Ouphulia Cricket Club, Dibrugarh District.

Ouphulia Cricket Club, Dibrugarh District.

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ouphulia Cricket Club, Dibrugarh District., Sports Team, .

24/11/2022

কাইলৈৰ পৰা আৰম্ভ ।

Photos from Ouphulia Cricket Club, Dibrugarh District.'s post 22/11/2022

2 Days to Fire 🔥....... Let's Cricket 🏏
From 25th November...
Welcome to Our
Ouphulia Day-Night Tennis Ball Cricket Tournament...

22/11/2022

We would like to proudly announce which is held by at Ouphulia High School Palyground from 25th November 2022...
We need your support and blessings for the smooth conduct of this tournament and will be more than happy. If you Sometime to spare at our Ouphulia Play Ground to support and unwind the memories you had with 🏏

22/11/2022

অহা ২৫ নৱেম্বৰৰ পৰা আমাৰ #ঔফুলীয়া চাৰিআলিৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি ।

30/12/2021

MORAN CRICKET LEAGUE 2021-22

Photos from Ouphulia Cricket Club, Dibrugarh District.'s post 26/12/2021

মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা ষষ্ঠ বাৰ্ষিক উদয়শংকৰ গগৈ সোঁৱৰণী মৰাণ আন্তঃক্লাব ক্ৰিকেট লীগত আজি অনুষ্ঠিত গ্ৰোপ 'এ'ৰ প্ৰতিযোগিতাখনত ুলীয়া_ক্ৰিকেট_ক্লাবে_ #মৰাণ_উইজাৰ্ড_ক্ৰিকেট_ক্লাবক_ ৪৭ ৰাণৰ ব্যৱধানত পৰাজিত কৰে । আজিৰ মেচত ঔফুলীয়াৰ _অবিনাশ সোনোৱালে_ ৩৮টা বলত ৮টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ৬৪ ৰাণৰ এটা সুন্দৰ ইনিংছ খেলাৰ লগতে ২টা উইকেট সংগ্ৰহ কৰি দলৰ বিজয়ত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে । মৰাণ উইজাৰ্ড ক্ৰিকেট ক্লাবৰ _ইন্দ্ৰ তামাঙে_ ৫১ বলত ৩৯ ৰাণ সংগ্ৰহ কৰে । টচত জয়ী হৈ ঔফুলীয়া ক্ৰিকেট ক্লাবে প্ৰথমে বেটিং কৰি ২৭.৪ অ'ভাৰত ১০ উইকেট হেৰুৱাই ১৭৭ ৰাণ সংগ্ৰহ কৰে আৰু উইজাৰ্ড ক্ৰিকেট ক্লাবে ২৪.২ অ'ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩০ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

17/12/2021
03/12/2021

Winning moment of Moran Against .
BHASKARJYOTI CRICKET CLUB won by 14 Runs.

02/12/2021

Sadek Hussain - (MORAN, BHASKARJYOTI CRICKET CLUB).

02/12/2021

David Gogoi - Best Bowler of the Tournament (Moran Bhaskarjyoti Cricket Club).

02/12/2021

যোৱা ২৫ নবেম্বৰৰ পৰা আৰম্ভ হোৱা #ঔফুলীয়া দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনৰ আজি চূড়ান্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ডিব্ৰুগড় কাউন্ট্ৰী হিটাৰ্চ আৰু মৰাণ ভাস্কৰজ্যোতি ক্ৰিকেট দলৰ মাজত ।

Photos from Ouphulia Cricket Club, Dibrugarh District.'s post 25/11/2021

আজিৰপৰা (২৫ নবেম্বৰ ২০২১) আৰম্ভ হ'ব দ্বিতীয় বাৰ্ষিক দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ।
স্হান - ঔফুলীয়া, ডিব্ৰুগড় জিলা

25/11/2021

আজিৰপৰা (২৫ নবেম্বৰ ২০২১) আৰম্ভ হ'ব দ্বিতীয় বাৰ্ষিক দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা ।
স্হান- ঔফুলীয়া চাৰিআলি, ডিব্ৰুগড় জিলা ।

Videos (show all)

কাইলৈৰ পৰা আৰম্ভ ।
#INVITATION_to_PLAYWe would like to proudly announce #OuPhulia_Day_Night_Tennis_Ball_Cricket_Tourament which  is held by...
MORAN CRICKET LEAGUE 2021-22

Website