Hukum Chand Ali Boxi Fan Club

Hukum Chand Ali Boxi Fan Club

JOI AAI AOXM

01/09/2023

Urgently need a car modification electrician. Qualified in Min: 6 years Experience. Kindly contect me: 7002286216

20/06/2022

শ্ৰদ্ধাঞ্জলি

Photos from Hukum Chand Ali Boxi Fan Club's post 18/06/2022

কৃত্ৰিম বানে পথ বুৰাই পেলোৱাত পথ মুকলি কৰিবলৈ পথৰ দাঁতিত নলা খান্দি বান মুক্ত কৰা প্ৰয়াস।

17/05/2022
16/05/2022

আজি বুদ্ধ পূর্ণিমা। মহাপুৰুষ বুদ্ধদেৱৰ আদৰ্শ, মহানতা, ত্যাগেৰে পৰিচালিত হ'লেহে মানৱ জাতিয়ে এক সুন্দৰ ভৱিষ্যতৰ পৃথিবী পাব। বুদ্ধৰ প্ৰতিটো কথা প্ৰতিটো বাণী সেয়ে আজিও মানৱ জাতিৰ ক্ষেত্রত প্ৰাসংগিক হৈ আছে। আহক আমি প্ৰতিজনে সুন্দৰৰ এই বাণীৰে কাম কৰি যাওঁ৷ বুদ্ধদেৱে মানৱ সমাজক প্ৰদান কৰি যোৱা শান্তি আৰু অহিংসাৰ বাণীয়ে সকলোৰে জীৱনত শান্তি আৰু সমৃদ্ধিৰ অনন্ত ধাৰা প্ৰবাহিত কৰক তাৰেই কামনাৰে সকলোকে পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ !!

Photos from Hukum Chand Ali Boxi Fan Club's post 15/05/2022

ধাৰাসাৰ বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বান পানীৰ পিছত ১ নং ৱাৰ্ডৰ বিভিন্ন অঞ্চলত পানী মুকলিকৈ উলাই দিয়াৰ প্ৰয়াসৰ কৰাৰ চেষ্টাৰ কেইটিমান মুহুৰ্ত৷

Want your public figure to be the top-listed Public Figure in Kamakhya?
Click here to claim your Sponsored Listing.

Category

Telephone

Website