Afzal Hussain
Motivational and Educational Quotes, Stories and Personal....
ডিমৰুপৰীয়া সাহিত্য সংস্কৃতি মঞ্চ হোজাইৰ দ্বীতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ও ডিমৰু উৎসৱ ২০২৩ ৰ মুকলি সভাত এজন সুনামধন্য সাংবাদিক আৰু নিউজ চেনেল ৰ পৰামৰ্শদাতা সম্পাদক, এজন বঁটা বিজয়ী তথ্যচিত্ৰ নিৰ্মাতা, জনপ্ৰিয় টেলিভিছন এংকৰ আৰু লেখক আৰু অসম ৰাজ্যিক জমিয়ত উলামা-ই হিন্দৰ সভাপতি আৰু উধ আল আনফৰৰ অধ্যক্ষ মৌলানা মুস্তাক আনফৰ চাহাব আৰু দিল্লীৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জেষ্ঠ বিষয়া, অসম সন্তান মাৰুফ আলমৰ সৈতে।
"May the new year bring you Warmth, Love and Light to guide your path to a positive destination." 🌷🌹 Happy New Year 🌹🌷.
हम हँसते हैं तो उन्हें लगता है मुझे आदत है मुस्कुराने की.....
वो नादान क्या जाने की ये अदा है गम छुपाने की ॥
অসম চৰকাৰৰ অভিলাষী আঁচনি “অমৃত বৃক্ষ আন্দোলন” ৰ বৃক্ষৰোপণ অভিযানত আজি হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত বুৰুংগা বজাৰ হাইস্কুলত গছপুলি ৰোপণ কৰোঁ।
In a Tree Plantation Drive of "Amrit Vriksha Andolan", an ambitious scheme of the Government of Assam, I planted saplings at Burunga Bazar High School under Jamunamukh constituency of Hojai district today.
I am proud to be honored by the Principal Sir of Kapashbari Junior College and the students of the college as a Successful Alumnus of the college. I made a speech to encourage the students about the hard work and dedication required in the current competitive days of education to achieve the goal. I would like to thank the Principal Sir of Kapashbari Junior College and all the teachers and students.
কপাহবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ছাৰ আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মোক মহাবিদ্যালয়ৰ এগৰাকী সফল প্ৰাক্তন ছাত্ৰ হিচাপে সন্মান জনোৱাত গৌৰৱ অনুভৱ কৰিছো। মানুহ জীৱনত কৃতকাৰ্য হবলৈ এটা লক্ষ্যৰ প্ৰয়োজন, আৰু সেই লক্ষ্যত উপনীত হবলৈ শিক্ষাৰ ক্ষেত্ৰত বৰ্তমান প্ৰতিযোগিতাৰ দিনত যি পৰিশ্ৰম আৰু সাধনাৰ প্ৰয়োজন সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰাৰ বাবে বক্তব্য আগবঢ়ালোঁ। কপাহবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে সকলো শিক্ষক-শিক্ষয়িত্ৰী, আৰু ছাত্ৰ-ছাত্ৰী সকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
With my Baba
নতুন বন্ধুক আঁকোৱালি ল'ব নোৱাৰাজনেই জীয়াই থকাৰ কলা হেৰুৱাই পেলায় = ৱেইৰ মিটছেল ।
ভাঙি যোৱা বস্তুক ভগৱানে সুন্দৰকৈ ব্যৱহাৰ কৰে
মেঘ ভাঙি বৰষুণৰ ৰূপ, বীজ ভাঙি নতুন গছৰ জন্ম দিয়ে।।
সেই কাৰণে কেতিয়াবা সমস্যাত ভাঙি পৰিলে বুজিবা যে ভগৱানে তোমাক কিবা ডাঙৰ কামৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছে, সেয়ে ধৈৰ্য্য ধৰক ভাল সময় আহিব!
An animal becomes dangerous when it is hungry, but a man becomes dangerous when his belly is full...
جانور اس وقت خطرناک ہو جاتا ہے جب وہ بھوکا ہو لیکن انسان اس وقت خطرناک ہو جاتا ہے جب اس کا پیٹ بھر جائے۔
Kuch Paakar Khona Hai
Kuch Khokar Paana hai
Jeevan Ka Matlab To
Aana Aur Jaana Hai
Do Pal Ke Jeevan Se
Ek Umr Churani Hai
Zindagi Aur Kuch Bhi Nahi
Teri Meri Kahani hai..
لوگ اکڑ کر ایسے جیتے ہیں
جیسے آبِ حیات پیتے ہیں ۔۔۔۔۔۔
हमारी शान है तिरंगा, जान है तिरंगा,
सर पर रखा है हमने देश की पहचान है तिरंगा।
गणतंत्र दिवस की हार्दिक शुभकामनाएं!
Happy Republic Day of India 💕
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ছাৰৰ চিঠিখন পাই মই অতিশয় উৎসাহিত হৈছো। তেখেতৰ লগতে তেখেতৰ পৰিয়ালৰ সমূহ সদস্যলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলোঁ। 🙏
I am very excited to receive the letter from the Chief Minister of Assam, Dr. Himanta Biswa Sarma Sir. I wish him and his family a Very Happy New Year. I also wish him good health. 🙏
Kids playing with big Python 🐍
My son and daughter Both of them were so happy to drive away the monkey.......
🌹 My daughter is precious in every way. She is the Sunshine in my day. The joy in my soul. And the love of my life 🌹
वो बचपन की अमीरी न जाने अब कहां खो गई वो दिन ही कुछ और थे जब बारिश के पानी में हमारे भी जहाज चला करते थे।।
खबर ना होती कुछ सुबह की , ना कोई शाम का ठिकाना था , थक हार के आना स्कूल से , पर खेलने को तो जरूर था जाना ।
Happy Children's Day 2022
I give Allah the glory for you my son as you are turning seven, may God in His infinite mercies continue to keep you. Happy birthday, my boy.
रात भर गहरी नींद आना इतना आसान नहीं, उसके लिए दिन भर ईमानदारी से जीना पड़ता है ।
शुभ रात्रि......
विश्वास का यह बंधन यूं ही बना रहे, तुम्हारे जीवन में प्रेम का सागर यूं ही बहता रहे, दुआ है रब से सुख और समृद्धि से जीवन भरा रहे, शादी की ढेरों शुभकामनाएं।
at marriage ceremony of Cousin Brother
at wedding ceremony of Sister-in-law.. Shaadi Mubarak ho...
এক বৃদ্ধ দম্পতিক সোধা হল
"আজি কালিৰ সম্পৰ্কবোৰ ইমান সোনকালে ভাঙি যায়, আপোনালোকে ৬০ বছৰ কিদৰে একেলগে পাৰ কৰিলে? তেওঁলোকে খুব সুন্দৰকৈ উত্তৰ দিলে
"আমি সেইটো সময়ৰ হয় যেতিয়া বস্তু ভাঙিলে পুনৰ মেৰামতি কৰি ব্যৱহাৰ কৰা হৈছিল। আজিৰ দৰে ভঙাৰ লগে লগে পেলাই দি পুনৰ নতুনকৈ কিনি অনা হোৱা নাছিল।"
बेटा अंश है तो बेटी वंश है!
बेटा आन है तो बेटी शान है!
बेटा तन है तो बेटी मन है!
बेटा मान है तो बेटी स्वाभिमान है!
बेटा संस्कार है तो बेटी संस्कृति है!
बेटा आग है तो बेटी बाग़ है!
बेटा शब्द है तो बेटी अर्थ है!
बेटा गीत है तो बेटी संगीत है!
बेटा प्रेम है तो बेटी पूजा है!
बेटा दवा है तो बेटी दुआ है!
बेटा बाप है तो बेटी मेरी माँ है!
Eid Mubarak
সকলো HSLC Exam Topper, সফল ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক সকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। জড়িত সকলো শিক্ষকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। অধিক উৎকৃষ্ট কৃতিত্বৰ বাবে শুভেচ্ছা থাকিল!
কাৰ যাত্ৰা কʼত কেনেকৈ শেষ হয়, কোনেও
নাজানে !
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Website
Address
Ambari Hojai (Assam) Ghoniar Par Forest Village
Hojai, 782445
Hello dosto is pages por apko vlogs and traveling comedy entertainment video milaga
Hojai
my life my rules my attitude my lifestyle no hate me no love me I am only single peace is best