Podumi

Podumi

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Podumi, Grocers, .

31/10/2022

https://www.facebook.com/114092720016079/posts/818613869563957/?app=fbl

প্ৰতিযোগিৰ ক্ৰমিক নং:- D93
নাম:- চিল্পা দাস।
ঠিকনা:- ডেৰগাঁও।
জিলা:- গোলাঘাট।
বয়স:- ২২ বছৰ ।

নামনি_AXOM_ফেচবুক_পেজৰ_সৌজন্যত_এখনি_অনলাইন_অসমীয়া_পৰম্পৰাগত_সাজপাৰত_ফটো_প্ৰতিযোগিতা_আয়োজন_কৰা_হৈছে_২০২২_বৰ্ষ

#প্ৰতিযোগিতা_খন_আৰম্ভ_কৰা_হব_৫_অক্টোৱৰৰ_পৰা_২২_অক্টোৱৰ_তাৰিখলৈ।

#প্ৰতিযোগিতা_খনত_অংশগ্ৰহণ_কৰিবৰ_বাবে_অসমীয়া_পৰম্পৰাগত_সাজ_পাৰত_ফটো_উঠি_আপোনাৰ_ফটো_খন_আমালৈ_প্ৰেৰণ_কৰক_whatsapp_number - 7086895489 নম্বৰলৈ। (অনুগ্ৰহ কৰি ফটো খনৰ লগতে প্ৰতিযোগি গৰাকীৰ নাম /ঠিকনা/ বয়স সহ অসমীয়াত লিখি এই নম্বৰত পঠিয়াব)

#প্ৰতিযোগিতাৰ_নিয়মাৱলী_সমূহ:-
🔶প্ৰতিযোগিতাখনিত লৰা-ছোৱালী, পুৰুষ- মহিলা সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব।
🔶প্ৰতিযোগীসকলে তেওঁলোকৰ ফটো সমূহৰ লগতে তেওঁলোকৰ নাম, ঠিকনা সম্পূৰ্ণৰূপে অসমীয়াত লিখি পঠিয়াব লাগিব।
🔶প্ৰতিযোগীৰ সাজ-পোছাক মাৰ্জিত আৰু উন্নত মানৰ হোৱাটো বাধ্যতামূলক।
🔶নামনি AXOM ফেচবুক পেজখন like & follow কৰাটো বাধ্যতামূলক।
🔶আমাৰ পেজটিত ফটো আপলোড কৰাৰ পিছত লাইক আৰু শ্বেয়াৰৰ সহায়ত ভোট গণনা কৰা হব ।
🔶এজন ব্যক্তিয়ে এটা একাউন্টৰ পৰা এবাৰ হে শ্বেয়াৰ কৰিব পাৰিব। অধিক শ্বেয়াৰ কৰিলে গ্ৰহণ কৰা নহব।
🔶লাইক আৰু শ্বেয়াৰৰ ভিক্তিত প্ৰতিযোগিতা খনৰ তিনিজন প্ৰতিযোগিক বিজয়ী ঘোষণা কৰা হব। বিজয়ী প্ৰতিযোগিতাগৰাকী সকলক মানপত্ৰ সহ বঁটা প্ৰদান কৰা হব।
🔶ফেক লাইক আৰু ফেক শ্বেয়াৰ ভোট গণনা কৰা নহব। তেনে কৰিলে আমি সেই প্ৰতিযোগিক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰি দিয়া হ ব।
🔶 ২৩ অক্টোৱৰ, ২০২২ ইং, সন্ধিয়া ৭ বজাৰ পিছত লাইক, শ্বেয়াৰ কৰিলেও ভোট গণনা গ্ৰহণ কৰা নহব।
🔶ফটো দিয়া অন্তিম তাৰিখ ২২ অক্টোৱৰ সন্ধিয়া ৯ বজালৈ। তাৰ পিছত ফটো গ্ৰহণ কৰা নহব।
🔶প্ৰতিযোগিতাখনৰ ফলা-ফল সমূহ ৩১ অক্টোৱৰ তাৰিখে সন্ধিয়া ৭ বজাত ঘোষণা কৰা হব।
🔶কেৱল মূল পেজৰ লাইক আৰু শ্বেয়াৰকহে মান্যতা প্ৰদান কৰা হব।

প্ৰতিটো লাইক:- ২ টা ভোট।
প্ৰতিটো শ্বেয়াৰ:- ৩ টা ভোট।
🔶সমূহ অংশগ্ৰহণকাৰীক নামনি AXOM পেজৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।
🔶যিকোনো ধৰণৰ পৰিস্থিতিত পেজৰ পৰিচালকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হব।

বি:দ্ৰ:- আপোনাৰ WhatsApp Number সম্পূৰ্ণভাবে সুৰক্ষিত থাকিব।

:~
DM FINANCE SERVICE PERSONAL LOAN FOR GOVERMENT EMPLOYE.

:~
ABHIJIT BARMAN & DAMBARUDHAR RAY.

Website