Kokrajhar west BJP Assam Videos

Videos by Kokrajhar west BJP Assam. Kokrajhar west (29) BJP Assam pradesh

মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ ইতিবাচক প্ৰচেষ্টা

মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ ইতিবাচক প্ৰচেষ্টা

মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ সহায়-সহযোগিতাৰে আয়াজ দলে আৰু বিপুল দলে নামৰ মাজুলীৰ দুগৰাকী উদ্যমী যুৱকে কৃষি উদ্যোগী হিচাপে আত্মপ্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷

বিজেপি চৰকাৰৰ ফালৰ পৰা বীজ, সাৰ আদি লাভ কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তেওঁলোকে কৃষিকৰ্ম কৰি গৈছে ৷ অমিতা, কবি, ভোট জলকীয়া, বিলাহী আদিকে ধৰি কেইবাবিধো শাক-পাচলিৰ খেতিত মনোনিৱেশ কৰাৰ উপৰিও তেওঁলোকে মাজুলীৰ কৃষি উদ্যোগ ক্ষেত্ৰখনৰ প্ৰসাৰৰ হকেও নিজাববীয়াকৈ কিছু নতুন ধৰণেৰে চিন্তা-চৰ্চা অব্যাহত ৰাখিছে ৷

Other Kokrajhar west BJP Assam videos

মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ ইতিবাচক প্ৰচেষ্টা
মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ ইতিবাচক প্ৰচেষ্টা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ সহায়-সহযোগিতাৰে আয়াজ দলে আৰু বিপুল দলে নামৰ মাজুলীৰ দুগৰাকী উদ্যমী যুৱকে কৃষি উদ্যোগী হিচাপে আত্মপ্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷ বিজেপি চৰকাৰৰ ফালৰ পৰা বীজ, সাৰ আদি লাভ কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তেওঁলোকে কৃষিকৰ্ম কৰি গৈছে ৷ অমিতা, কবি, ভোট জলকীয়া, বিলাহী আদিকে ধৰি কেইবাবিধো শাক-পাচলিৰ খেতিত মনোনিৱেশ কৰাৰ উপৰিও তেওঁলোকে মাজুলীৰ কৃষি উদ্যোগ ক্ষেত্ৰখনৰ প্ৰসাৰৰ হকেও নিজাববীয়াকৈ কিছু নতুন ধৰণেৰে চিন্তা-চৰ্চা অব্যাহত ৰাখিছে ৷

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ "আত্মনিৰ্ভৰ" ভাৰতৰ যি সপোন, সেই সপোনৰ সমভাৱেই মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰেও "আত্মনিৰ্ভৰ অসম" ৰ সপোনক বলিষ্ঠ ৰূপে আগুৱাই নিবলৈ নিৰন্তৰ কাম কৰি আহিছে। ৰাজ্যৰ নিপুন-দক্ষ পুৰুষ-মহিলা তথা যুৱক-যুৱতী সকলক ৰাজ্য চৰকাৰখনে প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰি নিজ প্ৰতিভাৰে আত্মনিৰ্ভৰ হোৱাৰ সক্ষম বাট দিছে।

এসময়ত এনে এক সন্ধিক্ষণ হৈছিল যে অসম গৌৰৱ এটা খৰ্গৰ গঁড়ৰ অস্তিত্ব থাকিবনে, সকলো সন্দিহান হৈ পৰিছিল। ২০১১-১৫ চনৰ ভিতৰত হত্যা কৰা হৈছিল ১১৫ টাকৈ গঁড়। অৱশেষত মাননীয় সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন আমাৰ চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলতে হ্ৰাস পালে গঁড় হত্যা। ইতিমধ্যে ৩৭৩ টা চোৰাং চিকাৰীক কৰায়ত্ত কৰা হৈছে আৰু চোৰাং চিকাৰীৰ বসতিপ্ৰধান অনুপ্ৰৱেশকাৰীৰ দপদপনি থকা কাজিৰঙাৰ অঞ্চলবোৰ সমূলঞ্চে উচ্ছেদ কৰা হৈছে।

অসমৰ ঐতিহ্য-পৰম্পৰা-সংস্কৃতি-আধ্যাত্মিকতা
অসমৰ ঐতিহ্য-পৰম্পৰা-সংস্কৃতি-আধ্যাত্মিকতা বহন কৰা মহাপুৰুষীয়া সত্ৰ সমূহৰ আন্তঃগাঁথনি, বেদখল মুক্ত কৰি সুৰক্ষা দিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰে অতি আন্তৰিকতাৰে কাম কৰি আহিছে। ৰাজ্য চৰকাৰৰ এই আন্তৰিকতাৰ বাবেই বিগত চৰকাৰ সমূহৰ দিনত জৰাজীৰ্ণ হৈ পৰা সত্ৰ সমূহৰ এতিয়া উন্নতি হ'ল আন্তঃগাঁথনিৰ। ইয়াৰ লগতে বেদখল মুক্ত আৰু সুৰক্ষিত হ'ল বহু সত্ৰ।

অসমৰ নাৰীশক্তিৰ সবলীকৰণত চৰকাৰখনে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে, যাৰ ফলত অসমৰ নাৰী সমাজ এতিয়া আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সম-অংশীদাৰ হৈছে।

সম্পূৰ্ণ নিকা প্ৰক্ৰিয়াৰে সম্পন্ন অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি প্ৰক্ৰিয়া চৰকাৰৰ দুৰ্নীতি বিৰোধী কঠোৰ পদক্ষেপে যুৱপ্ৰজন্মক দিলে নতুন আশা, সাহস আৰু আত্মবিশ্বাস।

কথা দিছিল তেখেতে, কৰিও দেখুৱালে হাতে-কামে কিছু দুৰ্নীতিগ্ৰস্ত বিষয়া, লোকৰ বাবে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাক লৈ কিছু সংশয়ৰ সৃষ্টি হৈছিল যদিও সৰ্বানন্দ সোণোৱালৰ কঠোৰ তৎপৰতাত মাত্ৰ ৯০ দিনৰ ভিতৰতে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে। আজি নিযুক্তি পত্ৰ প্ৰদানে প্ৰাৰ্থীসকলৰ কঠোৰ পৰিশ্ৰম, সাধনা আৰু অধ্যৱসায়ক প্ৰকৃত স্বীকৃতি প্ৰদান কৰিলে।

প্ৰগতিৰ গতি আমাৰ প্ৰতিশ্ৰুতি #SarbanandaSonowal
প্ৰগতিৰ গতি আমাৰ প্ৰতিশ্ৰুতি #SarbanandaSonowal

#আমাৰ_ঐতিহ্য_আমাৰ_গৌৰৱ

#আমাৰ_ঐতিহ্য_আমাৰ_গৌৰৱ

#আমাৰ_ঐতিহ্য_আমাৰ_গৌৰৱ

#আমাৰ_ঐতিহ্য_আমাৰ_গৌৰৱ

#আমাৰ_ঐতিহ্য_আমাৰ_গৌৰৱ

#আমাৰ_ঐতিহ্য_আমাৰ_গৌৰৱ

#আমাৰ_ঐতিহ্য_আমাৰ_গৌৰৱ

#আমাৰ_ঐতিহ্য_আমাৰ_গৌৰৱ

#আমাৰ_ঐতিহ্য_আমাৰ_গৌৰৱ

#আমাৰ_ঐতিহ্য_আমাৰ_গৌৰৱ

#আমাৰ_ঐতিহ্য_আমাৰ_গৌৰৱ

#আমাৰ_ঐতিহ্য_আমাৰ_গৌৰৱ