Eureka SAMAJ

Social service

Photos from Eureka SAMAJ's post 17/09/2023

আজি ইং ১৭/০৯/২০২৩ তাৰিখে আমাৰ অনুস্থান ইউৰেকা সমাজ নগাওঁৱে নগাওঁ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সাক্ষাৎ কৰো।তেওঁক আমাৰ সংস্থাৰ বৰ্তমানে চলি থকা প্ৰকল্পৰ বিষয়ে চমুকৈ অৱগত কৰাৰ লগতে এখনি ফুলাম গামোছা আৰু এখন প্ৰতিছবিৰে সম্বৰ্ধনা জনাওঁ।ছবিখন মৰমৰ ভাইটি মানস শইকীয়াই অংকণ কৰিছিল।তেওঁলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিলো লগতে উজ্বল ভৱিষ্যত কামনা কৰিলো।

Photos from Eureka SAMAJ's post 02/09/2023

Eureka shamaj hoi roktto dan korilu.. Hoi tu olop man mur xohai a ejonoku jodi upokrito koribo paru nisartho vabe heia mur xubhagya... Namo Buddhaya 🙏JOI BHIM✊

12/08/2023

আজি বিয়লি প্ৰায় ৪ বাজি ১০ মিনিট মান বজাত ইউৰেকা সমাজৰ আজীৱন সদস্য তথা নগাওঁ জিলা মুক্তিযুঁজাৰু ভৱনৰ প্ৰাক্তন সাধাৰন সম্পাদক আৰু বৰ্তমানৰ উপ সভাপতি শ্ৰীযুত বাবুল শইকীয়া দেৱ স্বৰ্গগামী হয় । তেখেতৰ "ইউৰেকা জীৱনৰ নৱ আৱিষ্কাৰ" পৰা ইউৰেকা সমাজ হোৱালৈকে যি অৱদান সেইয়া ইউৰেকা সমাজৰ প্ৰতিজন সদস্যই আজীৱন মনত ৰাখিব। শেষত তেখেতৰ আত্মাৰ সদগতি লাভ কৰক তাৰ বাবে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনালোঁ

30/06/2023

আমাৰ সংস্থাৰ দ্বাৰা আয়োজন কৰা "শিশু আৰু নাটকৰ শিক্ষা" শীৰ্ষক কৰ্মশালালৈ ইচ্ছুক সকলক উপস্থিত থাকিবলৈ অনুৰোধ জনালো।

Photos from Eureka SAMAJ's post 27/04/2023

আজি ২৭/০৪/২০২৩ তাৰিখে,আমি ইউৰেকা সমাজ নগাৱঁৰ সভাপতি শ্ৰী প্ৰাচুৰ্য প্ৰান নাথ আৰু মই , NEETৰ Community Libraryত উপস্থিতহৈ লাইব্ৰেৰী সম্পৰ্কে কিছু কথা অবগত হওঁ।তেওঁলোকৰ কাম কৰা স্পৃহা আৰু অভিনৱ কৌশলত আপ্লুত হওঁ।তেওঁলোকে আমাক ইমান কামৰ মাজতো ইমানবোৰ সময় দিয়াৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো East Educational Trust

Photos from Eureka SAMAJ's post 16/04/2023

আজি ইউৰেকা সমাজ নগাঁৱৰ উদ্যোগত আৰু The ant-IDeA আৰু আহুতলি গাওঁবাসীৰ সহযোগত,আহুতলি প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত ৰঙালী বিহুৰ উপলক্ষে "মুকলি বিহু" আয়োজন কৰা।উক্ত অনুস্থানত বিভিন্নজন গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে আৰু লগতে সমূহ ৰাইজ উপস্থিত থাকি অনুস্থানটো সুকলমে পাৰ কৰা বাবে সকলোলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।

Photos from Eureka SAMAJ's post 06/03/2023

যোৱা কালি "ইউৰেকা সমাজ নগাৱঁৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উৎযাপন কৰা হয় লগতে এখন নতুনকৈ সাধাৰন পৰিষদ গঠণ কৰা হয়।

04/03/2023

অহা কাইলৈ অনুস্থিত হ'ব লগা "ইউৰেকা সমাজ নগাঁৱৰ" সপ্তম প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিবলৈ সকলোকে অনুৰোধ জনালো।

Photos from Eureka SAMAJ's post 13/12/2022

ইউৰেকা সমাজৰ উদ্যোগত আৰু আহুতলি গাওঁবাসীৰ সহযোগত,আহুতলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংঙ্গনত মানৱ অধিকাৰ দিৱসটি উৎযাপন কৰা হয়।

Photos from Eureka SAMAJ's post 04/09/2022

নগাঁৱৰ আহুতলিতৰ লগতে প্ৰায় চাৰিখন ৰাইজৰ সৈতে নতুন এক প্ৰকল্পৰ বাবে মতবিনিময়ৰ এক মুহূৰ্ত।

Photos from Eureka SAMAJ's post 04/09/2022

ইউৰেকা সমাজৰ উদ্যোগত ৰাইডিঙ্গীয়া যুৱক যুৱতীৰ মাজত নাটকৰ কৰ্মশালাৰ কাৰ্যকলাপ নিৰিক্ষণৰ বাবে IDEA-THE ANT ৰ সদ্স্যসকল আহি উপস্থিতহৈ আগন্তুক দিনত সহায়ৰ বাবে আশ্বাস দিয়ে।

14/03/2022

অহাকালি হ'ব লগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হ'ব লগা সমূহ পৰীক্ষাৰ্থী সকলক ইউৰেকা সমাজ নগাৱঁৰ তৰফৰ পৰা আন্তৰিক শুভকামনা যাচিলো।

14/03/2022

সকলো কলাপ্ৰেমীকে আমন্ত্ৰণ জনালোঁ ,আশাকৰো আমাৰ এই যাত্ৰাত আপুনিও সহযোগী হ'ব ।

Photos from Eureka SAMAJ's post 07/03/2022

ইউৰেকা সমাজ নগাৱঁৰ ষষ্ঠতম প্ৰতিষ্ঠা দিৱসৰ কিছু মুহূৰ্তৰ আলোকচিত্ৰ।

Photos from Eureka SAMAJ's post 18/02/2022

নাটকঃজয়মতীৰ কিছু দৃশ্যাংশ আগবঢ়ালো।স্থানঃখাগৰিজান কলেজ,নগাওঁ।

15/02/2022

#ইউৰেকা( ) সমাজৰ উদ্যোগত আয়োজন কৰা হৈছে এখন কৰ্মশালা ,তলত উল্লেখ কৰা বিষয়ত হ'ব লগা কৰ্মশালা খনত আপুনিও অংশগ্ৰহন কৰিব পাৰিব । আশা কৰো এই যাত্ৰাত আপুনিও সহযাত্ৰী হ'ব ।
বিঃদ্ৰঃ= কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলক মানপ্ৰত্ৰ প্ৰদান কৰা হ'ব ।

Want your organization to be the top-listed Non Profit Organization in Nagaon?
Click here to claim your Sponsored Listing.

Telephone

Website

Address

Nagaon

Other Community Organizations in Nagaon (show all)
Gram Vikas Parishad  ग्राम विकास परिषद Gram Vikas Parishad ग्राम विकास परिषद
Nagaon, 782001

GRAM VIKAS PARISHAD is a State level premier Non -Govt., Non-Political, Non -Profit Making, Secular,

JURIA TRADE UNION JURIA TRADE UNION
JURIA
Nagaon, 782124

Trade Union

AALF "Senior Citizen's Home" Hojai AALF "Senior Citizen's Home" Hojai
R. D. M. Road , Aminpatty
Nagaon

MSSV Students GROUP MSSV Students GROUP
Mssv Nagaon
Nagaon, 782001

please confess here

Assam Jatiya Parishad Assam Jatiya Parishad
Nagaon

Join Ajp

Sanskar Bharati, Nagaon Dist Sanskar Bharati, Nagaon Dist
Madhukar Bhaban
Nagaon

সাহিত্য সংস্কৃতি কলা সাধনাৰ প্ৰতি উৎ?

Himanta Fans Club Dhing Himanta Fans Club Dhing
Dhing
Nagaon, 782123

Arts'々Scientists Arts'々Scientists
Mukut Sharma Chariali, Amolapotty
Nagaon, 782001

Welcome to the Arts'Scientists Fb Page. One of the very uncommon pages of the social media which wil

Moria community (Assamese Muslim) By Md.Intaz Ali. Moria community (Assamese Muslim) By Md.Intaz Ali.
Vill. Jayantipur. P. O. Kuwaritol. P. S. Kaliabor. Nagaon(Assam)
Nagaon, 782137

A Brief History of The Mariyas In Assam

Mahamukti Mahamukti
P. B. Ashram, Nonoi, Nagaon Assam, Pin 782102
Nagaon, 782001

In the words of the poet, If you are born, you will have to die.