Coming Soon
I believe everyone has a story to tell,I'm excited to help people share their stories with the world.
Kangana Ranaut has alleged that a CISF official slapped her at Chandigarh airport, as she was angry with the actress on her comment on 'kisan Andolon,
কংগনা ৰানাৱট MP হৈছিল হে... শুভেচ্ছা জনাব লাগে, চৰ শোধাই নিকি বাৰু? সবিশেষ জনাই আছোঁ
পৰিৱেশ দিৱসৰ শুভেচ্ছা
পৰিবেশ বিনষ্ট হোৱাৰ বাবেই এই ঘৰচিৰিকাবোৰ নোহোৱাৰ পথত, আজি বিশ্ব পৰিবেশ দিৱসৰ দিনাই ইমানবোৰ একেলগেই দেখি মনটো ভাল লাগিল, ঘৰচিৰিকা ভাল পাইনে?
নিতিশ কুমাৰ আৰু টিদিপি য়ে পাল্টি মাৰি দিলেই খেলা খত্তম 😆 বিজেপিৰ অকলেই সংখ্যাগৰিষ্ঠতা নাপাই
কি হবলৈ গৈ আছে??
আপোনাৰ পূৰ্বানুমান শক্তিৰ পৰীক্ষা কৰিব পাৰে আৰু কেইটামান ঘটাৰ পাছত ফলাফল
ডিব্ৰুগড়ৰ কাৰ দখলত?
জৰুৰীকালীন Divorce ৰ প্ৰয়োজন আহিছে
বতৰৰ ইমান পৰিৱৰ্তন হৈছে, গৰম পৰিলে অত্যাধিক গৰম, বৰষুণ দিলেও সাংঘাতিক
Good morning friends 🧡
Facebook sai ase ne IPL ?
The thief who robbed the merchant
কি হব হে, AI technology ক বাৰে বাৰে নিৰ্দেশ দিও Rahul Gandhi ক সাবটি থকাৰ ফটো লাগে... এই খন হে দি পঠাই
Work from home
Shah Rukh Khan is ill. The actor has been admitted to the hospital due to dehydration.
♦️অহা ১৫ জুলাইলৈ ধৰিব নোৱাৰিব মাছ,
যদিহে ধৰে প্ৰশাসনে দেখিলেই পাব থাঁছ থাঁছ
Sadha Main
আগন্তুক তিনি দিন dry day
বিজেপিয়ে খুলা মদৰ দোকান বন্ধ কৰিব...
পইতা ভাত... ইংৰাজীত কোজি ৰাইচ বুলি কোৱা হয়...
পইতা ভাত সাধাৰণতে উখোৱা চাউলৰ ভাতক ৭-৮ঘণ্টা মান পানীত তিয়াই ৰাখিলে পইতা ভাত হয়, উখোৱা চাউল নহলেও অন্য চাউলৰ ভাত হব পাৰে। ভাৰতৰ যিবোৰ ৰাজ্যৰ প্রধান খাদ্য ভাত, সেইসমুহ ৰাজ্যৰ সকলো লোকৰে পৰিচিত পইতা ভাত আৰু সাধাৰণতেই প্রিয়। গৰম দিনত পইতা ভাত অসমীয়া সমাজত প্ৰায় সকলো লোকে খাই ভাল পাই, কাৰণ পইতা ভাত খালে গৰমৰ দিনত বহুত শীতল অনুভৱ হয় । এই ভাতৰ লগত মাছ পোৰা, আলু পিটিকা, আচাৰ, খৰিছা, ভাজি, নেমু টেঙা আদি লৈ খালে অধিক তৃপ্তি অনুভৱ হয়।
পইতা ভাত আমাৰ শৰীৰৰ বাবে কিয় উপকাৰী বা খাব লাগে...
১। পইতা ভাত খালে শৰীৰত কেলৰি আৰু চৰ্বি বৃদ্ধি নহয়।
২। এই ভাতক প্ৰায় ৭-৮ ঘণ্টা সময় তিয়াই থোৱা হয় বাবে ইয়াত বহুতো উপকাৰী বেক্টেৰিয়াৰ সংযোগ ঘটে। ইয়াৰ উপৰিও শৰীৰৰ বাবে উপকাৰী লেক্টিক এচিড আৰু ভিটামিন B উৎপন্ন হয়। পানীত তিয়াই থোৱা বাবে ইয়াত পটাচিয়াম আৰু আয়ৰণৰ মাত্ৰও বৃদ্ধি হয়।
৩। লেক্টিক এচিড বেছি পৰিমাণে থাকে বাবে, এই ভাতে মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত যথেষ্ট সহায় কৰে।
৪। পইতা ভাতত সৃষ্টি হোৱা বেক্টেৰিয়া আৰু লেক্টিক অচিডে কোষ্ঠ-কাঠিন্যৰ সমস্যা দূৰ কৰাটো সহায় কৰে।
৫। এই ভাতে পাকস্থলীত হোৱা ঘা দূৰ কৰাটো সহায় কৰে।
৬। পইতা ভাত খালে দেহত সোনকালে বয়সৰ চাপ দূৰ কৰে।
৭। পইতা ভাতত পটাচিয়ামৰ পৰিমাণ বেছি থকাৰ বাবে এই ভাত খালে মানুহৰ ৰক্তচাপ সঠিক নিয়ন্ত্ৰণত থাকে।
৮। এই ভাত খালে যকৃৎ সুৰক্ষিত থাকে।
৯। কেলচিয়াম কম থকা ব্যক্তিৰ বাবে পইতা ভাত অতি উপকাৰী। কাৰণ প্ৰতি 100 গ্ৰাম পইতা ভাতত 850 মিলিগ্ৰাম থাকে, কিন্তু গৰম ভাতত 29 মিলিগ্ৰামহে থাকে।
১০। এই ভাতত আয়ৰণৰ পৰিমাণ বেছিকৈ থকা বাবে ৰক্তহীনতাত ভোগা ৰোগী সকলৰ বাবে অতিকৈ উপকাৰী।
১১। পইতা ভাতত চৰ্বীৰ পৰিমাণ কম থাকে বাবে এই ভাত খালে মানুহ শকত নহয়।
১২। এই ভাত খালে পেট খোলোছা হোৱাৰ লগতে পেটৰ নানান সমস্যা দূৰ হয়।