MJB Knowledge Point
Education is a long life process and there is no limitations learning about things.
Collect your Registration form Now........
# # # # # # # # *জাননী* # # # # # # #
ইয়াৰ দ্বাৰাই জনোৱা হৈছে যে,আজি অৰ্থাৎ ইংৰাজী ২০/০৩/২০২৪ তাৰিখ( বুধবাৰ)ৰ পৰা কাকজান দুলীয়া গাওঁ তিনিআলিত অৱস্থিত MJB TUTORIAL POINT ত ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ *Registration* প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে।
একেদৰেই কাইলৈৰ পৰা টিয়ক মিধাখাট তিনিআলিত নতুনকৈ আৰম্ভ হোৱা আমাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ তৃতীয়টো শাখাত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব।
সেয়ে ইচ্ছুক শিক্ষাৰ্থীসকলক নামভৰ্তিৰ বাবে প্ৰয়োজনীয় Registration Form অতি সোনকালে আমাৰ প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰিবলৈ জনোৱা হ'ল।
👉প্ৰতিটো শ্ৰেণীৰ বাবে আসনৰ সংখ্যা মাত্ৰ ১০ খন।
👉Registration Form ৰ মূল্য *৫০.০০* *টকা।*
*সময়- দিনৰ ১১ বজাৰ পৰা ২ বজাৰ ভিতৰত*
চলিত শিক্ষাবৰ্ষ (২০২৪-২৫) ত MJB TUTORIAL POINT, Kakojan শাখাত প্ৰতিটো গ্ৰুপত আসনৰ সংখ্যা সীমিত কৰা হৈছে ।
শ্ৰেণী অন্তৰ্ভুক্ত - অষ্টম, নৱম, দশম, একাদশ, দ্বাদশ।
( *Classes - VIII, IX, X, XI & XII )*
ধন্যবাদ সহকাৰে,,
**কৰ্তৃপক্ষ*
_MJB TUTORIAL POINT*_
বিগত বৰ্ষৰ দৰে ২০২৩-২৪ শিক্ষাবৰ্ষতো ছাত্ৰ -ছাত্ৰী সকলৰ সামগ্ৰিক উন্নয়ন সাধনৰ লক্ষ্যৰে আগবাঢ়ি যোৱা আমাৰ এই প্ৰচেষ্টাত সকলোৰে সহায় - সহযোগিতা আৰু আৰ্শীষ বিচাৰিছোঁ,,,,,,,
ধন্যবাদ 🙏
Children's day celebration 2022
শিশু দিৱস উদযাপনৰ কিছু দৃশ্যাংশ
শিক্ষাৰ্থী সকলৰ সুবিধাৰ্থে আমি কাকজান দুলীয়া গাওঁ তিনিআলিত "MJB TUTORIAL POINT" ৰ দ্বিতীয়টো শাখা মুকলি কৰিবলৈ আগবাঢ়িছো।এই শৈক্ষিক প্ৰতিষ্ঠানটিত "নতুন শিক্ষা নীতি" ২০২২-২৩ ৰ আধাৰত অভিজ্ঞসম্পন্ন শিক্ষকৰ দ্বাৰা পাঠদান কাৰ্যসূচী অনুষ্ঠিত কৰা হব। গতিকে সকলো ৰাইজৰ সহায় -সহযোগিতা ও দিহা-পৰামৰ্শ কামনা কৰিলোঁ🙏🙏
Congratulations 🙏
সমাজ বিজ্ঞান (দশম শ্ৰেণী)
https://youtu.be/QH5PkMsgW8c
https://youtu.be/aW19u0ye-KE
ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পৃথিৱীৰ আকাৰ আৰু আকৃতি পাঠটোৰ "পৃথিৱীৰ তাপমণ্ডল" ৰ ধাৰণাটো সম্পূৰ্ণ চাবৰ বাবে ওপৰত দিয়া লিংকটো ক্লিক কৰি চাব পাৰিব।
Past Tense ৰ সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ তলৰ লিংক ত click কৰক........👇👇👇
https://youtu.be/eHpjGczq3Aw
বিষয়:-সমাজ বিজ্ঞান।অধ্যায়:-ভূ- পৃষ্ঠৰ পৰিৱৰ্তন (খণ্ড-১)। শ্ৰেণী:-নৱম ভূ-পৃষ্ঠৰ পৰিৱৰ্তন কাৰক :-১/বাহ্যিক কাৰক A--Z KNOWLEDGE POINT
English Textbook :- OUR ENGLISH.Chapter:--4 "HEALTHY HABITS".CLASS :--VIII Visual description of the chapter..(PART-1)"ASSAM JATIYA BIDYALAY TRUST".
বিষয়:- সমাজ বিজ্ঞান। তৃতীয় অধ্যায় :-পৃথিৱীৰ ভূগোল(খণ্ড-১)। দশম শ্ৰেণী। ৩.১ পৃথিৱীৰ চমু পৰিচয়৩.২ মহাদেশ আৰু মহাসাগৰসমূহৰ বিতৰণ।
Chepter - 2 (PART--1)"Nelson Mandela Long Walk to Freedom" A Brief audio & visual description.PART--2 will be released very soon.
VERBS.... How we should define verbs,,,,,with examples in details,,,, To get more details about English Grammar section.... Click the following LINKS.https://youtu.b...
নৱম মান শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ ইংৰাজী বিষয়ৰ "THE LAKE ISLE OF INNISFREE" নামৰ কবিতাটি তথ্য-চিত্ৰৰ যোগেদি, কবিয়ে কি দৰে নিজকে " INNISFREE " নামৰ দ্বীপটোত কল্পনা কৰিছে সেই সন্দৰ্ভত এই ভিডিঅ'টোত সুন্দৰকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। এবাৰ ভিডিঅ'টো চাবছোন আৰু ভাল লাগিলে নিজৰ মন্তব্য দি আমাক অনুপ্ৰাণিত কৰিব। ধন্যবাদ.......
https://youtu.be/IVIR_yi4e5M
POEM - THE LAKE ISLE OF INNISFREE for Class-IX. https://youtu.be/YwXCzJKWtv4 # E-EARNING
Education is a long life process and there is no limitations learning about things.So, people will get some new information through this Page and earn Knowledge from various grounds.....
বস্ত্ৰ উদ্যোগ আৰু চেনি উদ্যোগ...(সমাজ বিজ্ঞান- অষ্টম শ্ৰণী) অসম জাতীয় বিদ্যালয় ন্যাস,.. AZLEARNINGPOINT,
অসমৰ প্ৰাকৃতিক বিভাগ(সমাজ বিজ্ঞান) সমাজ বিজ্ঞান বিষয়ৰ "আমাৰ ৰাজ্য অসম" পাঠৰ "প্ৰাকৃতিক বিভাগ"ৰ চমু বিৱৰণ। # # #$A--Z KNOWLEDGE POINT
মূলাগাভৰুৰ চমু বিৱৰণ অসমীয়া পাঠ্যপুথি- (আপোন পাঠ)পঞ্চম শ্ৰেণী।A--Z KNOWLEDGE POINT
পঞ্চমৰ পৰা দশম মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগীকৈ এই ভিডিঅ'টোত অতিকৈ সহজ-সৰল ভাষা আৰু এনিমেশ্যন(Animations)ৰ জৰিয়তে TENSE ৰ বিষয়বস্তু উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে কমেন্টৰ যোগেদি নিজৰ মতামত আগবঢ়াব আৰু Share কৰিবলৈ নাপাহৰিব,যাতে শিক্ষাৰ্থীসকল উপকৃত হয়। ধন্যবাদ।https://youtu.be/hOZHZZviEgY
TENSE (Part-I) Structural explanation about PRESENT TENSE. Simple Present tense, Present Continuous Tense, Present Perfect Tense & Present Perfect Continuous Tense.By # # # E-LEARNING