Rafique Choudhury

Rafique Choudhury

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rafique Choudhury, Public Figure, .

Photos from Hatem Choudhury Sishu Niketan's post 03/03/2023
28/01/2023

Attending the Farewell to the outgoing students together for the 17th time. It’s really tough for us to let our students go, who are like our own children. We wish them the best of luck for their future endeavours.

Hatem Choudhury Sishu Niketan

Photos from Rafique Choudhury's post 26/01/2023

Celebration of Republic Day at Hatem Choudhury Sishu Niketan and Goroimari Revenue Circle Office in the presence of Dr. Rezzaque Choudhury, Professor and Head, Division of Anatomy and Histology at Sher-e-Kashmir University, Kashmir.

01/01/2023

Yesterday our students visited Jama Masjid, New Delhi.

17/12/2022

গৰৈমৰীয়া নৱপ্ৰজন্মৰ বাবে উৎসাহজনক খবৰ :
২০২২ বৰ্ষ প্ৰায় শেষ হৈ আহিল। ভাল-বেয়াৰ মাজত পাৰ হোৱা এই বছৰটোৰ শেষত অতি উৎসাহজনক খবৰ এটি জনাব পাই আনন্দিত হৈছো। মোৰ পূত্ৰ আশ্বফাক চৌধুৰী CUET পৰীক্ষাত উত্তীৰ্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ (Delhi School of Journalism) পৰা শিক্ষা অৰ্জন কৰাৰ সুযোগ পাইছে। ইয়াৰ লগতে মোৰ ককাইদেউ আশ্বৰফ্ চৌধুৰীৰ পূত্ৰ বদৰুজ জামান চৌধুৰীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ (Faculty of Law)ত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে।দুয়োজনেই প্ৰাক্তন কটনিয়ান লগতে আমাৰ পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ কটনিয়ান । কটনৰ এই যাত্ৰা মোৰ দেউতা প্ৰয়াত হাতেম চৌধুৰীয়ে প্ৰথমগৰাকী গৰৈমৰীয়া হিচাপে আৰম্ভ কৰিছিল ১৯৩৮ চনত।
দুয়োজনক লৈ আমি যথেষ্ঠ গৌৰৱান্বিত আৰু আশাবাদী। আপোনালোকৰ শুভাশীষ কামনাৰে।

Congratulations to my dearest son Ashfaq Choudhury and my nephew Badruz Zaman Choudhury on successfully qualifying CUET and DULLB entrance exam respectively to be a part of one of the best educational institutions of India.
Both of you made us proud.
I expect everyone’s blessing in this regard.

Photos from Rafique Choudhury's post 24/11/2022

What an amazing program it was!
The closing ceremony of 23rd School week celebration of Hatem Choudhury Sishu Niketan comes to an end successfully.
Thank you to all the Hatemians, Ex Hatemians and Goroimarians.

18/10/2022

সোণতলী (স্বৰ্ণ) শাখা সাহিত্য সভাৰ অন্যতম সাফল্য হৈছে গ্ৰন্থ প্ৰকাশন। শাখাৰ সভাপতি ছামছুল আলম ভূঞা চাহাবে অধিৱেশনৰ ইমান ব্যস্ততাৰ মাজতো ব্যক্তিগত ভাবে দুখনকৈ জীৱনী গ্ৰন্থ লিখি উলিয়াব পাৰিছে, ভাবিলে আচৰিত লাগে। অৱশ্যে তেখেতৰ কৰ্মনিষ্ঠা সম্পর্কে মই ইতিমধ্যে অৱগত। তাৰোপৰি সম্পাদনা সমিতিয়ে "সোণ বিৰিণা " নামকৰণৰে এখনি সুন্দৰ মুখপত্র প্ৰকাশ কৰি ৰাইজৰ হাতত তুলি ধৰিবলৈ সক্ষম হৈছে। ভূঞা চাহেবৰ গ্ৰন্থ দুখনেও বিশেষ তাৎপর্য বহন কৰে, কিয়নো তাৰে এখন মৰহুম ইউছুফ আলী ভূঞা চাহেবৰ জীৱনৰ ওপৰত প্ৰতিষ্ঠ, যিগৰাকী ব্যক্তি আছিল একেধাৰে শিল্পী, সাহিত্যিক, নাট্যকাৰ, সমাজ সংস্কাৰক ইত্যাদি। অন্যহাতে ফজলুল হক চাহেব এগৰাকী জীৱিত ব্যক্তি, যি সোণতলী অঞ্চলৰ এজন অতিকৈ নিষ্ঠাবান সমাজ কৰ্মী,আদৰ্শ শিক্ষাগুৰু যাৰ বিশ্বাস যোগ্যতা সৰ্বজন বিদিত। হক চাহেবৰ জীৱনকালতে গ্ৰন্থ খন প্ৰকাশিত হোৱাত সাৰ্থক হৈছে। কিয়নো আমি মৃত ব্যক্তিৰ প্ৰশংসাত খুব গুৰুত্ব আৰোপ কৰো, অথচ জীৱিত অৱস্থাত আকমান প্ৰশংসা কৰিলে ব্যক্তি গৰাকী উৎসাহিত হৈ কত ভাল কাম কৰাৰ সম্ভাবনা থাকে। এই ছেগতে ভূঞা চাহেব সমন্বিতে সম্পাদনা সমিতিক অভিনন্দন জনাইছো।

15/10/2022

"ভাৰতৰ মিছাইল মানৱ " ৰূপে সর্বপৰিচিত বিজ্ঞানী, প্রাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° এ পি জে আব্দুল কালাম দেৱৰ জন্ম বার্ষিকী তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
Remembering the Missile man of India Dr. APJ Abdul Kalam sir on his birth anniversary.

Photos from Rafique Choudhury's post 05/09/2022

আজি আমাৰ বিদ্যালয় প্ৰাংগনত চিনময় কিশ্বৰ আৰু আব্দুছ ছালাম চাহেবৰ উপস্থিতিত পৱিত্ৰ শিক্ষক দিৱস উদযাপন কৰা হয়।

Hatem Choudhury Sishu Niketan

Photos from Rafique Choudhury's post 17/08/2022

এইবেলি ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপন সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ বৃহত্তৰ গৰৈমৰীয়া সমাজতো উৎসৱমুখৰ ভাবে পালন কৰাৰ লগতে কিছুমান দিশত অঞ্চলটিতে এক ঐতিহাসিক বাৰ্তা বহন কৰিবলৈ সক্ষম হয়। বিশেষকৈ গৰৈমাৰী বজাৰ পাৰ্কত অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীৰ অন্যতম উদ্যোক্তা হিচাবে ব্যৱসায়িক সন্থাৰ যুৱকসকলৰ লগতে আছু-আমছুৰ নেতৃস্থানীয় যুৱকসকলক একেলগে একে মঞ্চত সৌহার্দ্যপূর্ণ অৱস্থাত লগ পাই খুবেই ভাল লাগিল। আশা কৰো অনাগত দিনবোৰত এনেধৰণৰ যৌথ কাৰ্যসূচীয়ে নৱপ্ৰজন্মৰ মাজত মিলা-প্ৰীতি, একতা আৰু ভাতৃত্ববোধ বৃদ্ধি কৰাত সহায়ক হব।

14/08/2022

আজাদী কা অমৃত মহোৎসৱ'ৰ ওপৰত মোৰ ব্যক্তিগত অনুভৱ।

Photos from Rafique Choudhury's post 12/08/2022

অতীতৰ এক মধুৰ স্মৃতি

ড: পি. এ ফজল ডাঙৰীয়াৰ হাতৰ পৰা EDU-PROMO AWARD - 2013 সন্মান লাভ কৰিছিলো। সভাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া উপস্থিত থকাৰ কথা আছিল যদিও ব্যক্তিগত অসুবিধাৰ বাবে তেওঁ আহিব পৰা নাছিল।

Photos from Rafique Choudhury's post 10/08/2022

Azadi ka Amrit Mahotsav.🇮🇳
13-15th August.
ঘৰে ঘৰে জাতীয় পতাকা🇮🇳

Videos (show all)

"ভাৰতৰ মিছাইল মানৱ " ৰূপে সর্বপৰিচিত বিজ্ঞানী, প্রাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ড° এ পি জে আব্দুল কালাম দেৱৰ জন্ম বার্ষি...
আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে মোৰ ব্যাক্তিগত অনুভৱ।

Telephone

Website