Videos by Axom dose in Hojai.
Mashallah
বেলেগ মহিলাৰ লগত অবৈধ যৌন সম্পৰ্ক কৰি থাকোঁতেই হাতে লোতে ধৰা পৰা হোজাইৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ফখৰ লস্কৰৰ নামৰ লম্পটৰ উলংঘ ভিডিয় ভাইৰেল হোৱাৰ পিছতো হোজাই জিলাৰ সভ্য সমাজ নিমাত থকাৰ আঁৰৰ ৰহস্য কি? ওপৰৰ মালৰ ভয় নে? টকাত মেনেজ? ১১দিন পূৰ্বে এক পথ দুৰ্ঘটনাত নিজৰ পুত্ৰক হেৰুওৱা পিতৃ আজি আন মহিলাৰ লগত অবৈধ যৌন সম্পৰ্কত লিপ্ত। তাকেই আকৌ পবিত্ৰ ৰমজান মাহত। অতি দুৰ্ভাগ্যৰ বিষয় এতিয়ালৈকে হোজাই জিলাৰ সকলো দল গঠন নিমাত! নিমাত সমাজত চলি থকা অন্যায়ৰ বিৰুদ্ধে মাত মাতি অহা অন্যায় বিৰোধী সচেতন মহল। নিমাত সমাজ সেৱক সকল! নিমাত ইছলাম ধৰ্মাৱলম্বী ময়-মুৰব্বীয়ান সকল।🙏😥
নখুটি বাসীলৈ এই ভিডিঅ'টো চাবলৈ অনুৰোধ থাকিল, লংকা নখুটি এখন স্থানৰ নাম ফানি জান! ♥️❤️ @highlight @followers