Pampi Kitchen & Vlogs

নমস্কাৰ মই Pampi Deka Mangaldoi ৰ ছোৱালী ৷ অসমীয়া বোৱাৰী,বৰ্তমান Hyderabad ত থাকো ৷ মৰম দিব video ত Review

05/01/2024

যিসকলে কমেন্ট কৰি আছিল Plastic tiffin box is dangerous for health ভিডিঅ’টো চাব লগতে শুনিব ৷ আজি raw video upload দিলো 😁

05/01/2024

I've just reached 15K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

04/01/2024

যেতিয়া craving হয় তেতিয়া এই বস্তুবোৰৰ জন্ম হয়😁😁

04/01/2024
03/01/2024

दूध जल मिश्रित शर्करा युक्त पर्वतीय बूटी

অৱশেষত এই নিচাটো কমালো finally 🤞

03/01/2024

নিয়তিৰো কি যে লিখন, মৃত সকলৰ আত্মাৰ সৎগতি কামনা কৰিছো আৰু আহত সকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো 🙏🙏 প্ৰভু ৷
বছৰটোহে নতুন গতিকে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব চেষ্টা কৰা ভাল যদিও বিপদে আগজাননী নিদিয়াকৈ আহে ৷৷
শ্ৰদ্ধাঞ্জলী🙏🙏 দেৰগাওঁৰ সেইলোকসকলৰ বাবে

01/01/2024

Minivlog

01/01/2024

মই কোনো অশ্লীল ভিডিঅ’, ফটো পোস্ট নকৰো লগতে music ও add নকৰো ভিডিঅ’ বোৰত ৷ কিন্তু copyright issues কিয় আহে বাৰু ?? অনুগ্ৰহ কৰি সহায় অকন কৰিবচোন🙏

31/12/2023

কিছু চিন্তা নিজৰ বাবে 💖
Because self care is most important.

Follow Pampi Kitchen & Vlogs

31/12/2023

এটা দিন মোৰ বাবে❤️ Rinkumani

29/12/2023

Thank you for 100k🙏

29/12/2023

This is my passion

Follow Pampi Kitchen & Vlogs

27/12/2023

এই ভিডিঅ’টো কিছুদিন আগৰ, মোৰ এটা নতুন অভিজ্ঞতা ৷

Follow Pampi Kitchen & Vlogs

27/12/2023

ভিডিঅ’ হয়তো নাপাব আৰু !! ইচ্ছা নাই
মনবোৰ আজিকালি অশান্ত

27/12/2023

24/12/2023

Minivlog || এটা দিন খুব ব্যস্ততাৰে উফ্

Photos from Pampi Kitchen & Vlogs's post 23/12/2023

Pomegranate

22/12/2023

শীতকালৰ এই তৰকাৰী খনৰ সোৱাদেই বেলেগ ৷৷

22/12/2023

তেনেই সাধাৰন but this is my comfort food

21/12/2023

একে জুতি সদায় ভাল লাগে জানো !!

Follow Pampi Kitchen & Vlogs

20/12/2023

ৰ’দত বহি কমলাৰ জুতি 😋

20/12/2023

কম সময়ত হোৱা আৰু delicious Paneer ৰ এটা recipe || Pampi Kitchen & Vlogs

18/12/2023

কিয় ভাল বাৰু ??

Follow Pampi Kitchen & Vlogs

16/12/2023

ওম শান্তি 🙏🙏
এজন খুবেই ভাল লগা মানুহ, ভাৰাঘৰ খণ্ডবোৰ এতিয়াও মাজে মাজে চাই ভাল পাওঁ ৷৷

16/12/2023

এই পিটিকা বিধ যদি খোৱা নাই বহুত কিবা মিচ কৰিব গৈ আছে ৷৷ A unique recipe from Pampi Kitchen & Vlogs

16/12/2023

About our yesterday lunch plate || মোৰ সদায় very simple thali থাকে ৷৷ দালি ভাতেৰে এসাজঁ জুতি বেছিকৈ পাওঁ মই❤️

Follow Pampi Kitchen & Vlogs

14/12/2023

এটা সচাঁ ঘটনা ৷৷ মানুহক আজিও চিনিব নোৱাৰো😰

14/12/2023

Please সহায় অকন কৰক 🙏🙏
কালি এই ভিডিঅ’টো দিলো, recipe video ও sensitive content হ’ব পাৰে নে বাৰু ? কোনোধৰনৰ background music ও মই ব্যৱহাৰ কৰা নাছিলো তাৰ পিছতো☹️😭 কি যে হৈছে😡😡

13/12/2023

Minivlog ৷৷

11/12/2023

সত্যনাৰায়ণ পূজা এখনৰ বাবে ৷৷ মেখেলা চাদৰ main মোৰ বাবে
Follow Pampi Kitchen & Vlogs

11/12/2023

মেখেলা চাদৰ পিন্ধিলে কেনেকুৱা লাগে বাৰু ??

11/12/2023

Gdmrng

Want your public figure to be the top-listed Public Figure in Mangaldai?
Click here to claim your Sponsored Listing.

Videos (show all)

এই ভিডিঅ’টো মাত্ৰ ধেমালীৰ বাবে ৷ Serious হৈ নাযাব দেই কিছুমান পুৰুষ#assamesegirl #viralpost #viravideo
যদি মোৰ বদনাম কৰি আছে গাত লাগিব, নকৰিলে  ignore কৰিব ৷ That’s it#assamesegirl #viralpost #viravideo
Late upload || 6 October ৰ এই ভিডিঅ’টো ৷৷ আমাৰ দৰে সাধাৰন মানুহৰ এইবোৰে যেন স্বৰ্গসুখ #viralpost #assamesegirl #Hyderaba...
কাতি বিহু বুলি মোৰ সৰু সংসাৰখনত ৷৷ #minivlog #katibihu #assamesegirl #viralpost #assamesetradition Follow Pampi Kitchen ...
Healthy dry fruits Laddu এইদৰে লাৰু বনাই দিনে এটাকৈ খাব পাৰে #assamesegirl #viralpost #healthyladdu #dryfruitsbenefitsFo...
YouTube linkhttps://youtu.be/DEHHImQsFq8?si=rGBmEWaMWBrXrhaa বিশেষ দিনটো আমি এইদৰে যোগাৰ কৰিলো ৷৷ সৰু মানুহৰ সৰু সুখ অকন...
YouTube linkhttps://youtu.be/J69tCEWuHX4?si=_4LhRForekeQKwGZ Pressure cooker ত মই Chicken এইদৰে ৰান্ধো ৷ #viralpost #ass...

Category

Address

Mangaldai

Other Bloggers in Mangaldai (show all)
Mld manab Mld manab
Mangaldai, MANGALDAI

Mld Manab -Youtube chenneal

Mizing vlogs Mizing vlogs
Bhakatpara To Thangnisariyali
Mangaldai

My local blog

asmat_ali_vlogs asmat_ali_vlogs
Borgara Bagan Road
Mangaldai, 784116

My life style vlogs daily Vlog

Entertainment Assam Entertainment Assam
Mangaldai

ENTERTAINMENT

AJAY VIRAL VIDEO AJAY VIRAL VIDEO
M. B. Road
Mangaldai, 784525

Wellcome to AJAY VIRAL VIDEO

Ziya Zinti page Ziya Zinti page
Mangaldai

https://youtube.com/@ziyazinti8114?si=jNMEKogOgDbR-jSo

Mr Asrab YT Mr Asrab YT
Mangaldoi
Mangaldai, 784125

it's an FB page where I uploaded music videos , vlog videos, reels.

B3M Assam Darrang and Billal Hussain B3M Assam Darrang and Billal Hussain
Dhanshirikash
Mangaldai, 784146

HS.pass

Eshrat Jahan Eshrat Jahan
আসাম
Mangaldai, SYAMTILA

বিভিন্ন ধরনের ভিডিও পেতে পেজটা ফল করবেন এবং শেয়ার করবেন।যাতে নতুন নতুন ভিডিও পেতে থাকেন। থ্যাংকস।

Cute girls Cute girls
No1magurmari
Mangaldai, 784125

Hello guys I'm content creator always fun of my audiance

Mahesh baro Vlogs Mahesh baro Vlogs
Ramhari To Bhakatpara Road
Mangaldai, 784190

https://youtube.com/channel/UCKzLrggCdBuQbJOpuhRERPQ

RUMiS VLOG RUMiS VLOG
Mangaldoi Darrang
Mangaldai, 784125

please support me ��