Voice of Hojai

কৰ্ম আমাৰ ধৰ্ম

13/06/2024

খশী দেওয়া জন্তুর দ্বারা কুরবানী করা জাইজ।
#কুরবানী

13/06/2024

বাচ্ছাদের কে ঈদের নামাজ পড়ানোর পদ্ধতি শিকাইলাম

11/06/2024

কুরবানী যে দিবে সে নখ,চুল,মুছ কাটবেনা ।

11/06/2024

ৰাতি সামান্য বৰষুণৰ বাবে প্ৰায় ২৪ ঘন্টাৰ পৰা বিদ্যুৎ নাই হায়ৰে কপাল কিন্তু smart Miter লগোৱা বাধ্যতামূলক।

11/06/2024

Ashatul Islam Rowarpar madrassa first unit test exam 2024

11/06/2024

এশ্বাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাৰ আজি ছাত্ৰ সকলৰ First unit test exam

Photos from Voice of Hojai's post 10/06/2024

ডবকা পুলিচ পইন্টত কৰ্মৰত আৰক্ষী, ঠেলা চালক, ৰিক্সা চালক, স্থানীয় ক্ষুদ্ৰ দোকানী সকলৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু বজাৰলৈ অহা সাধাৰন ৰাইজৰ সুবিধাৰ্থে ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেছনে শীতল পানীৰ ব্যৱস্থা কৰিছে ৷ ফাতিমা ফাউণ্ডেছন তথা মহাম্মদ আব্দুল জলিল চাহাবৰ এই পদক্ষেপে স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে ঠেলা চালক, ৰিক্সা চালক সকলক যথেষ্ট সকাহ দিব ৷ কিয়নো এইসকল লোকে দিনত কমেও পাচ ছয় বটল পানী কিনি খোৱাৰ ফলত 50 /60 টকা খৰচ হৈছিল ৷ সেই হিচাপত পানীৰ বাবত মাহেকত পোন্ধৰৰ পৰা দুই হাজাৰ টকালৈকে খৰচ কৰিছিল এইসকল লোকে ৷ এতিয়া টকাখিনি ৰাহি কৰি দুই পইচা সঞ্চয় কৰিব পাৰিব ৷ সদৌ শেষত এই মহান কামটোৰ বাবে ফাতিমা ফাউণ্ডেছনৰ শলাগ ললোঁ ৷

10/06/2024

AIUDF ত মুক্ষম আঘাত।

10/06/2024

১৭ জুনে পালন করা হবে ঈদ উল আজহা।

10/06/2024

দিনের আরম্ভণী করুন আল্লাহর কালাম দ্বারা ।
#কুরআনেরআল #কোরানশ্বরিফ #قرآن آواز

06/06/2024

যমুনামুখ কাটকটিয়া গাঁও মন্দিৰৰ ওচৰত টেচ মিটাৰত হঠাৎ জুই লাগিছে।

06/06/2024

Mashaallah congratulations হিজাবী কন্যা মুমিনা আফরিন NEET পরিক্ষায় প্রথম স্থান দখল।

06/06/2024

বণ্ড বাবা হোসিয়ার।

06/06/2024

শিশুদেৰ নামাজ শিক্ষা

05/06/2024

With B TV 24 – I just got recognized as one of their rising fans! 🎉

04/06/2024

তেখেতৰ হাৰত অধিকাংশ মানুহ উৎফুল্লিত!
কিন্তু কিয় ?

04/06/2024

*শোকবাৰ্তা* ☺️☺️
ডবকা দীঘলজাৰুণী নিবাসী আলহাজ ৰুহুল আমীন আমীৰ চাহাবৰ আজি ৰাতিপুৱা ০৯:২৭ বজাত ইন্তেকাল হৈছে।
ইন্না লিল্লাহী উৱা ইন্না ইলাইহী ৰা-জীউন।
আজি বিয়লি ০৫:০০ বজাত দীঘলজাৰুণী ঈদগাহ ময়দানত মৰহুমৰ জানাঝা আদায় কৰা হ'ব।

03/06/2024

*দোৱাৰ বাবে আবেদন* 🤲

অসম তাবলিগী জামাতৰ প্ৰবীণ জিম্মাদাৰ বিশেষকৈ নীলবাগান নুৰানী মৰ্কজৰ মুৰব্বী, ডবকা দীঘলজাৰুণী গাৱঁৰ জানাব *আলহাজ ৰুহুল আমীন (আমীৰ চাহাব)* বহুত বেছি অসুস্থ হৈ আছে।
আমীৰ চাহাবৰ সুস্থতাৰ কাৰণে পৰিয়ালৰ ফালৰ পৰা সকলো লৈ বিশেষ দোৱাৰ আহ্বান জনোৱা হৈছে।
দোৱা কৰোঁ মহান আল্লাহ পাকে আমীৰ চাহাবক সুস্থতাৰ নিয়ামত দান কৰক। আ-মী-ন 🤲
আমীৰ চাহাব অকল জামাতে তাবলীগৰ জিম্মাদাৰেই নহয় সামাজিক ভাবেও তেখেতৰ অৰিহণা অতুলনীয়।‌বৰ্তমান সময়ৰ এজন বুজুৰ্গ আল্লাহ ওৱালা ব্যক্তি।

03/06/2024

Flood ৰাস্তা আৰু কালবাৰ্ট লৈ গ'ল।

03/06/2024

big fish 🐠🐟 flood big fishing

03/06/2024

Korkoti gaon flood status

02/06/2024

বিষাক্ত সাপ চাওক।

01/06/2024

🎉 Just completed level 3 and am so excited to continue growing as a creator on Facebook!

31/05/2024

Nagayapam korkoti flood affected

31/05/2024

Jamunamukh nagayapam korkoti gaon flood

31/05/2024

Jamunamukh daily Bazar flood

31/05/2024

যমুনামুখ ৰেল ষ্টেচন পানীৰ তলত।

31/05/2024

যমুনামুখ সৰুপথাৰ ৰোড ।

30/05/2024

সাৱধান নৈপৰিয়া ৰাইজ । বিষাক্ত সাপ চাওক

30/05/2024

যমুনামুখ কামপুৰ পঠিয়াপাম ৰাস্তাৰ ওপৰেদি কপিলী নৈৰ পানী সোমাই আছে।

Want your business to be the top-listed Media Company in Hojai?
Click here to claim your Sponsored Listing.

Videos (show all)

খশী দেওয়া জন্তুর দ্বারা কুরবানী করা জাইজ।
বাচ্ছাদের কে ঈদের নামাজ পড়ানোর পদ্ধতি শিকাইলাম
কুরবানী যে দিবে সে নখ,চুল,মুছ কাটবেনা ।
Ashatul Islam Rowarpar madrassa first unit test exam 2024
এশ্বাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাৰ আজি ছাত্ৰ সকলৰ First unit test exam
দিনের আরম্ভণী করুন আল্লাহর কালাম দ্বারা ।
যমুনামুখ কাটকটিয়া গাঁও মন্দিৰৰ ওচৰত টেচ মিটাৰত হঠাৎ জুই লাগিছে।
Mashaallah congratulations হিজাবী কন্যা মুমিনা আফরিন NEET পরিক্ষায় প্রথম স্থান দখল।
বণ্ড বাবা হোসিয়ার।
শিশুদেৰ নামাজ শিক্ষা
হায় ৰে মে লুট গায়া।
Flood ৰাস্তা আৰু কালবাৰ্ট লৈ গ'ল।

Telephone

Website

Address

Jamunamuk
Hojai
782428

Other Hojai media companies (show all)
SK on Wheels SK on Wheels
Hojai, 782429

�——�——� �――――� ◥◣��◢◤ ◥◣◢◤ ◥◤ ��FB�� ��King�� ◢◣ ◢◤◥◣ ◢◤��◥◣ �————� �――�――�

Az News point Az News point
Hojai, 782435

স্বাগতম জনাইছোঁ আপোনাক "AZ News Point" লৈ। আমাৰ Channel টো এবাৰ visit কৰিব আৰু চাব, Follow কৰিব l

HOJAI LIVE HOJAI LIVE
Hojai

new video uploaded

Saddam fire gaming Saddam fire gaming
No 2 Ramsingh Gaon Nakhuti Hojai
Hojai, 782446

please like follow and shar

Fb Technical Fun Fb Technical Fun
Hojai

Assalamu Alaikum আশা কৰো আপোনালোক সকলো ভাল হব Inshallah মইও ভাল, পেজটো follow কৰিবলৈ অনুৰোধ জনালোঁ।

Najia Gaming Najia Gaming
Hojai

follow my page

Jubair Ahmed short Jubair Ahmed short
Hojai, 782446

বিসমিল্লাহির রাহমানির রাহিম শুরু করিতেছি তাহার নামে যিনি পরম দয়ালু এবং করুণাময়

ASSAM TIME 24 ASSAM TIME 24
Changmaji
Hojai, 782440

সোতৰ বিপৰীতে ৰাইজৰ স্বার্থত সদায় আমি আগত

Muslim Tv India Muslim Tv India
Hojai

I'm video reels

ECO TV 24 ECO TV 24
Hojai, 782439

আপোনাৰ কাষত আপোনাৰ মাজত অকল আপোনাৰ প্?

Rajul assam Rajul assam
Chowdhury Dazar
Hojai, 782439

public figure