Palash Gogoi
insta id : palash_gogoi_21
ভাল ঢোল বিচাৰি আছে নেকি ? অসমৰ আটাইকৈ কম দামত আৰু ভাল ঢোল কত ?
Husori Bihur Akhora dei
বিহু বুলি কলে অসমীয়াৰ আবেগ, অনুভূতি কিন্ত আমি পাৰিছোনে কৃষ্টি-সংস্কৃতি বিলাক সঠিক ভাৱে জীয়াই ৰাখিবলৈ ? আমি কি হেৰুৱাই পেলাইছো ?
🖌️তাহানিৰ বিহু আৰু এতিয়াৰ বিহুৰ মাজত ইমান পাৰ্থক্য কিয় ?
🖌️আমাৰ কৃষ্টি-সংস্কৃতি ব্যৱসায়লৈ দিনক দিনে গতি কৰিছে ॥
এজন বিশেষ ব্যক্তি যিজনে বনৰীয়া হাতীৰ বাবে কৰিছে শ শ বিঘা ঔটেঙা খেটি ॥ বনৰীয়া জন্তুক ভাল পোৱা কোন তেও ?
ভদিঅটো চেয়াৰ কৰি তেওক আৰু অকনমান উৎসাহ দিব সাহষ
দিব 🙏
RATUL JISHU ককাদেউলৈ ১ লাখ ফলোৱাৰ্চ ৰ শুভেচ্ছাৰ লগতে আপোনালৈ সৰু এটি উপহাৰ আগবঢ়াইছো || 0 পৰা ১০০ ঘৰলৈ যাওঁতে বাটত পাই অহা বহুখিনি ধুনীয়া ধুনীয়া মুহূৰ্ত অলপমান আপোনালোক দেখুৱাবলৈ সামান্য প্ৰয়াস কৰিছোঁ |
যদি ভিদিঅটো চাই ভাল পাই like, comments, share & Follow কৰিব pageটো 🥰
প্ৰায় 60% Discount ৰ লগলে পইচা কেনেকৈ ৰাহি কৰিব পাৰিব ?
এজনী 15 বছৰীয়া ছোৱালী ॥ আজিৰ দিনত ছোৱালীও কোনো গুণে কম নহয় ॥ বোকাতহে পদুম ফুলে কথাষাৰ মিছা নহয় ॥
যদি ভিডিঅটো চাই ভাল পালে লাইক কৰিব লগতে পেজটো follow কৰিব 🙏🥰
বহুত বেছি শুভেচ্ছা ককাই আজি লাখৰ(100k)ঘৰত ভৰি দিলে আপোনাৰ ফেচবুক পেজে ।আকাশ আৰু সাগৰৰ দৰে বিশাল হওক আপোনাৰ এই জগতখন 🥰🥰🥰
এইবাৰ ৰঘুপতি নহয় ৰুদ্ৰ হৈ আহিব ৰবি শৰ্মা দা ॥ কেতিয়ালৈ মুক্তি পাব ৰুদ্ৰ ?
🖌️ ৰবি শৰ্মা দায়ে শুভাৰম্ভনি কৰিলে চৰাইদেউৰ S D GOLD FITNESS CENTRE ||
🖌️ ৰবি শৰ্মা দায়ে কলে আমি আচলতে শৰীৰ চৰ্চা কিয় কৰিব লাগে ॥
যদি আজিৰ ভিডিঅটো চাই ভাল পালে লাইক কৰিব আৰু লগতে পেজটো Follow কৰিব ॥
এই দত্য জনৰ নামটো আৰু কোনে জন্ম দিছিল ? কমেন্ত কৰকছোন ॥
আমি কিছুমান বহুত ডাঙৰ ভুল কৰি আছো । কি জানেনে ? আমি সহায় কৰিব লাগে কাক আৰু সহায় কৰি আছো কাক ॥ আচলতে জীৱন সংগ্ৰাম কি কিছু লোকেহে ভালদৰে বুজি পায় ॥
ভিডিঅটো চালে আপোনাৰো কিন্ত এপাক নাচিবলৈ মন যাবৈ ॥ আমি বিহুলৈ বুলি সাজো দেই আপোনাৰ চুতালৰ দুবৰী বন গচকট মাৰিবলৈ ॥
ভিডিঅটো চাই কেনেকুৱা পালে জনাব লগতে পেজটো Follow কৰি দিব দেই 🙏🙏🙏
দেৱৰ্ষি নাৰদে আজৰি সময়ত কি কৰে জানি আছৰিত হব 🤣🤣🤣
পেজটো Follow কৰিব 🙏 আগৰ ভিডিঅ সমূহ চাব । অলপ ধেমালিহে কৰিলো কোনেও বেয়া নাপাব ॥
এখন বিশেয দলং ॥ কত আছে এই দলংখন ? বহুত পূৰনি এখন এই দলংখন ॥
যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব লগতে পেছটো Follow কৰিব 🙏
এজনি ১৮ বছৰীযা ছোৱালীয়ে নিজৰ সপোনখিনী পোৰাবলৈ কৰিছে জীৱন সংগান ॥
যদি ভিডিঅটো চাই ভাল পালে লাইক কৰিব লগতে পেজটো Follow কৰিব 🙏
ঘৰত যদি এনেকোৱা এটা ডিজিটেল মেছিন থাকে ঘৰত বহি বহিয়ে টকা উপাৰ্যন কৰিব পাৰিব ॥
1.29 লাখ টকা খৰচ কৰি লব পাৰে এইটো মেশিন॥
যদি ভিডিঅটো চাই ভাল পালে লাইক কৰিব লগতে পেজটো ফল কৰি দিব 🙏
যান্ত্ৰীকতাৰ পৃথিৱীখনত কত গৈ আছো আমিবোৰ ? মনত পৰেনে শৈশৱৰ দিনবোৰ ? ঘূৰাই পামনে শৈশৱৰ বন্ধু-বান্ধৱী কেইতাক ?
নিষ্ঠা আৰু দৃঢ়তাই মানুহক বহু দূৰ আগুৱাই নিব পাৰে তাৰে এক উদাহৰন অভিজিৎ বুঢ়াগোহাই ।
অভিজিৎৰ বিষয়ে ভালদৰে জানিবলৈ হলেRATUL JISHUU পেজত গৈ চাব পাৰিব ॥
আজি মহা শিৱৰাত্ৰি ॥ শিৱ বাবাৰ 108 নামৰ ভিতৰত কোনে কেইটা জানে তলত লিখকছোন ॥
যদি ভিডিঅটোত কিবা নকবলগীয়া কথা কৈ পাইছো অনুগ্ৰহ কৰি ভুলটো শুধৰাই মাফ কৰি দিব ॥
আৰু যদি ভিদিঅটো চাই ভাল পালে পেজটো Follow কৰি দিব 🙏🥰
শিলগুটিয়ে পোৱালী দিয়ে কথাষাৰ হয়নে বাৰু ॥ মানুহ আৰু প্ৰকৃতিৰ মাজত কিমান মিল আছে চাওকছোন ॥ শিলৰো জীৱন চক্ৰ আছে নেকি ॥
শিৱসাগৰৰ ঐতিসাহিক শিৱদৌলত এইবাৰ শিৱৰাত্ৰীৰ আয়োজন কিন্তু চাব লগীয়া 😲 ॥ শিৱসাগৰত আজিৰ পৰা 6 টা দিন হৈ পৰিব উৎসৱ মুখৰ পৰিবেশ ॥
জয়মতী শাস্তি দিয়া গছ ॥ 350 টা ৰজাদীনিয়া পুখুৰীৰ পানী সংৰক্ষন কৰি কত ৰখা হৈছে ॥ আজি দেখুৱাম বহুতো নেদেখা নেদেখা বস্তু ॥
যদি ভিডিঅটো ছাই ভাল পালে Like, Comment,Share লগতে পেজটো ফল কৰিব 🙏
অসমীয়া পিয়াজৰ কিমান গুন আছে জানেনে ॥ কিয় অসমীয়া পিয়াজৰ ইমান দাম ॥ বহু দৰবত ব্যৱহাৰ হয় এই পিয়াজ ॥
এগৰাকী 65 বছৰীয়া আইতাই ৰচিলে এটা খেতিকলৈ গান ॥ গীত গাই নাচি-বাগি আনন্দৰে কৰে নিজৰ কাম ॥ বিঘাই বিঘাই কৰে খেতি ॥
যদি ভিডিঅটো চাই ভাল পালে Like , Share আৰু লগতে পেজটো Follow কৰি দিব দেই 🙏😍
ঘৰৰ ভিতৰৰ পৰাই ব্যৱসাই কৰি আপোনিও টকা উপৰ্যন কৰক ॥ একেবাৰে কম মূলধনেৰে আৰম্ভ কৰিব পাৰিব ॥
ভিডিঅটো চাই ভাল পালে Share কৰিব লগতে পেজটো Follow কৰিব ॥
এখন হোটেল যত দোকানীয়ে গায় থাকিব গান আৰু আপুনি চাহৰ জুতি লৈ থাকিব পাৰিব ॥ ৰংঘৰ চাব গলে খাই চাব পাৰে একাপ চাহ ॥
Click here to claim your Sponsored Listing.
Videos (show all)
Category
Contact the business
Telephone
Address
Moranhat
Sibsagar
Dear Friends..ITs a Storytelling FB Page.which I will trying to Upload Motivational Videos..FOLLOW Me
Sibsagar
Learn strumming | chords | Exercises for Both Hands | Fingerstyle Exercises |