Rangmon Rangdoi ৰংমন ৰংদৈ

যোগ বিজ্ঞান বিষয়ৰ লেখক | যোগবিদ | প্ৰতিদিন যোগচৰ্চা ইউটিউব চেনেলৰ পৰিচালক।

04/01/2023

মই ফেচবুকত ইতিমধ্যে প্ৰকাশ কৰা বিভিন্ন শিতানৰ ১০০ টা গুৰুত্বপূৰ্ণ লেখাৰে "নিৰ্বাচিত ফেচবুক পোষ্ট" নামৰ ই-বুকখন প্ৰস্তুত কৰিছো। তলত দিয়া লিংকটোৰ পৰা আপুনি PDF copy free download কৰিব পাৰিব। ডাউনলোডত অসুবিধা হ'লে পিডিএফ কপি প্ৰেৰণ কৰিবলৈ মোৰ ইনবক্সত আপোন হোৱাটচএপ নম্বৰ প্ৰেৰণ কৰিব।

https://rangmonrangdoi.myinstamojo.com

#প্ৰতিদিনযোগচৰ্চা #ৰংমনৰংদৈ

25/12/2022

#আদা #প্ৰতিদিনযোগচৰ্চা #ৰংমনৰংদৈ

Photos from Rangmon Rangdoi ৰংমন ৰংদৈ's post 30/11/2022

"স্বাস্থ্য অমূল্য ৰতন" গ্ৰন্থখনৰ PDF copy আপুনি Free Download কৰি ল'ব পাৰিব। downloadৰ বাবে লিংকটো তলত দিয়া হৈছে। গ্ৰন্থখনত আছে ৪০ টা স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ প্ৰবন্ধ। আশা কৰো গ্ৰন্থখন সম্পৰ্কে আপোনালোকে অভিমত নিশ্চয় প্ৰেৰণ কৰিব, লগতে আনলৈও চেয়াৰ কৰিব।https://rangmonrangdoi.myinstamojo.com
কেনেকৈ ডানলোড কৰিব--
[লিংকটোত ক্লিক কৰক >> Swasthya Amulya Ratan-Free EBook (₹0) >> Buy Now >> Customer Information সম্পূৰ্ণকৈ দিব >> Review & Pay >> Make Payment >> View Order & Download >> Download ক্লিক কৰিব।]

27/10/2022

সদায় ৰোগমুক্ত হৈ আনন্দপূৰ্ণ জীৱন-যাপন কৰক। সকলোৰে প্ৰতি সহানুভূতিশীল হওক। নিশ্চয় যশোদানন্দনে আপোনাক কৃপা কৰিব।

27/10/2022

| স্বাস্থ্য অমূল্য ৰতন | নামেৰে মোৰ প্ৰথমখন PDF e-book ইতিমধ্যে প্ৰকাশৰ পথত। আহা ৰাস মহোৎসৱত গ্ৰন্থখন PDF আকাৰে মোবাইল, কম্পিউটাৰ আদিত পঢ়িব পৰাকৈ আপোনালোকৰ হাতত অৰ্পন কৰাৰ কথা ভাবিছোঁ। গ্ৰন্থখনত আছে ৪০ টা স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ লেখা। আশা কৰো অসমৰ পঢ়ুৱৈ সমাজে গ্ৰন্থখন আঁদৰি ল'ব। গ্ৰন্থখনৰ PDF copy সম্পূৰ্ণ বিনামূলীয়াকৈ পাব। গ্ৰন্থখন পাবলৈ মোৰ ইনবক্সত বা হোৱাটচএপ নম্বৰত আপোনোলোকৰ ইমেইল বা হোৱাটচএপ নম্বৰ অনুগ্ৰহ কৰি প্ৰেৰণ কৰিব। লগতে গ্ৰন্থখনৰ পিডিফ কপি আপোনাৰ প্ৰিয়জনলৈও চেয়াৰ কৰিব।
#স্বাস্থ্য_অমূল্য_ৰতন
#ৰংমনৰংদৈ
#প্ৰতিদিনযোগচৰ্চা

Want your business to be the top-listed Beauty Salon in Mangaldai?
Click here to claim your Sponsored Listing.

Videos (show all)

Category

Telephone

Address

Duni, Darrang
Mangaldai
784148

Other Health/Beauty in Mangaldai (show all)
damage damage
Ward No 5
Mangaldai

Jyotimoyee's makeover Jyotimoyee's makeover
Mangaldai# Tangla
Mangaldai, 784125

Make your weeding more special more artistic�for booking whatsapp or inbox us।।। MAKEOVER for weeding ,reception ,juran and party look.

M***i Anjar Hussain M***i Anjar Hussain
Aminpara
Mangaldai, 784514

Islamic knowledge

Rinki's Makeover Rinki's Makeover
Mangaldai
Mangaldai, 784125

bridal mekeover

Chandan nath Chandan nath
SIPAJHAR
Mangaldai, 784145

SIPAJHAR

Make-up artist Barnali Das Make-up artist Barnali Das
Udalguri
Mangaldai, 784190

You can contact me for any kind of makeup,like bridal makup,party makeup,creative etc.�

Hirnya kr Bordoloi. Hirnya kr Bordoloi.
Mangaldai

ধন্যবাদ।

Advocate Aftab Ahemed Advocate Aftab Ahemed
Mangaldai

Welcome to my small world 🌍

Rukia mkup artist Rukia mkup artist
Mangaldai

Islamic Sayed Islamic Sayed
Karputia
Mangaldai, 784115

jabahar Ali

Nayan Sarkar Nayan Sarkar
Dist Udalguri
Mangaldai, 784525

Nayan Sarkar