Muzaddid 009

Muzaddid 009

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Muzaddid 009, Musician/Band, .

16/11/2023

নমস্কাৰ গ্ৰহন কৰিব । আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে, অহাকালি ১৭/১১/২০২৩ ইং তাৰিখে আদৰ্শ বিদ্যাপীঠ হাইস্কুলৰ সোনালী জয়ন্তী উপলক্ষে জিলাভিত্তিক আন্তঃবিদ্যালয় কুইজ প‌ৰতিযোগীতা অনুস্থিত কৰা হৈছে । প্ৰতিযোগীতাখন দুটা শাখাত অনুস্থিত কৰা হব। 'ক' শাখাত প্ৰথম মান শ্ৰেনীৰ পৰা ষষ্ঠ মান শ্ৰেনীলৈ আৰু 'খ' শাখাত সপ্তম মান শ্ৰেনীৰ পৰা দশম মান শ্ৰেনীলৈ অনুস্থিত কৰা হব ।
‌‌উক্ত প্ৰতিযোগীতাখনীক সাফল্যমণ্ডিত কৰি তুলিবলৈ সমূহ প্ৰতিযোগী তথা অভিভাৱকৰ নিচ্ছিত উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হল ।
ধন্যবাদেৰে
প্ৰক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলনী সন্থা
(সোনালী জয়ন্তী বৰ্ষ )
আদৰ্শ বিদ্যাপীঠ হাইস্কুল, হাউলী ।

20/06/2023
08/05/2023
04/05/2023
26/04/2023
15/01/2023
15/01/2023

Videos (show all)

Website