আমি ধেমাজিয়ান : Dhemajian

আমি ধেমাজিয়ান : Dhemajian

You may also like

Robin VIog 69
Robin VIog 69

আপোনাৰ বিশ্বাস আমাৰ সততা। আমি ধেমজিয়? নিৰ্ভিক, নিৰপেক্ষ, ৰাষ্ট্ৰীহিতাৰ্থে।

Photos from আমি ধেমাজিয়ান : Dhemajian's post 15/11/2023

🛑 নিউজিলেণ্ডক ছেমি ফাইনেলত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত ভাৰত
🛑 মহম্মদ ছামীৰ বিধ্বংসী ৭ টা উইকেটেৰে অল আউট টীম নিউজিলেণ্ডক
🛑 ছেমি ফাইনেলত ৭০ ৰানত জয়লাভ ভাৰতৰ

15/11/2023

ৱাংখেড়ে ষ্টেডিয়ামত ইতিহাস ৰচিলে বিৰাট কোহলিয়ে। এদিনীয়াত সৰ্বাধিক শতকৰ অভিলেখ বিৰাট কোহলিৰ। শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে কোহলিয়ে।

04/11/2023
Photos from Assam unofficial 's post 25/10/2023

Assam unofficial

Photos from আমি ধেমাজিয়ান : Dhemajian's post 19/10/2023

প্ৰকৃতিৰ অপৰূপ ৰাণী জোনাই মহকুমাৰ টেলাম-বেকুণ্ঠপুৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এতিয়া এই হৃদয় বিদাৰক দৃশ্য। ফৰলেণ্ড সম্প্ৰসাৰণৰ নামত প্ৰকৃতিৰ ওপৰত নিদাৰুণ অত্যাচাৰ চলি আছে। মৰুভূমিৰ দৰে পথৰ দুয়োপাৰ এতিয়া উদং।গছবোৰ সোঁমাজত ৰাখি নতুন পথ নিৰ্মাণ কৰা হলে হাজাৰ হাজাৰ গছ-গছনিৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন। কিন্তু প্ৰকৃতিয়ো এটা সীমালৈকেহে সহ্য কৰিব।যেতিয়া ৰুষ্ট হ'ব মানৱ জাতিয়ে যাতনা ভুগিব লাগিব। কিন্তু মনত ৰাখিব যে প্ৰকৃতিক ধ্বংস কৰি কৰা উন্নয়ন এক নিশ্চিত আত্মঘাতী। চৰকাৰে কেৱল চৰকাৰৰ কথাবোৰকহে শুদ্ধ বুলি নাভাবিব। বেলি চাই সময় কোৱা মানুহৰ কথাবোৰকো শুনিবলৈ যত্ন কৰক।।

19/10/2023

প্ৰকৃতিৰ অপৰূপ ৰাণী জোনাই মহকুমাৰ টেলাম-বেকুণ্ঠপুৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এতিয়া এই হৃদয় বিদাৰক দৃশ্য। ফৰলেণ্ড সম্প্ৰসাৰণৰ নামত প্ৰকৃতিৰ ওপৰত নিদাৰুণ অত্যাচাৰ চলি আছে। মৰুভূমিৰ দৰে পথৰ দুয়োপাৰ এতিয়া উদং।গছবোৰ সোঁমাজত ৰাখি নতুন পথ নিৰ্মাণ কৰা হলে হাজাৰ হাজাৰ গছ-গছনিৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন। কিন্তু প্ৰকৃতিয়ো এটা সীমালৈকেহে সহ্য কৰিব।যেতিয়া ৰুষ্ট হ'ব মানৱ জাতিয়ে যাতনা ভুগিব লাগিব। কিন্তু মনত ৰাখিব যে প্ৰকৃতিক ধ্বংস কৰি কৰা উন্নয়ন এক নিশ্চিত আত্মঘাতী। চৰকাৰে কেৱল চৰকাৰৰ কথাবোৰকহে শুদ্ধ বুলি নাভাবিব। বেলি চাই সময় কোৱা মানুহৰ কথাবোৰকো শুনিবলৈ যত্ন কৰক।।

01/10/2023

ধেমাজি জিলা দিৱসৰ শুভেচ্ছা 💐💐

Photos from আমি ধেমাজিয়ান : Dhemajian's post 30/09/2023

৩৫ সংখ্যক ধেমাজি জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনে আজি জিলা ক্ৰীড়া বিভাগৰ সহযোগিতাত পুৱা ৫.৩০ বজাত প্ৰায় ৭০০ জন প্ৰতিযোগীৰ অংশগ্ৰহনেৰে গোপাক তিনিআলিৰ পৰা ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ ৭.৫ কিলোমিটাৰ হাফ মাৰাথান প্ৰতিযোগিতা অনুষ্ঠিত কৰে। লখিমপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ প্রদান বৰুৱাই ফ্লেগ অফ কৰা উদ্বোধনী অনুষ্ঠানত সাংসদ মহোদয়ৰ লগত উপস্থিত থাকে ধেমাজি জিলাৰ জিলা আয়ুক্ত অংকুৰ ভৰালী , অতিৰিক্ত জিলা আয়ুক্ত যাদৱ পেগু,বিশ্বজিৎ শইকীয়া, ঋতু পল্লৱ বৰুৱা, মহকুমাধিপতি(সদৰ) নন্দিতা ৰয় গোহাঞি,সহকাৰী আয়ুক্ত প্ৰীতিৰেখা গগৈ,নিৰ্বাচনী বিষয়া ৰুবি ৰয় ,জিলা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ,তথ্য আৰু জনসংযোগ বিভাগৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল।
ল'ৰা আৰু ছোৱালী ২টা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ল'ৰাৰ শাখাত প্ৰথম স্থান অধিকাৰ কৰে মৃগাং তায়ুং (জোনাই), দ্বিতীয় স্থান লাভ কৰে চামদিম ৰামচিয়াৰী আৰু তৃতীয় স্থান লাভ কৰে ভদ্ৰ কুলিয়ে।
ছোৱালীৰ শাখাত প্ৰথম স্থান লাভ কৰে ববিতা কুলি,দ্বিতীয় স্থান লাভ কৰে ৰৈচুমী বসুমতাৰী,আৰু তৃতীয় স্থান লাভ কৰে মনালিছা বৰুৱাই। বিজয়ী প্ৰতিযোগীক নগদ ধন সহ একোখনিকৈ মানপত্ৰ প্ৰদান কৰা হয়।

29/09/2023

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত DUPGUS নিৰ্বাচনৰ ৰণ আৰম্ভ.....

29/09/2023

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰণ আৰম্ভ.....

27/09/2023

আমি কিয় নিজৰ ধৰ্মক পালন কৰিব লাগে?
'প্ৰত্যেকটো জাতিৰ নিজা ধৰ্ম থাকে আৰু ইয়াৰ এক সামাজিক উদ্দেশ্যও থাকে"-Frans De Wall.
ধৰ্মই এটা জাতিৰ চিনাকিৰ মুখ্য উপাদান।
ধৰ্মই আমাক কি দিয়ে?
ধৰ্মই এটা জাতিৰ সদস্যৰ মাজত সামাজিক সংহতি (social cohesion) আৰু একতাক (solidarity) দৃঢ় কৰি সকলো সদস্যৰ সামাজিক আৰু আধ্যাত্মিক উদ্দেশ্যক পৰিপুষ্ট কৰে। ধৰ্মৰ পৰিবৰ্তন মানে অস্তিত্বৰ পৰিবৰ্তন।
মিচিঙসকলৰো নিজা ধৰ্ম (অলিখিত) আছে। যাক অতি সোনকালেই লিপিবদ্ধ কৰা দৰকাৰ। সৃষ্টিতত্ব, জীৱনৰ দৰ্শন, সমাজ ব্যৱস্থা, ৰীতি-নীতি, পৰম্পৰা, ভাষা, সংস্কৃতি সকলো অতি স্পষ্ট। অলিখিত হোৱাৰ হেতুকে যিকোনো মূহূৰ্তত হেৰাই যাব পাৰে অথবা বিকৃত ৰূপ লব পাৰে।

18/09/2023

শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশ্ব খনিকৰৰ আশীৰ্বাদে সকলোৰে জীৱনত সুখ আৰু সমৃদ্ধিৰ সঞ্চাৰ কৰক, তাকেই কামনা কৰিছোঁ।👏🏻🙏🏻

06/09/2023

সকলোলৈ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জনালোঁ♥️🎉

02/09/2023

ধেমাজি মহাবিদ্যালয়ৰ ছাত্র একতা সভা সাধাৰণ নিৰ্বাচনত ABVP + TMPKৰ Clean Sweep.
AASU = 0

02/09/2023
23/08/2023

🚀 "A giant leap for Bharatiya! 🇮🇳 has touched down on the Moon's south pole, making history and filling our hearts with pride. 🌕🙌

18/08/2023

প্ৰথিতযশা শিক্ষাবিদ, লেখক, সমাজকৰ্মী দেৱেন দত্তদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত জনহিতাৰ্থে সক্ৰিয় ভূমিকা পালন কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ উৎকৰ্ষ সাধনৰ অৰ্থে তেখেত সদায় সচেতন আছিল। তেখেতৰ বিয়োগ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।

সবল ব্যক্তিত্বৰ অধিকাৰী দত্তদেৱৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকস্তব্ধ নিকটাত্মীয় আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি!

Photos from আমি ধেমাজিয়ান : Dhemajian's post 16/08/2023

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ত সংঘটিত হোৱা আলফাৰ হিংসাত্মক বোমা বিস্ফোৰণত নিহত হোৱা শ্বহীদসকলক অভিবাদন জনালোঁ।

Salute the brave martyrs who laid their lives on 15th August 2004 in a barbaric bomb blast by ULFA at Dhemaji college. Today, on 16th August, Shok Diwas was observed at the Memorial.

15/08/2023

সকলোলৈকে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা যাঁচিলো । 🇮🇳🇮🇳

21/06/2023

চিলাপথাৰস্থিত শ্ৰীশ্ৰী ঘাৰমৰা সত্ৰৰ সত্ৰাধিকাৰ, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ স্বয়ংসেৱক,বিশ্ব হিন্দু পৰিষদ, চিলাপথাৰ মণ্ডলৰ প্ৰতিষ্ঠাপক সভাপতি তথা পৰম আধ্যাত্মিকতাৰে জীৱন নিৰ্বহন কৰা প্ৰেমকৃষ্ণ দেৱগোস্বামী প্ৰভু ঈশ্বৰৰ আজি পুৱা মহাপ্ৰয়াণ ঘটে। তেখেতৰ মৃত্যুয়ে সমাজ জীৱনৰ এক অপুৰণীয় ক্ষতিসাধন কৰিলে।
তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
।।ॐ শান্তি।।

Photos from আমি ধেমাজিয়ান : Dhemajian's post 09/06/2023

আজি হোৱা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সন্মুখৰ পথত গছ ভাঙি নিলখ তৰানীপথাৰ গাঁৱৰ প্ৰীতি আৰন্ধৰা নামৰ ব্যক্তিজন ঠিতাতে মৃত্যু হোৱা খৱৰে অতিকৈ মৰ্মাহত কৰি তুলিছে।

তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
।। ॐম : শান্তি।।

01/06/2023

নৱগঠিত মিচিং আগম কৌবাংৰ দুয়ো গৰাকী পাৰ্টিলৈ আন্তৰিক অভিনন্দন জনাইছোঁ 🎉👏👏

Photos from Gauhati University Mising Students' Union - gumsu's post 31/05/2023
23/05/2023

ধেমাজি নগৰত প্ৰতিস্থিত উন্নত আৰু গুণগত শিক্ষাৰ অগ্ৰনী শিক্ষা অনুস্থান শংকৰদেৱ বিদ্যা নিকেতন, ধেমাজি একাদশ শ্ৰেণীৰ (কলা শাখাৰ) নামভৰ্তি প্ৰক্ৰিয়া চলি আছে ।(আসন সীমিত )তলৰ ঠিকনাত যোগাযোগ কৰক

Want your public figure to be the top-listed Public Figure in Kamakhya?
Click here to claim your Sponsored Listing.

Videos (show all)

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত DUPGUS নিৰ্বাচনৰ ৰণ আৰম্ভ.....
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰণ আৰম্ভ.....
ধেমাজি মহাবিদ্যালয়ৰ ছাত্র একতা সভা সাধাৰণ নিৰ্বাচনত ABVP + TMPKৰ  Clean Sweep.AASU = 0
জনাব চোনআপোনাৰ প্ৰিয় উপন্যাস?
Yage:sullad   full video click the link below ...STAY TUNE...,https://youtu.be/ze2-XlKrgYEGOMUG
বৰ্ষাপাৰাত হঠাৎ ওলাল সাপ
राष्ट्रपिता महात्मा गांधी को उनकी जन्म-जयंती पर विनम्र श्रद्धांजलि।#GandhiJayanti
ধেমাজিত দুৰ্গোৎসৱৰ প্ৰস্তুতি তুংগত

Category

Telephone

Website

Address

NH15
Kamakhya
787057

Other Public Figures in Kamakhya (show all)
Anisavigo1 Anisavigo1
Dhubri
Kamakhya, 783330

I hope you all enjoyed the video!!! Do let me know how you felt about my anisavigo1 share this video.

Deep barman Deep barman
Kamakhya

Paper cup and plate making machines all services

Guru Aacharya ji Guru Aacharya ji
Guwahati
Kamakhya, 781010

My self Acharya Sandeep ji ( 3 Million Fam On YouTube ) i am a astrologer call me +91-9724790501

Crush Rahul 01 Crush Rahul 01
Kamakhya, PANKAJA

💙 আসলামুয়ালকম বন্ধুরা ❤️ Plz Follow Me 💙 Our page 👈🏻

Recovery to nixa Recovery to nixa
Sixmile Panjabari Guwahati
Kamakhya

Love problem solution pandit ram shastri ji Love problem solution pandit ram shastri ji
Fancy Bazar Guwahati
Kamakhya, 781001

sm.anup.1 sm.anup.1
Chhaygaon
Kamakhya

Acharya Mukesh Ji Acharya Mukesh Ji
Kamakhya

जय माता दी🙏 किसी भी समस्या से परेशान है तो आप हमारे नंबर पर कॉल कर सकते है। +91-9376179931

iamanannyasinha iamanannyasinha
Kamakhya

traveler

Sharma family vlogs Sharma family vlogs
Kamakhya

works make a man perfect

Saraswati roy Saraswati roy
Kamakhya Guri Road
Kamakhya, NO

Smile is not always happy to look happy And even if the smile is not happy, everyone has to say that

Express Voice Box Assam Express Voice Box Assam
Kamakhya

সাধাৰণ জনতাৰ কণ্ঠশ্যৰ/আৰু অসমীয়া ব্লগ