National Urban Livelihood Mission, makum

National Urban Livelihood Mission, makum

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from National Urban Livelihood Mission, makum, Government Organization, .

NULM is to reduce poverty and vulnerability of the urban poor households by enabling them to access gainful self-employment and skilled wage employment opportunities.

Photos from National Urban Livelihood Mission, makum's post 16/08/2022

৭৬ তম স্বাধীনতা দিৱস উপলক্ষে মাকুম পৌৰসভাই আয়োজন কৰা কাৰ্য্যসূচী।

Photos from National Urban Livelihood Mission, makum's post 10/04/2021

আজি ১০/৪/২০২১ তাৰিখে মাকুম পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া ড° সঞ্জীৱ কুমাৰ ফুকন দেৱে মাকুম পৌৰসভা অন্তৰ্গত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান সমিতিৰ সৌজন্যত আত্মসহায়ক গোটৰ দ্বাৰা আয়োজিত মাকুম নগৰৰ ডিগবৈ পথৰ সমীপত থকা দূৰ্গাপূজা মণ্ডপৰ প্ৰাঙ্গনত আজিৰে পৰা দুদিনীয়াকৈ আয়োজিত বসন্ত খাদ্য ও বস্ত্ৰ মেলাখনৰ শুভ উদ্বোধন কৰে । উল্লেখযোগ্য যে এই মেলাত বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা থলুৱা সামগ্ৰী বিক্ৰীৰ লগতে প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে । আজিৰ এই অনুষ্ঠানত ড° সঞ্জীৱ কুমাৰ ফুকন,শ্ৰী যুত বিকাশ সিং বৰাইলী দেৱৰ লগতে বহুকেইগৰাকী আত্মসহায়ক গোটৰ সদস্য-সদস্যাসকল উপস্থিত থাকে ।

Photos from National Urban Livelihood Mission, makum's post 20/08/2020

বিতং তথ্যৰ বাবে মাকুম পৌৰসভাত যোগাযোগ কৰে যেন।

Photos from National Urban Livelihood Mission, makum's post 13/05/2020

মাকুম পৌৰসভা অন্তৰ্গত অদিতি আত্মসহায়ক গোট টিয়ে Medical ত ব্যৱহাৰ কৰিব পৰা Safety Face Mask আৰু Scrub cap তৈয়াৰ কৰি ওলিয়াইছে। যিবোৰ অতি নুন্যতন দামত ক্ৰয় কৰিব পৰিব। কোনো ব্যক্তিয়ে যদি ক্ৰয় কৰিব বিচাৰে তেন্তে তলত দিয়া নম্বৰত যোগযোগ কৰিব পাৰিব। এই post তো সকলোৱে যাতে share কৰি দিয়ে যেন।

অদিতি আত্মসহায়ক গোট
৯৬৭৮৩১৬৪৫৭

Photos from National Urban Livelihood Mission, makum's post 08/04/2020

Mask prepared by aditi shg

Photos from National Urban Livelihood Mission, makum's post 08/04/2020

Mask prepared by monimala shg

Videos (show all)

Telephone