Sangbad New

Sangbad New

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sangbad New, News & Media Website, Near Dumunichowki, Mangaldai.

20/04/2024

#কামৰূপ ৰ বেজেৰা কেন্দ্ৰীয় ৰঙালী বিহুৰ বৰ্ণিল অনুষ্ঠান।সাংস্কৃতিক অনুষ্ঠানত দৰ্শকক মুহিলে জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপে।

20/04/2024

#দুমুনীচকী ইংলিছ স্কুল ৰ ২০২৪ বৰ্ষৰ HSLC পৰীক্ষাৰ ফলাফল ।

19/04/2024

# দৰং জিলাৰ ছিপাঝাৰৰ সংখ্যালঘূ বসতি প্ৰধান এলেকাত ভাৰতীয় জনতা পাৰ্টিৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ. ।

19/04/2024

#মংগলদৈত অংগৰাগ মহন্ত ৰ সংগীতানুষ্ঠান ।

18/04/2024

# দৰং ওদালগুৰি সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ ছিপাঝাৰৰ কুৰুৱাত মাৰাথান প্ৰচাৰ ।

16/04/2024

#উত্তৰ লেঙাত আমবাৰী মিলন জ্যোতি সংঘৰ মুকলি বিহু সম্পন্ন

16/04/2024

# ছিপাঝাৰৰ শলপামত পহিলা বহাগত বস্ত্ৰ বিতৰণ কাৰ্য্যসূচী।

16/04/2024

# দুমুনীচকীত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা।
#আহত হয় বাইক আৰোহী

15/04/2024

#ছিপাঝাৰৰ দুমুনিচকীত FS Fitness শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি ।

15/04/2024

#ছিপাঝাৰৰ কুৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহু সম্পন্ন ।

14/04/2024

#বিজেপি বেজেৰা গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যলয় শুভ উদ্বোধন ।

13/04/2024

#দৰঙৰ শিঙিমাৰী বদিয়াসিচা ত ঈদ উপলক্ষে সাংস্কৃতিক অনুষ্ঠান ত বিপুল ৰাভাৰ অভিনয় ।

13/04/2024

# আহি আছে দৰঙৰ শিঙিমাৰীত ।

11/04/2024

#পবিত্ৰ ঈদ-উল-ফিটৰ উপলক্ষে ছিপাঝাৰৰ পথৰুঘাটৰ পথৰু সমন্বয় গোষ্ঠী পথৰুঘাটৰ উদ্যোগত জিকিৰৰ অনুষ্ঠান

11/04/2024

আম আদমী পাৰ্টিৰ ছিপাঝাৰ সমষ্টিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ৰেজাউল হকে সমুহ ৰাইজলৈ পবিত্ৰ ঈদ উল ফিটৰ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে । এনে উৎসৱৰ জৰিয়তে সমাজত শান্তি-সম্প্ৰীতি, ঐক্য-সংহতি আৰু ভাতৃত্ববোধ বৃদ্ধি পাব বুলি আশা কৰিছে ৰেজাউল হকে ।

08/04/2024

#ডেৰগাঁৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
# ৰাজ্যত অপৰাধ ৰোধৰ বাবে শীঘ্ৰেই মুকলি হব ১০২ সেৱা ।

05/04/2024

#ছিপাঝাৰৰ কলেজ চকত পথ দুৰ্ঘটনা ।
মালভৰ্তি দাম্পাৰ গাড়ী বাগৰি পৰে ১৫নংঘাইপথৰ দাতিত ।

04/04/2024

# মহানগৰৰ খ্ৰীষ্টানবষ্টিত ঙয়ংকৰ অগ্নিকাণ্ড

04/04/2024

# কামৰূপৰ মান্দাকাটাত বি জে পি বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ সমূহীয়া ইফটাৰ ৷

03/04/2024

#ঈশানৰ সংগীত যাত্ৰাত সুনাম অৰ্জন

02/04/2024

#কামৰুপৰ বাইহাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
#নিহত হয় এজন ছাত্ৰ ।

31/03/2024

#ছিপাঝাৰত কংগ্ৰেছৰ নিৰ্ৱাচনী সভাত জনতাৰ সমাগম ।

29/03/2024

#ছিপাঝাৰৰ চৰ চাপৰিত বিজেপিৰ প্ৰভাৱ ।

26/03/2024

#দৰঙৰ পাটগিৰি চুবাত শ্ৰীশ্ৰী কৃষ্ণ দৌল উৎসৱ উদ্‌যাপন ।

25/03/2024

#লোকসভা নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টি গণেশকুঁৱৰী মণ্ডলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন ।

25/03/2024

কামৰূপ জিলাৰ বাথান ফুলৰ তল গৰখীয়া থানত নৱম বাৰ্ষিক শ্ৰীশ্ৰী কৃষ্ণ দৌলোৎসৱ আৰম্ভ ।

#ভাগব শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ন

22/03/2024

জালুকবাৰী সমষ্টিত ইফটাৰৰ সামগ্ৰী বিতৰণ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰঃ

21/03/2024

#দৰঙৰ ছিপাঝাৰত
সংগীত নাটক অকাডেমীৰ অধীনত অনুষ্ঠিত চতুৰ্দশ অংকীয়া ভাওনা সমাৰোহৰ যোৱা নিশা সামৰণি ।

18/03/2024

#গহপুৰৰ পৰা কেদাৰনাথলৈ খোজকাঢ়ি যাত্ৰা ।

18/03/2024

#সংগীত নাটক অকাডেমীৰ অধীনত ছিপাঝাৰত আজিৰে পৰা আৰম্ভ হৈছে চতুৰ্দশ অংকীয়া ভাওনা সমাৰোহ।

Want your business to be the top-listed Media Company in Mangaldai?
Click here to claim your Sponsored Listing.

Videos (show all)

#কামৰূপ ৰ বেজেৰা কেন্দ্ৰীয় ৰঙালী বিহুৰ বৰ্ণিল অনুষ্ঠান।সাংস্কৃতিক অনুষ্ঠানত দৰ্শকক মুহিলে জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ...
#দুমুনীচকী ইংলিছ স্কুল ৰ ২০২৪ বৰ্ষৰ  HSLC পৰীক্ষাৰ ফলাফল   ।
# দৰং জিলাৰ ছিপাঝাৰৰ সংখ্যালঘূ বসতি প্ৰধান এলেকাত  ভাৰতীয় জনতা পাৰ্টিৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ.   ।
#মংগলদৈত অংগৰাগ মহন্ত ৰ সংগীতানুষ্ঠান  ।
# দৰং ওদালগুৰি সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী  মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ ছিপাঝাৰৰ কুৰুৱাত মাৰাথান প্ৰচাৰ ।
#উত্তৰ লেঙাত আমবাৰী মিলন জ্যোতি সংঘৰ মুকলি বিহু সম্পন্ন
# ছিপাঝাৰৰ শলপামত পহিলা বহাগত বস্ত্ৰ বিতৰণ কাৰ্য্যসূচী।
# দুমুনীচকীত সংঘটিত হৈছে এক   ভয়াবহ পথ দুৰ্ঘটনা।#আহত হয় বাইক আৰোহী
#ছিপাঝাৰৰ দুমুনিচকীত FS Fitness শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি ।
#ছিপাঝাৰৰ কুৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুকলি বিহু সম্পন্ন ।
#বিজেপি বেজেৰা গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যলয় শুভ উদ্বোধন ।
#দৰঙৰ শিঙিমাৰী বদিয়াসিচা ত ঈদ উপলক্ষে সাংস্কৃতিক অনুষ্ঠান ত বিপুল ৰাভাৰ অভিনয় ।

Website

Address

Near Dumunichowki
Mangaldai

Other News & Media Websites in Mangaldai (show all)
𝗔 𝗡𝗘𝗪𝗦 𝗔𝗫𝗢𝗠 𝗔 𝗡𝗘𝗪𝗦 𝗔𝗫𝗢𝗠
Darrang
Mangaldai, 784190

"সদায় নতুনত্বলৈ এখোজ"

News Guide Assam News Guide Assam
Dalgaon
Mangaldai, 784116

Dnews365 Dnews365
Dipila
Mangaldai, 784144

Responsibility with neutrality. A Neutral web Media (এক নিৰপেক্ষ ৱেব মিডিয়া)

Dhula Live Dhula Live
Dhula
Mangaldai, 784146

News Time Axom News Time Axom
Barkola
Mangaldai, 784525

𝐑𝐚𝐢𝐣𝐨𝐫 𝐊𝐨𝐧𝐭𝐡𝐨 𝐑𝐚𝐢𝐣𝐨𝐫 𝐊𝐨𝐧𝐭𝐡𝐨
Mangaldoi Darrang
Mangaldai, 784190

"বলিষ্ঠ কণ্ঠৰে আৰ্তজনৰ কাষত"

Khati Mangaldaian Khati Mangaldaian
Mangaldai

" Khati Mangaldaian " is an Assamese Youtube channel. We are from Mangaldai, Assam. We make assamese comedy videos. Please subscribe our channel.

GK Mangaldai GK Mangaldai
Mangaldai, 784125

Isha 24x7 Isha 24x7
Civil Hospital Road
Mangaldai, 784125

ISHA 24x7, the news portal from Mangaldai, Darrang, Assam in Assamese Language

AxomNews AxomNews
Duliapara
Mangaldai, 784115

Hello Dosto, Es page par apko Assamese News milega

Pahi Production Pahi Production
Mangaldai, 784125

ৰাইজৰ সতে �

assam time news assam time news
None Ke Gadhuwa
Mangaldai, 784125

assam time news #assamtimenews #assam time news #news live #news #assames news #assam news live india