UN YOUTH CLUB

Naiparia Youth club is non profit organization established in the year 2021

01/11/2023

Rajabari Night Cricket Tournament 2023

Photos from UN YOUTH CLUB's post 28/10/2023

It's been a great pleasure to the opening Ceremony of 75th platinum Jubilee Independence Cup Football Tournament, 2023 organised by Nowgaon Sports Association.

15/10/2023

Langia FC Vs Doomdoomia AFC

29/09/2023

Funny Red Card Moments in Football

29/09/2023

থলুৱা ফুটবল লিগ ২০২৩। সকলো দৰ্শকৰ উপস্থিতি ও সহায়-সহযোগীতা কামনা কৰা হ'ল।

29/09/2023

19/09/2023

Udhantula Super League 2023 1-0 Goal
Bechamari Navajyoti VS New Star Dhing FC

14/09/2023

Australia Vs Bangladesh Football Match

08/09/2023

2nd Semi Final Match at Udhantula Playground

03/09/2023

1st Semi Final Match at Udhantula Playground

03/09/2023

Udhantula playground

24/08/2023

Bechamari Navojyoti Vs Kohtuli FC, Morigaon

20/08/2023

জয় জয়তে উধানতলা নৈপৰীয়া যুৱক সংঘৰ সৌজন্যত আয়োজিত উধানতলা চুপাৰ লিগে আজি ৩ টা বছৰ অতিক্ৰম কৰিছে। ২০২৩ চনৰ উধানতলা চুপাৰ লিগ আজি অন্তিম পৰ্যায়ত উপনিত হৈছে।

আমি উধানতলা নৈপৰীয়া যুৱক সংঘই সৰ্ব প্ৰথমে ইয়াৰ বাবে ধন্যবাদ ও কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব এজন মানুহৰ ওচৰত যিজনে এই খেলৰ মুখ্য গুৰি ধৰোতা তেখেত আমাৰ গাৱৰেই এজন সু-যোগ্য সন্তান ও আমাৰ উধানতলা গাৱঁৰ গৌৰৱ ডাক্তৰ বাহাৰুল ইছলাম চাহাব।

তেখেত নাথাকিলে হয়তো আমাৰ ক্লাৱখন গঠন নহ'ল হেতেন আৰু উধানতলা চুপাৰ লিগৰ জন্মও নহ'লহেতেন। ডাক্তৰ বাহাৰুল ইছলাম চাহাব অবিহনে এইবোৰ সম্ভৱ নাছিল। গতিকে আমি উধানতলা নৈপৰীয়া যুৱক সংঘই তেখেতক সদ্ধাৰে আদৰণি জনাইছো লগতে তেখেতক অন্তৰৰ পৰা কৃতজ্ঞতা স্বীকাৰ কৰিছো।

তেখেতৰ এই অৱদান আমাৰ কাৰণে চিৰ স্মৰণীয়া হৈ থাকিব। গতিকে আমি যেতিয়াই উধানতলা চুপাৰ লিগৰ কথা আলোচনা কৰিম তেতিয়াই আমি ডাক্তৰ বাহাৰুল ইছলাম চাহাবৰ নাম আগত লব লাগিব। লগতে তেখেতৰ পৰা আমি আগলৈ আৰু ভাল পৰামৰ্শ কামনা কৰিছো।

কৃতজ্ঞতা স্বীকাৰ ~ উধানতলা নৈপৰীয়া যুৱক সংঘ

26/07/2023
09/07/2023

USL 2023 1st Match First Goal

05/07/2023

At Udhantula Playground

17/06/2023

3rd Udhantula Super League 2023

15/06/2023

শীঘ্ৰেই উধানতলা গাৱত উধানতলা প্ৰিমিয়াৰ লিগ' ২০২৩ অনুষ্ঠিত হ'বলৈ গৈ আছে। ১ জুলাই ২০২৩ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখন উধানতুলা খেলপথাৰত অনুষ্ঠিত হ’ব। ইয়াত শ্ৰেষ্ঠ ফুটবল দলসমূহক একত্ৰিত কৰি চেম্পিয়নৰ আকাংক্ষিত খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা হয়।
আমি ঘোষণা কৰি আনন্দিত হৈছো যে প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল হ’ব ১ জুলাই শনিবাৰে দুটা শক্তিশালী ফুটবল দলৰ মাজত। আমি কেৱল উধানতুলা বা ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলৰ পৰাই নহয়, যিকোনো জিলা তথা সমগ্ৰ অসমৰ পৰাও দল সমূহক এই অনুষ্ঠানত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো, আমি আশা কৰিছো যে আপোনালোকৰ উপস্থিতিয়ে এই প্ৰতিযোগিতাখনক এক ভয়ংকৰ সফল কৰি তুলিব। এনে এক সুন্দৰ পদক্ষেপৰ আয়োজন কৰি সমাজখনক একত্ৰিত হৈ ফুটবলৰ সুন্দৰ খেল উপভোগ কৰাৰ সুযোগ দিয়াৰ বাবে আমি উধানতুলা নৈপৰীয়া যুৱ সংঘলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিছো।

আমি নিশ্চিত যে মেচখন অতি মনোৰঞ্জনমূলক হ’ব আৰু সকলোৱে ইয়াক বহুত উপভোগ কৰিব। ৰোমাঞ্চকৰ মেচ আৰু প্ৰচুৰ একচনৰ সৈতে উধানতুলা প্ৰিমিয়াৰ লিগ ২০২৩ মিছ কৰিব নালাগে! কেলেণ্ডাৰত চিহ্নিত কৰিবলৈ নাপাহৰিব আৰু আমি আপোনালোকক ১ জুলাই ২০২৩ উধানতুলা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত দেখা পাম।

08/12/2022

27/11/2022

ইচ্ছুক ফুটবল দলে যোগাযোগ কৰিব পাৰে ছেমি ফাইনেলত Game Money আছে।

04/10/2022

Udhantula Premier League 2022 Final Match

Want your organization to be the top-listed Non Profit Organization in Nagaon?
Click here to claim your Sponsored Listing.

Videos (show all)

Zehra Gunes Lovely moment #zehragunes #Volley
Rajabari Night Cricket Tournament 2023 #semifinals #cricket #worldcup2023 #icccricketworldcup2023
Local football #football #FIFAWorldCup
Football Craziest Moment #football #FIFAWorldCup #messifans
Gill amazing fifty #indvspak2023 #AsiaCup #Gill #cricket #iccworldcup2023
This is probably happened in cricket #iccworldcup2023 #IndvsPak #afganistan #AsiaCup
Best goal by Parthib #NEUFC #ISL #football #parthibgogoi
Great T20 World Cup inning by Virat Kohli #iccworldcup2023 #IndvsPak #viratfans
Virat kohli best with Bat #iccworldcup2023 #ipl #indvspak2023 #viratkohli
ICC World Cup 2023 Trophy 🏆 #iccworldcup2023 #india #dhonifans #viratkohli
Six ki barish #iccworldcup2023 #asiacup23 #indvspak2023 #cricket
Moeen Ali's precision vs #DC at Chennai #ipl #iccworldcup2023 #india #indvspak2023

Telephone

Address

Udhantula
Nagaon
782122

Other Youth Organizations in Nagaon (show all)
Dedicated Towards Humanity - DTH Dedicated Towards Humanity - DTH
Chotohaibar
Nagaon, 782003

Dedicated Towards Humanity - DTH Registered under The Societies Registration Act XXI of 1860 And an affiliated youth club of Nehru Yuva Kendra, Nagaon

Nowgong College Students' Union Nowgong College Students' Union
A. T Road
Nagaon, 782001

Established in 1970, the NCSU is the official students' body of Nowgong College. Since it's inception, it has remained at the forefront of the cause of the Greater Assamese student...

Assam gaming Ibrahim Assam gaming Ibrahim
Nagaon, 782003

DOGRU YOUTH Federation DOGRU YOUTH Federation
Dogru Balikuchi
Nagaon, 782425

চম্পাৱতী পৰীয়া সাংস্কৃতিক গোষ্ঠী চম্পাৱতী পৰীয়া সাংস্কৃতিক গোষ্ঠী
Nonoi Kumargaon
Nagaon, 782101

চম্পাৱতীপৰীয়া সাংস্কৃতিক গোষ্ঠী ন তেজৰ, ন প্ৰচেষ্টা ননৈ : নগাঁও : অসম স্থাপিত: ২০১৬

Yuba mancha Yuba mancha
Nagaon, 782003