Dipankar Rabha Official

Dipankar Rabha Official

General Secretary, ALL RABHA STUDENTS' UNION

22/10/2023

মই ক'ত আছো সেইটো ধৰিব পাৰিবনে?? বিশুদ্ধ পানীৰ সুবিধা, পথৰ আন্তঃগাঁথনি, বানপানীৰ সময়ত দুয়োটা পথৰ মাজত যোগাযোগ নোহৱা হৈ যাই। আচৰিত! জীয়াই থাকিবলৈ এতিয়াও নৈৰ পানী খাব লাগে। যেতিযা নদীৰ পানী শুকাই যায়, তেতিয়াহে পাৰ হব পাৰে। কেতিয়া ৰজাঘৰিয়াৰ এইবোৰ চকুত পৰিব? এতিয়াওঁ আমাৰ মানুহবোৰ এনেকৈ জীয়াই আছে?

স্থান: পাহাৰপুৰ, তামুলপুৰ জিলা।

Photos from Dipankar Rabha Official's post 21/10/2023

আজি সপ্তমী বিহিত পূজাৰ দিন উপলক্ষে #৫৬ সংখ্যক তামুলপুৰ দুৰ্গা পূজাত মহিলা নাগাৰা নাম উদ্বোধন কৰাৰ সৌভাগ্য হয়। পৰিচালনা আৰু উদযাপন সমিতিৰ লগত সংলগ্ন হৈ থকা প্ৰত্যক জন ব্যক্তিলৈ মই ধন্যবাদ জনাইছো।

Photos from Dipankar Rabha Official's post 20/10/2023

৪৩ সংখ্যক বালাবাৰী আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত হোৱা দূৰ্গা পূজাৰ মূল মন্দিৰ উদ্বোধন কৰাৰ সুভাগ্য হয়॥

Photos from Dipankar Rabha Official's post 17/10/2023

শ্বহীদ অমিতাভ ৰাভাক শ্বদ্ধাৰে স্মৰণ কৰিছোঁ, আজি তেখেতৰ ৩৩ সংখ্যক মৃত্যু বাৰ্ষিকী।

14/08/2022

Let's salutation our great nation on its Independence Day !
Jai Hind ✊

05/12/2021

Death Anniversary of Former President Amitabh Rabha, at Tamulpur District

05/12/2021

On the day of delegate meeting of Sanitpur district.

05/12/2021

Picture of welcoming the Padmashri Award winner respected Dr. Biruwala Rabha at Gopinath Bordoloi Airport, Guwahati

05/12/2021

Picture of CCTOA whenever discussed with the Cabinet Minister Respected .

05/12/2021

Picture of charge handover to new committee of Bangaigaon District, Assam

05/12/2021

INAUGURATION OF MAGAZINE

11th Anniversary Celebration and 12th Rabha Freshmen Social Day celebration of ARSU unit of Gauhati University, ARSU

05/12/2021

At the time of taking the office of Reception Committee for 18th and 11th Binneal conference of ARSU and ARWC, which is scheduled to organised on 11th to 13th February, 2021 at Udalguri District

08/09/2021

আজি আবেলি ৪ বজাত খানাপাৰা স্থিত কইনাধৰা বাসগৃহত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই *চিচিতোৱা* সংগঠনৰ লগত জনগোষ্ঠীয় বিষয়ক লৈ এক গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰে। কেবিনেট মন্ত্ৰী হিচাপে ক্ৰমানয়ে ৰনোজ পেগু, অশোক সিংঘাল, প্ৰমোদ বড়ো উপস্থিত থাকে। আলোচনা সভাত জনগোষ্ঠীয় বিষয়ক লৈ সমাধান কৰাৰ অৰ্থে *কেবিনেট চাব্ কমিটি* পৰৱৰ্তী কেবিনেট বৈঠকত ঘোষণা কৰাৰ কথা অৱগত কৰে। জনগোষ্ঠীয় সমস্যা নিৰ্মূল হোৱাৰ এতি ইতিবাচক চিন্তাৰে আমি আশাবাদী। সভাত বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে নিখিল ৰাভা ছাত্ৰ সন্থায়ো উপস্থিত হওঁ।

23/08/2021

যোৱা ২১ আগষ্ট, ২০২১ তাৰিখে গুৱাহাটিস্থিত হোটেল প্ৰাগ কণ্টিন্টেলত অনুষ্টিত হোৱা সদৌ অসম ছাত্ৰ সন্থাসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ যৌথ সভাত উপস্থিত থকা যায়৷

15/08/2021

Wish you all a very Happy Independence Day

09/08/2021

Today is The International Day of World’s Indigenous Peoples. Marked as the contribution and achievement of indigenous people who hold a vast diversity of unique cultures, traditions, languages, and knowledge systems.

Today is the awareness to protect the social, economic, and political rights of the indigenous communities.

18/07/2021

“Lead from the back-and let others believe they are in front”—Nelson Mandela

Remembering the great anti-apartheid revolutionary, and philanthropist person around the world.

09/07/2021

The decision to increase Protected Tribal Belts and Blocks is very significant by the government. But, maximum existing belts and blocks are occupied by the illegal immigrants. The government should take immediate step to find out the illegal persons, and free from them. Then, it would be a good step. Otherwise, publishing the decision throughout press media and doing nothing in the proper field, is meaningless. Hope, this government shall protect the indigenous people.

Dipankar Rabha
AGS, ARSU

07/07/2021

Congratulations to one of the energetic and dynamic transparent leader Shri Sarbananda Sonowal. His leadership will definitely build a bridge of brightness of development.

Photos from Dipankar Rabha Official's post 06/07/2021

Met Respected Amarsing Koch, President BRKR and the District/Anchalik President, Secretary; ARSU workers of KOKRAJHAR District.

30/06/2021

কাৰ্গিল যুদ্ধত যুঁজি দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ জিণ্টু গগৈক আজি মৃত্যু দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।তেখেতে দেশমাতৃক দিয়া প্ৰতিটো অৱদান সদায়েই চিৰযুগমীয়া হৈ থাকিব।

🇮🇳

20/06/2021

৫২তম্ ৰাভা দিৱসত বিষ্ণু প্ৰসাদ ৰাভা দেৱক শ্ৰদ্ধাৰে সোৱৰিছোঁ। তেখেতৰ বৰঅসমৰ চিন্তা আজিৰ তাৰিখত যেন সপোন। আজি আঞ্চলিক কমিটিৰ মূখ্য কাৰ্যালয়ত মাল্যাৰ্পণ অৰ্পন কৰোঁ।

Photos from Dipankar Rabha Official's post 19/06/2021

The culprits should get immediate capital punishment, a news of yesterday of the press meet at Tamulpur, Baksa District.

09/06/2021

My gratitude and tribute to the great freedom fighter on his death anniversary.
He will always be remembered for protecting the tribal interests & his struggle for the downtrodden.

07/06/2021

The encroachment land should be free from illegal immigrants, indeed a good step of the government. The is for native people, not for those who occupied illegally.

29/05/2021

তামুলপুৰৰ সন্মানীয় বিধায়ক লেহোৰাম বড়োৰ বিয়োগত মৰ্মাহত হৈছোঁ৷ সমাজৰ প্ৰতি দায়বদ্ধ হোৱাৰ লগতে তেখেত এজন সুদক্ষ প্ৰশাসনিক বিষয়া আছিল৷ তেখেতক শ্ৰদ্ধাজলি যাচিছোঁ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷

দিপাংকৰ ৰাভা
সহকাৰী সাধাৰণ সম্পাদক, আৰছু

26/05/2021

অসমীয়া কেলেণ্ডাৰৰ জেঠ মাহৰ বৌদ্ধ পূৰ্ণিমাৰ তিথিত ৰাভা জনগোষ্টীৰ জাতীয় উৎসৱ “বায়খো“ পূজা উদযাপন কৰা হয়৷ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷

Telephone