Apurba Jyoti Baniah page

Apurba Jyoti Baniah page

স্বাগতম আমাৰ পেজলৈ, আপুনিও পেজটো Follow কৰি আমাৰ পেজৰ সদস্য হওক লগতে Share কৰি আমাক উৎসাহিত কৰিব 🙏🙏

26/09/2024

#ৰাইজে নখ জোকাৰিলে যে নৈ বয়, পুনৰবাৰ পতিয়ন হল, ৰাজ্য জোকাৰী যোৱা সহপাঠীৰ আক্ৰমণত নিহত হোৱা পদুম পুখুৰী হাইস্কুলৰ সকলো কৰ্মচাৰীক শাস্তি মূলক বদলি দৰঙৰ শিক্ষা বিভাগৰ। 👉

25/09/2024

#অসমত স্কুলীয়া লৰা ছোৱালীৰ মাজত কিয় হব ধৰিছে.....👉এইবাৰ 24 ঘন্টা পাৰ নহওতেই পুনৰাবৃত্তি যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্ৰেণীৰ ছাত্ৰ দেৱজিৎ বণিয়াক চোকা অস্ত্ৰৰে আক্ৰমণ ।

#বিদ্যালয়ৰ ভিতৰতে একাংশ ছাত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দেৱজিৎ বণিয়া 🤔

25/09/2024

25/09/2024

Good morning Friends ❤️

24/09/2024

#মোৰ ল'ৰা/ছোৱালী ভাল, সি এনেকুৱা কাম কৰিবই নোৱাৰে। অমুকৰ পুতেক বেয়া। ডাঙৰ কোনোবা এজনক পুতেকে বেয়াকৈ কৈ থাকিলে দেউতাক-মাকে হে হে কৈ দাঁত কেইটা উলিয়াই হাঁহি দিয়ে🤣🤣, এইবিলাকৰ কাৰণেই বেছিভাগ লৰা-ছোৱালীয়ে আজিকালি কাৰো কথা নামানে। কিছুমানৰতো উচতাই দিয়াও দেখিছো। বাহিৰৰ পৰা ঘৰলৈ যাওঁতে ক'ত কি কৰি আহিছে অলপ প্ৰশ্ন কৰক👉। কাৰণ আজিকালি বহুত সৰু সৰু ল'ৰাই চিগাৰেট,চিখৰ, মদ খোৱা ও দেখো। অকস্মাত শিক্ষকে যদি স্কুলত দুবেট বেছিকৈ দিলে তাৰ পাছতটো ক'বই নালাগে। 🤔মোৰ ল'ৰাক শাসন কৰিবলৈ সি কোন?

#অভিভাৱকসকল সচেতন হওক অলপ। সকলো কথাতে হয়ভৰ দিওঁতে এদিন আপোনাকো কি পৰ্যায়ত থৈ আহিব ঠিক নাই।

ধন্যবাদ।
লিখনি--------জগদীশ ডেকা
চমতীয়া পাৰা, দৰং ...ভাল পালে Share কৰিব 🙏🙏🙏🙏🙏🙏

23/09/2024

বৰ হৃদয় বিদাৰক

23/09/2024

নাই নাই নাহিল আমাৰ
ফালে নাহিল 🤣🤣

23/09/2024

23/09/2024

Padum pukhuri High school

22/09/2024

ভেকুলীৰ বিয়া চাই লওক ৰাইজ 🤣🤣🤣

21/09/2024

#আজি এই জন বাবা জীক লগ পালো এওঁৰ ঘৰ গোৰেশ্বৰত। । #ॐॐॐॐॐॐ Share 🙏

21/09/2024

CM

20/09/2024

ॐ नमः शिवाय ॐ नमः शिवाय ॐ नमः शिवाय
विघ्न हरता संकट मोचन
भक्तो के प्रिय पार्वती नंदन

श्री गजानन महाराज की जय
जय श्री गणेशाय नमः🌹🌹🙏🙏

20/09/2024

Good morning Friends ❤️

18/09/2024
18/09/2024

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

18/09/2024

Good morning ❤️

Want your business to be the top-listed Shop in Mangaldai?
Click here to claim your Sponsored Listing.

Videos (show all)

#নিজকে কেতিয়াও আনৰলগত তুলনা নকৰিব, তুমি যি ,সেয়া ইতিমধ্যে বিশেষ আৰু অনন্য....#apurbajyotibaniahpage #ভাল পালে Share কৰি...
#মাতৃৰ বুকু শুদা কৰি সহপাঠীৰ আক্ৰমণত হেৰাই যোৱা দৰঙৰ পদুম পুখুৰী হাইস্কুলৰ ছাত্ৰ ভৱেশ ডেকাক আক্ৰমণ কৰা আৰু এই তিনিজন সহপ...
#viralvideochallenge
#আজি এই জন বাবা জীক লগ পালো এওঁৰ ঘৰ গোৰেশ্বৰত। ।#ॐॐॐॐॐॐ Share 🙏
ॐ नमः शिवाय  ॐ नमः शिवाय  ॐ नमः शिवाय विघ्न हरता संकट मोचन भक्तो के प्रिय पार्वती नंदन श्री गजानन महाराज की जय जय श्री ग...
Good morning ❤️
#viralvideochallenge Good morning Friends ❤️
#Good Evening friends
#ঐতিহাসিক খতৰা সত্ৰ, #Dipiladarrangassam
Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.Whenever yo...
Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.Whenever yo...
#পাচেতি 17-9-24

Telephone

Website

Address

Chakiapara, Nanaighat
Mangaldai

Other Mangaldai shops (show all)
Daisy's Art life Daisy's Art life
Mangaldai
Mangaldai, 784125

+446002135065

ShoppingBuzz ShoppingBuzz
Mangaldai

A place where you can have best discounts & Offers on products

GSM Solution GSM Solution
BB Road Interstate Office Building
Mangaldai, 784125

Mobile parts , accessories , repairing

RDXRomeo RDXRomeo
Hirapara
Mangaldai, 784146

This is official page of RDXRomeo

hindi bangla remix movie hindi bangla remix movie
Dhula
Mangaldai, 784146

Darrang Drugs Distributor, Bechimari Darrang Drugs Distributor, Bechimari
Imtaj Ali Complex, Bechimari Bagan Road
Mangaldai

Medicine wholesaler & medicine distributor. Your trust is our achievement আপোনাৰ আস্থা আমাৰ প্ৰাপ্তি

Khilonjia fashion Khilonjia fashion
Bheberghat, Gaonbuhrapara Chowk
Mangaldai, 784125

Ladies Stop to all your fashion needs! You basically never need to step foot inside a real store again. Women’s Khilonjia Fashion comes to you instead.

OLID OLID
LNB Road Mangaldai
Mangaldai

Orchid Fresh Tissue Paper Orchid Fresh Tissue Paper
Karimchowk
Mangaldai, 784125

Quality tissue paper

Ruman Crafter Ruman Crafter
Kharupetia
Mangaldai

INSAN ALI INSAN ALI
Rajapukhuri Bagicha
Mangaldai

Out zone

Door step Door step
Mangaldai

This page is for home delivery for this pandemic situation, we deliver free within 2km.. Above 2km we will charge 30rs, and minimum order is 400rs and above. Here you will find all...