RaijorDol - Jamunamukh
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from RaijorDol - Jamunamukh, Political Party, .
সমবায় খণ্ডৰ উত্তৰণ আৰু অসমৰ খাটি-খোৱা জনগণৰ সমবিকাশ আৰু সমৃদ্ধিৰ সপোন দেখা ব্যতিক্ৰমী জননেতা অখিল গগৈ আজি কুটিল ষড়যন্ত্ৰকাৰী যন্ত্ৰৰ দ্বাৰা কাৰাবন্দী |
"ৰাইজৰ দল" জিন্দাবাদ
|| "অখিল গগৈ" জিন্দাবাদ ||
|| "দিলোৱাৰা চৌধুৰী'" জিন্দাবাদ ||
|| জয় আই অসম ||
"|| "কৰ্মই ধৰ্ম, একতাই বল ||
|| অসমৰ শক্তি, ৰাইজৰ দল ||"
#ৰাইজৰ_দল
২৩/০২/২০২০
অখিল গগৈ একমাত্ৰ নেতা, যিয়ে সবলৰূপত সমবায় খণ্ডত হোৱা দুৰ্নীতিক ফাদিল কৰিছিল |
"ৰাইজৰ দল" জিন্দাবাদ
|| "অখিল গগৈ" জিন্দাবাদ ||
|| "দিলোৱাৰা চৌধুৰী'" জিন্দাবাদ ||
|| জয় আই অসম ||
"|| "কৰ্মই ধৰ্ম, একতাই বল ||
|| অসমৰ শক্তি, ৰাইজৰ দল ||"
#ৰাইজৰ_দল
২৩/০২/২০২০
আমি একেলগে আগবাঢ়িম, একেলগে যুঁজিম |
"ৰাইজৰ দল" জিন্দাবাদ
|| "অখিল গগৈ" জিন্দাবাদ ||
|| "দিলোৱাৰা চৌধুৰী'" জিন্দাবাদ ||
|| জয় আই অসম ||
"|| "কৰ্মই ধৰ্ম, একতাই বল ||
|| অসমৰ শক্তি, ৰাইজৰ দল ||"
#ৰাইজৰ_দল
২৩/০২/২০২০
ধৰ্মনিৰপেক্ষ সম্প্ৰীতিৰ আদৰ্শ 'ৰাইজৰ দল'ৰ আপোচবিহীন, প্ৰগতিশীল জাতীয়বাদৰ অন্যতম মূল উপাদান...
"ৰাইজৰ দল" জিন্দাবাদ
|| "অখিল গগৈ" জিন্দাবাদ ||
|| "দিলোৱাৰা চৌধুৰী'" জিন্দাবাদ ||
|| জয় আই অসম ||
"|| "কৰ্মই ধৰ্ম, একতাই বল ||
|| অসমৰ শক্তি, ৰাইজৰ দল ||"
২২/০২/২০২০
আমি CAA পাহৰি যোৱা নাই, আমি নাপাহৰোঁ | অসমবাসীক লগত লৈ আমি আগুৱাই গৈ আছো, CAA প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত আমাৰ আন্দোলন, দাবীসমূহ প্ৰতিবাদ আকাৰে বিভিন্ন মাধ্যমেৰে আগুৱাই লৈ যাম | আমি "ৰাইজৰ দল" দৃঢ়সংকল্পবদ্ধ |
"ৰাইজৰ দল" জিন্দাবাদ
|| "অখিল গগৈ" জিন্দাবাদ ||
|| "দিলোৱাৰা চৌধুৰী'" জিন্দাবাদ ||
|| জয় আই অসম ||
"|| "কৰ্মই ধৰ্ম, একতাই বল ||
|| অসমৰ শক্তি, ৰাইজৰ দল ||"
#ৰাইজৰ_দল
২২/০২/২০২০
"জাতি"ৰ আৱেগক লৈ বাৰে বাৰে হেতালি খেলাৰ অধিকাৰ আমি কাকো দিয়া নাই | "অসম চুক্তি" কেৱল এখন সাধাৰণ চুক্তি নাছিল, আছিল অসমীয়া জাতিৰ ত্যাগৰ ইতিহাস | আছিল অসমীয়া জাতিৰ জাতীয় ভাৱাবেগ। গতিকে জাতিৰ জাতীয় আয়ুসস্বৰূপ চুক্তিখনক উলংঘা কৰা মানি লোৱা নহব |
ধৰ্মৰ নামত বিদেশীৰ নাগৰিকত্ব মানি লোৱা নহব |
#ৰাইজৰ_দল
২৩/০২/২০২০
'অসমৰ জনতা'ই ককালত টঙালি বান্ধিছে, এইবাৰ আৰু নিস্তাৰ নাই | গুজৰাটী মোগল আৰু তেওঁলোকৰ এজেন্ট সকলক অসমৰ পৰা বিতাৰিত কৰিবলৈ ৰাইজ সাজু হৈছে |
জননীয়ে চকুলো টুকিছে, অসমী আইৰ প্ৰতিগৰাকী সন্তানে শত্ৰুৰ হাতৰ পৰা মাতৃ ভূমিক ৰক্ষাৰ শপত লৈছে | গতিকে শত্ৰু পক্ষৰ নিদ্ৰা ভংগ হৈছে, চৌদিশে বিয়পাইছে বিশৃংখলতা | সৰ্বস্ব উজাৰি ষড়যন্ত্ৰ ৰচনা কৰিলেও ৰক্ষা নপৰিব, ৰাইজে উফৰাই দিব |
// "ৰাইজৰ দল" জিন্দাবাদ \\
|| "অখিল গগৈ" জিন্দাবাদ ||
|| "দিলোৱাৰা চৌধুৰী'" জিন্দাবাদ ||
|| জয় আই অসম ||
"|| "কৰ্মই ধৰ্ম, একতাই বল ||
|| অসমৰ শক্তি, ৰাইজৰ দল ||"
Release Akhil Gogoi ✊✊
অন্যায়-অবিচাৰৰ সমাপ্তি কত ?
এইয়া চকুলো টুকাৰ সময় নহয়,
এই সময়
নিজৰ ক্ষোভ উজাৰিবলৈ প্ৰস্তুত হোৱাৰহে...!
অসম আৰু অসমীয়াক এতিয়া
ৰাজপথৰ আন্দোলনৰ নহয়,
ৰাজনৈতিক সংগ্ৰামৰহে প্ৰয়োজন...!
যেতিয়া গনতন্ত্ৰৰ নামত
ৰাজতন্ত্ৰই প্ৰতিবাদৰ ভাষাক গুৰুত্ব নিদি
ভৰিৰে গচকি পেলোৱা হয় শ্বদীহৰ তেজক,
তেতিয়াই প্ৰয়োজন আহি পৰে এক নৱ বিপ্লৱৰ,
গতিকে আহক আমি একত্ৰিত হওঁ
আমাৰ প্ৰতিবাদী কন্ঠক ৰাজপথতেই সীমাবদ্ধ নকৰি
নিজস্বাধীকাৰ ঘূৰাই অনাৰ স্বাৰ্থত
এক নতুন ৰাজনৈতিক বিপ্লৱত...!
আপোনাৰ দুচকুত
এক জাগ্ৰত-বিপ্লৱ দেখা পাওঁ ককাইদেউ !
এক নিৰ্ভিকতাবাদীৰ স্পষ্ট ছায়া
দুচকুত যেন প্ৰতি ক্ষনেই ভাহি থাকে |
চিয়াঁহীবিহীন কলমটোৰ দৰেই
বৰ্তমান আপুনি বিহীন এই সংগ্ৰাম |
কিন্তু এই সমাপ্তি নহয় !
আমিও প্ৰতিশ্ৰুতিবদ্ধ ,
আৰম্ভ হ'ব এক নৱ-সংগ্ৰাম,
য'ত আমি ৰচনা কৰিম
নিদ্ৰাহীনতাৰ এক নৱ-বিপ্লৱ |
আজি আপুনিবিহীনতাইয়ো আমাক দি গৈছে
ত্যাগ আৰু প্ৰমূল্যবোধৰ শিক্ষা |
অন্যায়গামীৰ ভয়ৰ সংজ্ঞা ,
যি হয়তো প্ৰয়োজন আছিল |
এতিয়া আমি নতুনত্ব ৰচনা কৰিব খোজিছো,
ৰঙবিহীন চিয়াঁহীৰ দ্বাৰাই!
এদিন দুদিনকৈ বছৰ বাগৰিল..!!
আজি হেনো তোক বন্দী কৰা ৪০০ দিন সম্পূৰ্ণ হ'ল ককাইদেউ |
আজি আৰু নকও তোক ন্যায় দিয়াৰ কথা কাৰণ চাব খোজিছো সিহঁতৰ ভয় আৰু নিষ্ঠুৰতাৰ পৰিসীমা..!!
যমুনামুখ বিধান সমষ্টিৰ প্ৰতিটো প্ৰান্তত ৰাইজৰ মুখত এটাই কথা শুনিবলৈ পোৱা গৈছে "যমুনামুখ সমষ্টিত এইবাৰ দিলোৱাৰা চৌধুৰীৰ বিকল্প নাই" , দিলোৱাৰা চৌধুৰী নিষ্পেষিত জনতাৰ নেত্ৰী |
// "ৰাইজৰ দল" জিন্দাবাদ \\
|| "অখিল গগৈ" জিন্দাবাদ ||
|| "দিলোৱাৰা চৌধুৰী'" জিন্দাবাদ ||
|| জয় আই অসম ||
"|| "কৰ্মই ধৰ্ম, একতাই বল ||
|| অসমৰ শক্তি, ৰাইজৰ দল ||"
দিলোৱাৰা চৌধুৰী বাইদেউৰ নেতৃত্বত '৯০ নং যমুনামুখ বিধান সভা সমষ্টি'ৰ অন্তৰ্গত ডবকা চহৰৰ ডিফু বাইপাছৰ ওচৰত ২০/০১/২০২১ তাৰিখে "ৰাইজৰ দল"ৰ প্ৰথমখন বৃহৎ ৰাজহুৱা সভা আয়োজন কৰা হৈছে |
উক্ত সভাত আপোনালোকৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ |
আশা কৰোঁ,
যমুনামুখ সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু প্ৰাপ্য অধিকাৰ আদায়ৰ এই ৰাজনৈতিক সংগ্ৰামৰ সহযাত্ৰী হৈ আগুৱাই আহিব |
ফটো : সভাস্থলী তৈয়াৰ কৰাৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ দৃশ্য |
জয় আই অসম
"অসমৰ সমাজ জীৱন"ত নাগপুৰ বাহিনীৰ অৱদান যিদৰে নগন্য বুলিয়েই কব পাৰি | সেইদৰে চৌদি কেন্দ্ৰীয় পৰিয়ালটোৰও ৰাজনৈতিক ক্ষেত্ৰত যমুনামুখ সমষ্টিৰ উন্নয়নত "অংশীদাৰীত্ব" সম্পূৰ্ণ শূন্য |
কেৱল মাত্ৰ ব্যক্তিগত স্বাৰ্থতহে এইসকলে ভুৱা অসমপ্ৰেমৰ লীলা পৰিবেশন কৰা পৰিলক্ষিত হয় |
গতিকে,
সেই সকলক অসমৰ লগতে যমুনামুখৰ পৰা বিতাৰিত কৰাটো প্ৰতিজন মানুহৰ নৈতিক কৰ্তব্য |
"ৰাইজৰ দল"ৰ চৰকাৰ গঠন হলে শিক্ষাৰ মানদণ্ড আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ব্যয় কৰিব মুঠ বছেৰেকীয়া বাজেটৰ 25% টকা |
মনত ৰাখিব,
আজিলৈকে কোনো এখন চৰকাৰে 6% ৰ বেছি শিক্ষাৰ বাবে খৰছ কৰি পোৱা নাই | এক অভূতপূৰ্ব শৈক্ষিক বিপ্লৱৰ দিশত অসম |
"কৰ্মই ধৰ্ম, একতাই বল |
অসমৰ শক্তি, ৰাইজৰ দল ||"