Sidli-Ancholick Committee ASSU
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sidli-Ancholick Committee ASSU, Social service, .
Date:-19/04/2024
Place:-Tarun Datta Guest House,Bijni
Sanam Santal Pạṭhuạ Sãota, Sidli Ancholick Committee sec' khon, Sanam Santal Pạṭhuạ Sãota,Cetan Bạisi re nãwãte ko bachao̠ bahal o̠co̠en Mn. Soleman Murmu, Sãota Paranik, Mn. Bisu Hasda, Ạkil Paranik, Mn. Dhunu Murmu, Ḍhạrwạk' Paranik ar Manotiạ Elenmery Soren, Sohot Ạkil Paranik, joto ko ge aema sarhao Johar le cal ako kana.
On behalf of All Santal Students Union - ASSU, Chirang District Committee we congratulate the newly elected portfolio holders of All Santal Students' Union, ASSU Central Committee. The newly elected portfolio holders are:
Mn. Soleman Murmu, Organizing Secretary.
Mn. Bisu Hasda, Education Secretary.
Mn. Dhunu Murmu, Publicity Secretary.
Miss. Elenmery Soren, Asst. Education Secretary.
তাৰিখ:-০৯/০৪/২০২৪
সদৌ চাওঁতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সজাতি দলে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুম্মু ডাঙৰীয়ানীক লগ কৰি অসমৰ চাওঁতাল জনগোষ্ঠীৰ সমস্যাৰ বিষয়ে আলোচনা কৰা লগতে এখন স্মৰক পত্র প্ৰদান কৰা হয় ,
জয় চাওঁতাল
জয় এছু ।🙏🙏🙏
🙏BEST OF LUCK HSLS & HS ALL OF YOU STUDENTS.🙏
সদৌ চাওঁতাল ছাত্ৰ সন্থা (এচু) চিৰাং জিলা সমিতিৰ নিৰ্দেশত, চিদলী আঞ্চলিক সমিতিৰ উদ্যোগ আৰু জাওলিয়াবাৰী ইউনিট সমিতৰ সহযোগত ২৩/০১/২০২৪ ইং তাৰিখত উচ্চতৰ মাধ্যমিক আৰু হাই স্কুল পৰীক্ষা দিয়া প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ ঘৰত গৈ পঢ়া শুনা ক্ষেত্ৰত সুবিধা- অসুবিধাক লৈ ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱকৰ লগত আলোচনা কৰিলোঁ,আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Sundari Football Playground.
Live From Sundargaon
Lt.Badan Hasda ''The Angel Of The Peace & Unity''
Two Days Memorial Football Championship Trophy-2023
আজি ২৯/০৬/২৩ ইং তাৰিখৰ Sidli-KashikotraH.S.School ত সদৌ চাওঁতাল ছাত্ৰ সন্থা চিৰাং জিলা (ASSU) হৈ এখন সম্বৰ্ধনা মেল আয়োজন কৰা হয়। উক্ত সভাত উপস্থিত 1.Principal -- Paniram Daimary
2.Vice - principal--- Gautam Ghose
3.Dr. Bijay Tudu
4. Woman's president chirang -- Renuka
5. Kokrajhar district president ASSU -- Hiteswar Murmu
6.Santali teacher Association president-- Sahajahan Hasda .
আৰু বুদ্ধিজীৱী লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলেও উপস্থিত হয়।
Congratulations all the portfolio holders of newly formed Jhaoliya Bari Unit Committee (ASSU).
স্থান:-জাওলীয়াবাৰী
তাৰিখ:-১১/০৬/২৩
আজি সদৌ চাওঁতাল ছাত্ৰ সন্থা চিদলী আঞ্চলিক কমিটীৰ হৈ চিদলী আঞ্চলিক কমিটীৰ তলত এখন জাওলীয়াবাৰী Unit কমিটী বনোৱা হয়। উক্ত সভাত উপস্থিত হয় -
১/মাননীয় দূৰ্গা চৰেন (CC Vice. President )
২/মাননীয় চলেমান মূর্মু (CDC President )
আৰু লগতে উপস্থিত আছিল গাঁৱৰ মুৰব্বী সকল।
স্থান:-পশ্চিম দত্তপূৰ
তাৰিখ:-০৪/০৬/২৩
আজি সদৌ চাওঁতাল ছাত্ৰ সন্থা চিদলী আঞ্চলিক কমিটী হৈ এখন সজাগতা সভা আয়োজন কৰা হয়। সভাৰ উদেশ্য সমূহ হল - ১/শিক্ষা, ২/স্বাস্থ্য, ৩/বনাঞ্চলৰ মাটি , ৪/খেতি-বাতি ইত্যাদি।উক্ত সভাত উথিতি হিচাপে উপস্থিত আছিল - ১/মাননীয় ৰিমান চৰেন। (Gen. Secretary CC)
২/মাননীয় দূৰ্গা চৰেন। (Vice. President CC)
৩/মাননীয় গোপিন কিস্কু।(Lower Primary School Teacher)
৪/মাননীয় সঞ্জয় কিস্কু। (President SAC)
আৰু লগতে AASAA ৰ কৰ্মকৰ্তা সকলেও উপস্থিত থাকে।
Awareness program at West Dattapur
Santali traditional dance.
স্থান:-নিমা গাওঁ (বাতাবাৰী)
তাৰিখ:-০৩/০৬/২৩
আজি সদৌ চাওঁতাল ছাত্ৰ সন্থা চিদলী আঞ্চলিক কমিটী আৰু সুন্দৰী ইউনিট কমিটি হৈ শিক্ষা আৰু অৰ্থনৈতিক বিষয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উপস্থিত থাকে -
1.Bonifash Tudu. (G.Secretary CDC)
2.Sonjoy Kisku. (President SAC)
3.Bilion Hembrom. (G.Secretary SAC)
আৰু লগতে উপস্থিত থাকে ইউনিট কমিটীৰ সভাপতি/সম্পাদক, বসুগাওঁ কলেজ ইউনিট কমিটীৰ সভাপতি/সম্পাদক লগতে সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলেও উপস্থিত হয়।
ধন্যবাদ।
Tarikh:-26 May 2023
Ṭhai:-Basugaon College
Tihin Din Reak' 01:00 pm Baja Gan Okte Sanam Santal Paṭhuwa Saota Sidli Ḍar Bạisi latar re menak Basugaon College re Mit' unit Committee Bandhaw hoi na.Gapal Marao Re Selet' ko Tahekana:-
1.Mr.Soleman Murmu (CDC President ASSU)
2.Mr.Bonifas Tudu. (CDC Gen.SecretaryASSU)
3.Mr.Sonjoy Kisku. (SAC President ASSU)
4.Mr.Bilion Hembrom (SAC Gen.Secretary ASSU).
তাৰিখ:-২২/০৫/২৩
স্থান:-সুন্দৰী (কৃষ্ণাপুৰ)
সদৌ চাওঁতাল ছাত্ৰ সন্থা চিদলী আঞ্চলিক কমিটী তথা সুন্দৰী ইউনিট কমিটী দুয়ো মিলিত হৈ আজি HSLC ত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু লগতে তেখেতৰ মা দেউতাকৰ লগত কিছু আলোচনাৰ জৰিয়তে ত্তেওঁলকক উৎসাহিত কৰো।
15th May 1996 Re Gur Maha Manao Reak' Nasenak' Chitạr.
তাৰিখ:-০৮/০৫/২৩ স্থান:-নিমা গাওঁ।
বিষয়:- মানৱ সৰবৰাহ (Human Trafficking).
আজি চিদলি আঞ্চলিক কমিটী হৈ এখন মানৱ সৰবৰাহৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত কৰা হয়। মেলত উপস্থিত থাকে - G.Secretary Mr.Bonifas Tudu, Sidli Ancholick Committee ৰ G.Secretary Mr.Bilion Hembrom, Sorkari গাওঁ বুঢ়া Mr.Narayon Soren
দুটা গাঁৱৰ গাওঁ বুঢ়া Mr.Som Soren,Mr.Roben Soren আৰু লগতে গাঁৱৰ গাঁওবাসি সকলেও উপস্থিত থাকে।
Tihin' Assam ren Ponot Mukhia(Governor) Assu hotete n'apam huyena. Jati juru, Hasa Bhasa ar aima bisoe niate dabi sakam em cal huyena. Assu ren Mul Manjhi Bimol kr Hembrom ar Mul Paranik Riman Soren nak ayurte.
Sidli-Ancholick Committee ASSU Social service
CONGRATULATIONS Both Of You...!!!
CONGRATULATIONS !
চিৰাং জিলাৰ অন্তৰ্গত চিদলী আঞ্চলিক কমিটীৰ তলত এখন Unit কমিটীৰ সদস্য/কৰ্মকৰ্তা সকলৰ কিছু দৃশ্য।
Congratulations ❤️
Ekraṛ Nama Cantral Committee (ASSU)
Education Awarness Program At Balapara.
BEST OF LUCK
সদৌ চাওঁতাল ছাত্ৰ সন্থা চিদলি আঞ্চলিক কমিটীৰ (ASSU)হৈ HSLC & HS Candidate থকা ছাত্ৰ ছাত্ৰীৰ ঘৰত VISIT কৰাৰ কিছু দৃশ্য আগবঢ়ালোঁ।
🙏🙏🙏