Axom Manav Kalyan Foundation
অসহায়জনক সহায়ৰ উদ্দেশ্যে এই সংস্থা গঠন কৰা হৈছে।
📲 Bank A/C 42346159884
IFSC Code > SBIN0016523
সকলোৱে সহায়ৰ হাত আগবঢ়াওক
েৱাত
আমাক মাত্ৰ 1 টকা কৈ প্ৰতি দিনে দান বৰঙণি দিয়ক,অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ Bank Account খোলা হল, অসহায়জনক সহায়ৰ প্ৰয়োজন,আমাক প্ৰতি দিন অসহায় সকলে সহায়ৰ বাবে যোগাযোগ কৰি থাকে,গতিকে আপোনাৰ 1 টকা বহুতৰ জীৱন সলনি কৰি দিব পাৰে।
Happy Teacher's Day
Happy independence Day
https://docs.google.com/forms/d/e/1FAIpQLSce5VP0K-fAnAe77HIAFg-3owtJ5_dH7vn_OJc_Q1BGMkBzqg/viewform?usp=sf_link
👆ওপৰত দিয়া লিংকটো খোলক আৰু অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ এজন সক্ৰিয় সদস্য হ'বলৈ আপোনালোকৰ নিজৰ নাম ঠিকনা আদি পূৰণ কৰক।
অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ লক্ষ্য উদ্দেশ্য কেৱল অসহায়জনক সহায়ৰ বাবে এই সংস্থা গঠন কৰা হৈছে।
Members Joining From অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ Joining From
অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ সংবিধান বিৰোধী কাম কৰাৰ বাবে আৰু তেখেত ব্যক্তিগত কিছু অসুবিধা হোৱাত আমাৰ ফাউণ্ডেশ্যনৰ পৰা কিছু টকা 3 দিনৰ মূৰত ঘুৰাই দিম বুলি লৈছিল,কিন্ত তেওঁ আজি লৈকে (3 মাহ) হল আমাৰ ফাউণ্ডেশ্যনৰ টকা খিনি উভতাই নিদিলে সেই বাবে আজি কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে তেখেতক অসম
মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ পৰা প্ৰচাৰ সম্পাদকৰ দায়িত্বত থকা Kangkan Vedachary Sarma Official ক বহিষ্কৃত কৰা হল।
আজিৰ পৰা কংকন বেঢ শৰ্মাৰ অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই।
On the occasion of international day against drug abuse and illigel trafficking Arising Wellness Society in a collaboration with Axom Manav Kalyan Foundation organized a awareness campaign against drug abuse at Kacholukhuwa Islampatty, Nagaon. We felicitated some of the villagers and some recovery addict on this occasion. We are thankful for the beloving behaviour and support of the villagers and special thanks to Axom Manav Kalyan Foundation
আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস।
অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বিশ্ব পৰিবেশ দিৱসৰ শুভ কামনা যাঁচিলোঁ।
5th Prize, 15407
Network Problem r karone upload howa nasile
15th Prize, 11608
14th Prize, 10380
13th Prize, 11586
12th Prize 27081
11th Prize, 21712
10th Prize, 27036
9th Prize, 11300
8th Prize, 29163
7th Prize, 29174
6th Prize, 15522
5th Prize, 15407
4th Prize, 29158
3rd Prize, 12176
2nd Prize, 10360
ভাগ্যপৰীক্ষা 1st Prize , 29100
Welcome to AMKF Family
অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ লগত জড়িত হোৱাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
*welcome to AMKF Family*
অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ লগত জড়িত হোৱাৰ বাবে আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালোঁ আপোনাক
*বোকাখাটৰ সমাজ কৰ্মী, ৰুমি বৰদলৈ বাইদেউ আজি অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ লগত জড়িত হয়,তেখেতক অসম মানৱ কল্যাণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালোঁ।
Happy independence Day
Axom Manav Kalyan Foundation Lakhimpur District Members
Hello Everyone Share Please
সকলোৱে এবাৰ ভাল দৰে পঢ়ি আগলৈ প্ৰেৰণ কৰি দিব বুলি আশা ৰাখিলোঁ 🙏
Assam Human Development Foundation
Jai Hind Jai jawan 🇮🇳
Assam Human Development Foundation
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the organization
Telephone
Website
Address
Nagaon
Nagaon, 782001
Founder : Axom Manav Kalyan Foundation � প্ৰতিষ্ঠাপক অসম মানৱ কল্যাণ ফাউণ্ডেশ্যন
Ranthali
Nagaon, 782101
#central General Secretary,Jatiyo Anuhusito Jati Sakti,AJP #socialworker #Entreprenur #writter
Nagaon, 782003
অসহায়জনক সহায়ৰ উদ্দেশ্যে এই সংস্থা গঠন কৰা হৈছে। Bank A/C 42346159884 IFSC Code > SBIN0016523
Nagaon, 782003
Dilwale to hum bhi the mohabat main dil jala baithe, takdir hi apni kuch aise thi ek bewafa se dil laga baithe.Girl: Why Do You Follow Me Every Time Boy: Well When I Was Kid My Par...