Videos by Ankur Kalita. AAP Assam State SM Joint Coordinator. Organising Secretary Sivasagar Dist RTI Committee.
আজিৰ ঐতিহাসিক শিৱসাগৰত 💕 বিদেশী পৰ্যটকেৰে ভৰপূৰ।
"দেশ কোনে জ্বলাইছে সেইটো গুৰুত্বপূৰ্ণ নহয় | পাগলৰ হাতত জুইশলাৰ বাকচ কোনে দিলে সেইটোহে গুৰুত্বপূৰ্ণ"😀😂
'আপ'ক হেয় প্ৰতিপন্ন কৰাৰ এক গভীৰ ষড়যন্ত্ৰ। কালিৰ পৰা ৰাইজৰ দল আৰু বিজেপি দলৰ একাংশ নেতা - কৰ্মীয়ে 'মিঞা মিউজিয়াম' বিতৰ্কত আম আদমি পাৰ্টিও জড়িত আছে বুলি এক অপপ্ৰচাৰ চলাই আছে। মিঞা মিউজিয়াম ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা তনু ধাদুমিয়া নামৰ এজন ব্যক্তি 'আপ' ৰহে সদস্য আছিল বুলি একাংশ সংবাদ মাধ্যম আৰু বিজেপি ৰাইজৰ দলৰ সদস্যই সামাজিক মাধ্যমত প্ৰচাৰ কৰি ৰাইজৰ দল আৰু বিজেপি দলে মিলি 'আপ' ক বদনাম কৰাৰ এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। তলত উল্লেখ কৰা কথাবোৰতে 'আপ' এই বিষয়ৰ লগত জড়িত হয় নে নহয় সেয়া সু-স্পষ্ট হৈ পৰিব। বিগত পৌৰ নিৰ্বাচনৰ সময়ত নামৰূপ পৌৰসভা নিৰ্বাচনৰ বাবে দলৰ সাংগঠনিক কাম-কাজ সুদৃঢ় কৰিবলৈ ইংৰাজী ২০|০১|২০২২ তাৰিখে তনু ধাদুমিয়াক পৌৰ সমন্বয়কৰ দ্বায়িত্বভাৰ দিয়া হৈছিল আৰু এই নিযুক্তি পত্ৰখনকেই তনু ধাদুমিয়া 'আপ'ৰ সৈতে জড়িত থকাৰ একমাত্ৰ প্ৰমাণ হিচাপে বৰ্তমান ৰাইজ
#য'ত ৰাইজেই ৰজা , তাত সুৰক্ষাৰ কথা ক'ত আহে, আমি আম আদমি। আজি গুজৰাটৰ অ'ট চালক সকলৰ লগত দিল্লীৰ মূখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ মিটিং এখন হৈছিল । সেই সভাখনতেই এজন অট'চালকে কেজৰিৱাল ডাঙৰীয়াক নিশা আহাৰ গ্ৰহণ কৰিবলৈ তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছিল । আৰু এই মূহুৰ্তত কেজৰিৱাল ডাঙৰীয়াক গুজৰাট আৰক্ষীয়ে নিশাৰ আহাৰ গ্ৰহণ কৰাত বাধা প্ৰদান কৰিছে । মুঠতে এতিয়া বিজেপিয়ে সাংঘাটিক ভয় খাইছে । ২৭ বছৰ ধৰি গুজৰাটত অপশাসন কৰা বিজেপি দলে কেজৰিৱাল ডাঙৰীয়াক যিমানেই বাধা নিদিয়ক কিয় গুজৰাটৰ জনতাই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া আৰু আম আদমী দলক হৃদয়ত স্থান দিছে। Arvind Kejriwal ❤
স্মাৰ্ট চিটি (গুৱাহাটী/ অসম) মুখ্যমন্ত্রী মহোদয়ৰ সপোন ১ নম্বৰ অসম।😊 Himanta Biswa Sarma Pijush Hazarika