Tech Axom
Tech Axom Page লৈ আপোনাক স্বাগতম জনালো।
অযোধ্যাৰ ৰাম মন্দিৰত প্ৰতিষ্ঠিত ৰামলালাৰ বিগ্ৰহ।
এবাৰ নিজকে কুকুৰ জনীৰ ঠাইত মানুহ আছিল বুলিয়েই ভাবকচোন কেনে পৰিস্থিতিৰ সন্মুখিন হ’লে হয় যদি জন্তুৰ সলনি আমাৰ মানুহৰ লগত এই অঘটনটো ঘটিলে হয়??
মাকৰ সন্মুখত যদি নিজৰ কণমানি কেচুৱা কেইটাক বাহনে খুন্দিয়াই মাৰিথৈ গ’ল হয় ??
মাক এগৰাকীৰ মনমগজুৰ অৱস্থা কি হ’ল হয়??
ফটোখন দেখি কিবাএটা অনুভৱত বুকুখন বিষাই গ’ল ৷ নাজানো কোনে কি অনুভৱ কৰিব পাৰিছে ৷ জন্তু এটাৰো এখন অন্তৰ আছে তাহাতিও আমাৰ দৰে দুখত ভাগে,কান্দে ৷
শেষত এটাই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ🙏
এই জগতত আমাৰ সকলো প্ৰাণীৰেই নিজৰ নিজৰ একো একোটাকৈ পৰিয়াল আছে ৷ সকলো জীৱৰেই জীয়াই থকাৰ অধিকাৰ আছে এই জগতত ৷ গতিকে যানবাহন চলাওঁতে সাবধানেৰে চলাব । বাটপথত এনেকৈ জীৱজন্তুবিলাক মাৰিথৈ বা তাহাতক আঘাতপ্ৰাপ্ত কৰি দুখকষ্ট নিদিব 🙏
“ফটো সংগ্ৰহ সামাজিক মাধ্যম”
😍😍😍😁
Source- dubassamofficial
Voter list Download 2023. Assam
How to apply Ayushman Card 2023? New process
How to Download Aadhaar card in 2023 ? New process.
পুৰণি মাটিৰ বিৱৰণ অনলাইনত কেনেকৈ চেক কৰিব?
আৰু কিছু সময়ৰ পিছতে টছ💝
সাজু বৰ্ষাপাৰা।✌️💝💝🙏😍
২৪ টা আঙুলি থকা এগৰাকী ব্যক্তি😯