JOHAR PRESENT's YouTube Channel
HI I'm Prakash kujur Welcome to my New facebook Page. Raur sob maan ke Ulgulan JOHAR Aur Suwagat hai
Arunachal ker Disel Gari Sadri Hit song// Singer Micheal Parhor live show progm.2023
1971 के भारत-पाकिस्तान युद्ध में सीने में दो बार घायल होने के बावजूद बंकरों को नष्ट करके पाकिस्तान को हराने वाले भारतीय आदिवासी नायक लांस नायक अल्बर्ट एक्का को सर्वोच्च सैन्य पुरस्कार परमवीर चक्र से सम्मानित किया गया था।
हम आपको श्रद्धांजलि अर्पित करते हैं ৷
💐🙏💐
,
,
This song is coming soon during the Christmas season.
------------------------------
এই গীতটি বৰদিনৰ বতৰত অতি সোনকালে আহি আছে ৷
------------------------------
यह गाना जल्द ही क्रिसमस सीजन के दौरान आ रहा है ৷
------------------------------
👎
Pls Subscribe N.E. OM PRODUCTION Youtube Channel,
Micheal Pathor Singer Night show progm ৷৷ AASAA Central Karam Festival 2023 at Salona Nagaon ৷৷
Singer Biswa Jeet Sarkar
Karam Festival 4th Nov 2023.
Nagaon,karbi Anglong (Anjokpani Balijuri ) Football playground.
AASAA Mass Gathering Program ,Kokrajhar (Kachugaon),
আছা্-ৰ বিশাল গণ সমাবেশ কোকোৰাঝাৰ (কছুগাওঁ )অসম ৷
Probin Tudu (ASSU)
Probin Tudu (ASSU) Mass Gathering Program Kokrajhar (Kachugaon),আছা্-ৰ বিশাল গণ সমাবেশ ৷ AASAA Mass Gathering Program Kokrajhar (Kachugaon),Assamআছা্-ৰ বিশাল গণ সমাবেশ কোকোৰাঝাৰ (কছুগাওঁ )অসম ৷Probin Tudu (ASSU) ...
AASAA Mass Gathering Program ,Kokrajhar (Kachugaon),
আছা্-ৰ বিশাল গণ সমাবেশ কোকোৰাঝাৰ (কছুগাওঁ )অসম ৷
Probin Tudu (ASSU)
Pradeep Nag Powerful Speech ।।
AASAA Mass Gathering Program Kokrajhar District ।। আছা্-ৰ বিশাল গণ সমাবেশ কোকোৰাঝাৰ জিলা ।।
Hai daya Hai daya.. Haire daya Nagpuri Song .Singer Debojit Aind Cultural Night program ৷৷ Salona Karam Festival 2023.
AASAA Central President
Pradeep Nag powerful speech AASAA Central Karam Festival,Salona, Nagaon (Assam)
----------------------------
प्रदीप नाग का ओजस्वी भाषण AASAA सेंट्रल करम फेस्टिवल, सलोना, नागांव (असम)
With Ashish Vidyarthi – I just got recognized as one of their top fans! 🎉
Welcome to Nagaon Salona 25th September "Karam Festival "on 2023 ৷৷Singer Micheal Pathor.
আছা্-ৰ সভাপতি প্ৰদিপ নাগৰ নেতৃত্বত গুৱাহাটীৰ ছয় মাইল ভি আই পি ৰোড চছলত আদিবাসী সকলৰ দীৰ্ঘদিনীয়া দাবী
∆ জনজাতিকৰণ ,
∆ মাটি পট্টা,
∆ জাতীয় প্ৰমাণ পত্ৰ,
∆ চাহ শ্ৰমিকৰ মজূৰি ৫৫১ টকা লৈ বৃদ্ধি কৰা ৷
---------------------------
ইত্যাদি জলন্ত সমস্যাৰ ওপৰত ধৰ্না কাৰ্যসূচী ৰুপায়ন কৰি গুৱাহাটীৰ চ্ছলত আকাশ- বতাহ কঁপাই তুলে ৷
আজি গুৱাহাটীৰ চচ্ছলত আছাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা আছা্ বিভিন্ন জিলা, আঞ্চলিক আৰু প্ৰাথমিক সমিতিৰ লগতে আদিবাসী চেঙ্গেল অভিযান, মুণ্ডা সমাজ, ওৰাং, পৰজা, চাওঁৰা, খাড়ায়া সমাজ আৰু অন্যান্য সমাজৰ উপস্থিতিত অভুতপূৰ্ব ধৰ্ণা কাৰ্য্যসূচী ৰুপায়ণ কৰা হয় ।
আছা্ জিন্দাবাদ ৷
আদিবাসী ঐক্য জিন্দাবাদ।
জয় আই অসম ৷
Today AASAA Central Committee Dharna Programme at Guwahati chochol Demanding for ST Status of Assam Adivasi Community.
Thank you so much Assam Government,
----------🙏--------🙏--------
অসমৰ মাননীয় মূখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ ৷
শিক্ষক দিৱস ২০২৩: ড° সৰ্বেপল্লী ৰাধাকৃষ্ণন এগৰাকী শিক্ষক, ভাৰতীয় দাৰ্শনিক, ৰাজনীতিবিদ আৰু পৰিৱৰ্তনকাৰী আছিল যিয়ে ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতীয় শিক্ষা ব্যৱস্থালৈ তেওঁৰ অৱদানে যুৱ মনৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা তেখেতৰ জন্ম বাৰ্ষিকী উপলক্ষে,
শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত শিক্ষাগুৰু সকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ 🙏🙏💐💐৷
খাড়িয়া সমাজ নগাওঁ জিলা সমিতিৰ বিষয়বৱীয়াৰ সংবাদ-মেল ৷৷
Kharia Samaj Nagaon District Press Meet ।।
AASAA Central President Pradeep Nag का नाम से Social Media.Whatsaap, Facebook & YouTube हिल गया ।।
Shout out to my newest followers! Excited to have you onboard!
Sihvsinkra Munde, Sujan Nag, Lakhindar Bhuihar, Muntaj Ansari
Shout out to my newest followers! Excited to have you onboard!
Bikash Shah, Suresh Monda Suresh Monda, Ajoy Orang, Labit Labit, Dinesh Bauri, Kebal Mundy, Prakash Abu, Shailesh Chaudhary
দেশত কৈ মোমাই ডাঙৰ নহয়", ৷ "আদিবাসী জাতিত কৈ কোনো নেতা (লিডাৰ )ডাঙৰ নহয়", ৷
আমি আদিবাসী হওঁ আৰু আদিবাসী হৈ থাকিম ৷
প্ৰদীপ নাগ জিন্দাবাদ৷
আছা্ জিন্দাবাদ ৷
-------------------------
मामा देश से बड़ा नहीं है", . "कोई भी नेता आदिवासी जाति से बड़ा नहीं है",
हम आदिवासी हैं और रहेंगे ৷
प्रदीप नाग जिंदाबाद ৷
AASAA Long Live .
Adivasi Zindabad
Pradeep Nag Zindabad
AASAA Long Live
'শপত খাইছো,"DO or DIE" ST दो और Vote लो ৷ আছা্-ৰ সভাপতি প্ৰদীপ নাগৰ হুংকাৰ ৷ওদালগুৰি মাজবাটত ৷
১/ পদ্মশ্ৰী দুলাল মানকি আৰু আছা্ তিনিচুকীয়া জিলাৰ সম্পাদক জাৰ্নেল মিঞ্জ -ৰ বিষয়ে কি কলে ?
২/ অসমত ১৯৯৬ চনৰ পৰা ২০১৪ চনলৈকে আমাৰ আদিবাসী মানুহ মাৰিলে তেতিয়া কিয় Case নিদিলে ?
৩/ আমি আন্দোলন কৰি Adivasi Peace Acord আৰু মাটিৰ পট্টা তথা চাহ শ্ৰমিকৰ দৈনন্দিন মজূৰি বৃদ্ধি কৰাইছোঁ
ওদালগুৰি মাজবাটত আছা্-ৰ কেন্দ্ৰীয় ভিত্তিত বিশ্ব আদিবাসী দিৱস উৎযাপন কৰা হয়।
আছা্-ৰ সভাপতি প্ৰদীপ নাগৰ সকীয়নি ৷
1/ TGL আৰু Ex-TGL Certificate আমি নামানো ?
2/ আদিবাসী জনগোষ্ঠীৰ ,ভাষা, সাজ-পাৰ উৎসৱ আৰু সংস্কৃতিক লৈ ব্যৱসায় বন্ধ কৰক ?
পদ্মশ্ৰী দুলাল মানকি ডাঙৰীয়া আজি সমালোচনাৰে ঠকা-সৰকা হৈছে সামাজিক মাধ্যমত ৷
MIND BLOWING #ONPASSIVE CASH GIVEAWAY! 🎉 BIGGER, BETTER, AND HIGHER THAN EVER! 🎉💰 We are back with another ! 💰💸 CASH Giveaways! Don't miss out on this opportunity! 💸💰 Enter...
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the public figure
Telephone
Address
Nagaon
782139
Opening Hours
Monday | 9am - 5pm |
Tuesday | 9am - 5pm |
Nagaon, ASSAM
আমার ভালোবাসার মানুষরা আপনারা যদি আমাকে সাপোর্ট করেন তবে আমি অনেক দূর এগিয়ে যেতে যেতে পারবো👉Follow
Nagaon
Nagaon, 782125
Follow 🤲🤲https://www.facebook.com/profile.php?id=100093677255701&mibextid=ZbWKwL🫂🫂😭😭😭😭
Rupahi Hat
Nagaon, NAGAON
Welcome to BIPLAB TARAFDAR Page. President, Kaliabor District BJP SC MORCHA