Jai jhoar jai adivasi
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jai jhoar jai adivasi, Sports Event, .
অসম চাহ মুজদুৰ সংঘৰ প্রথমিক গোট সমূহৰ যি সকল পদ লাভ কৰিছে।
সভাপতি হয়ও, উপ-সভাপতিয়ে হয়ও, সম্পাদক কর্তৃক হয়ও, অকল প্রথমিক বুলি নহয় শাখাৰ সভাপতি ও সস্পাদক ও plantations Labour Act ,19951ৰ জ্ঞান নাই।
সেয়ে আজি আমাৰ চাহ মুজদুৰে পাবলগিয়া বস্তু, ফিছেলিটী,সা-সুবিধা,ৰ পৰা বন্চিত।
১,নং+ ESI ৰ দৈনিক মুজৰি পৰা কাটিছে তেতিয়া হলে Hospital ফেছেলিটী কত ?
২,নং+ চাহ বাগিচাত বসবাস কৰা ঘৰ সমূহৰ পৰা তেওঁ লোকৰ দৈনিক মুজৰিৰ পৰা ঘৰ ভাঁৰা কাটিছে হলে সেই শ্রমিকৰ ঘৰ গৰু গোৱালিৰ দৰে কিয়? ঘৰ ফেছেলিটী কত? সেই ঘৰ টোক পুৰ্ননিৰ্মাণ কৰিব নোৱাৰে নেকি যদি নোৱাৰে কিয় ঘৰ ভাৰা কাটিব?
৩,নং+ চাহ বাগিচাত স্কুল ঘৰ আছে যদিও গৰুগোৱালিৰ দৰে, সেয়ে বাগানৰ পৰা চহৰলৈ স্কুল যাব লগা হয়, উচ্চ শিক্ষা লবৰ বাবে। এফালে নিম্ন তম মুজৰি হোৱাৰ বাবে যাতায়াত সম্যসাত ভোকিবলগীয়া হয়।
সেইয়ে আজি কম চাহ শ্রমিকৰ ক্ষেত্রত মানব অধিকাৰ উলংঘন ঃ
মানৱ অধিকাৰৰ এটা অন্যতম অধিকাৰ হল+ Everyone who works has the right to just favorable remuneration assuring for himself and his family and existence worthy of human dignity and supplemented if necessary. By other means of social protection.
৪,নং+ চাহ শ্রমিকসকলৰ জিৰণি সময়ত অধিকাৰ হৰন কৰা হৈছে ঃ
Every one has the right to rest and leisure, including reasonable limitation of working hours and perodic holidays with pay, adequate for the health and well being of himself and of his family two. অৰ্থাৎ মজুৰিসহ সাপ্তাহিক ছুটি, চৰকাৰৰ ঘোষিত বন্ধ দিনৰ অধিকাৰ ভোগ কৰাটো এজন নাগৰিকৰ মানৱ অধিকাৰ।
কিন্তু
আমাৰ চাহ বাগিচাত কি চলিছে? শ্রমিক ওপৰত শোষন নীতি, দমন নীতি, ৰাজনীতি, দালাল নীতি, তাৰ বাহিৰে আন কোনো দেখা পোৱা নাই।
সেয়ে আজি বসন্ত কালে প্রতিবাদ ওপৰত প্রতিবাদ, স্মাৰক পএ প্রেৰন কৰাৰ পিছতো বিফল।
জ্ঞান নথকাৰ কাৰনে হৈছে।
jhoar sobaiky valy ahato
Rajnite
Johar sobaiky
Hppy republic day
Jai hind
Aji moy pm aru cm sorkarok aonurhud korisu jy 351toka hajira aru amar assamor adivasi jimany jonjati asy amak st dibolagibo buli sorkarork aonurhd korisu jai johar jai adivasi aru adivasi zindabad