Nazimul Fidha

Nazimul Fidha

Vice President AIUDF Basic

Photos from Nazimul Fidha's post 14/11/2023

Mangaldai Gyan Sagar SR secondary school 🎒🏫
Happy Children day

Photos from Nazimuddin Ahmed Axom's post 08/07/2023
27/02/2023

I have reached 100 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

27/02/2023

College professor viral call recording
Love story

22/11/2022
05/10/2022

মাজুলীৰ প্ৰতিভাৱান শিল্পী তেজস্বিতা বৰুৱা আৰু নাই

বৰগীত পৰিৱেশন কৰি থাকোতেই মৃত্যুক আঁকোৱালিলে তেজস্বিতাই

04/11/2021

শ্বাহিৰুল আহমেদ(Shahirul Ahmed) বাঘবৰ সমষ্টিৰ সন্মানীয় বিধায়ক #শ্বেৰমান_আলী_আহমেদৰ পুত্ৰ। বৰ্তমান Delhi University Ramjas Collegeত BA History honours লৈ পঢ়ি আছে । শ্বাহিৰুলৰ Master Degreeৰ কাৰণে আন এটা ভাল খবৰ ওলাইছে United Kingdomৰ (UK)Top 10 Rank ৰ University ত Apply কৰিছিল তাতে ছিট পাইছে University of Glasgowত, বিশ্বৰ ভিতৰত 67 নাম্বাৰৰ University. এইয়া আমাৰ অসমৰ কাৰণে শুভ লক্ষণ ।
শ্বাহিৰুল আহমেদ লৈ অভিনন্দন জ্ঞাপন কৰিলোঁ!

04/11/2021

Impressive advance in biological imaging technology. With support from the Chan Zuckerberg Initiative, researchers developed new technology to capture the brightest x-ray ever to show how lung vessels change in response to Covid. In the future, researchers could use AI on clinical scans like CT and MRI to diagnose diseases quicker.

30/10/2021

⬛ ধুবুৰী জিলাৰ গৌৰীপুৰৰ াইজুদ্দিন_আহমেদ ডাঙৰীয়াই অসমৰ নামটো বিশ্বৰ বুকুত উজ্জ্বলি ধৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো!

29/10/2021

True 👍

26/10/2021

True love story ❤️

18/10/2021

Same with a boy from a poor family
A poor girl from the village is married!
The boy is about 21 years old, and
The girl is 18 years old!
● After the marriage, the boy said to the girl,
Do you have any wishes?
The girl said, I have high hopes of becoming an engineer
Was!
Then the boy took the girl to Dhaka
Comes. The girl was admitted to varsity

09/10/2021

My baby

08/09/2021

🌎🌎🌍🌎🌍🌎

25/08/2021

ুচ_বদল_ৰহা_হে😢
#যোৱাকালি_ধেমাজিৰ_নন্দিতা_শইকীয়া ? #আজি_দৰঙৰ_মনোৱাৰা_বেগম ? #অহাকালি_কোন হব.......
দৰং জিলাৰ কলাইগাঁও সমষ্টিৰ অন্তৰ্গত ভেৰভেৰি বিল গাঁওৰ (আমাৰ ঘৰৰ পৰা ৩/৪ কিমি দূৰৰ) যুৱতী মনোৱাৰা বেগমক (২৫) দলগাঁওৰ ইমৰান হুছেইন নামৰ প্ৰেমিকৰূপী দানৱ এজনে মাংস কটা দাৰে ঘপিয়াই আক্ৰমণ কৰি থানাত আত্মসমৰ্পণ কৰিছে । ঘটনা সংঘটিত হৈছে কামৰূপ গ্ৰাম্য জিলাৰ চাংসাৰিত । যুৱতীগৰাকীৰ অৱস্থা সংকটজনক । এনেকৈ আৰু কিমান দিন চলিব???
Justice for..... লিখা বাদ দিলোঁ...

Want your business to be the top-listed Clothing Store in Mangaldai?
Click here to claim your Sponsored Listing.

Videos (show all)

College professor viral call recordingLove story
#চব_কুচ_বদল_ৰহা_হে😢#যোৱাকালি_ধেমাজিৰ_নন্দিতা_শইকীয়া ? #আজি_দৰঙৰ_মনোৱাৰা_বেগম ? #অহাকালি_কোন হব.......দৰং জিলাৰ কলাইগাঁও ...

Telephone

Address

Mangaldai
784190