰিয়ালটোৰ দায়িত্ব কোনে ল’ব? আমি ভুক্তভোগী পৰিয়ালটোৱে ন্যায় পোৱাটো বিচাৰিছোঁ৷ আৰু পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছোঁ৷ ঘৰখনৰ এগৰাকী সদস্য নোহোৱা হৈ থাকিল৷ কাৰ ভুলৰ বাবে? উচিত তদন্ত হ’বই লাগিব আৰু দোষীয়ে শাস্তি পাব লাগিব৷ এই দুৰ্ঘটনাত আৰু এগৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে৷ তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ৷
লগতে, অভিযোগৰ আঙুলি উঠা মন্ত্ৰীগৰাকীক শীঘ্ৰে স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছোঁ৷
💚
জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তীত তেখেতক শ্ৰদ্ধাৰে মনত পেলাইছোঁ।
৫ মিনিট দেৰি হোৱা বাবে ২ বছৰৰ সাধনা অথলে গ'ল। ইমান Preparation কৰি কোনেও ইচ্ছাকৃতভাৱে পলমকৈ নাহে, নিশ্চয় কিবা অসুবিধা হৈছিল । কৰ্তৃপক্ষই পৰীক্ষাৰ্থী গৰাকীক পৰীক্ষাত বহিবলৈ দিব লাগিছিল।
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the public figure
Telephone
Address
Hajo
Hajo
MLA ,55 No. Hajo Constituency, Assam As a social worker, protecting vulnerable children n families.