No 2 Bengenakhowa L P School

No 2 Bengenakhowa L P School

An elementary school provides quality education to little angels.

29/02/2024

আমাৰ বিদ্যালয়ৰ প্ৰাতঃসভাৰ আৰম্ভনিৰ এক দৃশ্যাংশ--

22/02/2024
Photos from No 2 Bengenakhowa L P School's post 26/01/2024

#গণতন্ত্ৰ দিৱস
#২৬/০১/২০২৪

Photos from No 2 Bengenakhowa L P School's post 14/11/2023

#শিশু দিৱস
#১৪/১১/২০২৩
#বন্ধু বিদ্যালয়ৰ সহিতে যুটীয়াভাৱে শিশু দিৱস উদযাপন

26/04/2023

আমাৰ বিদ্যালয়ে শিক্ষা বিভাগে অনুষ্ঠিত কৰা ২০২৩ বর্ষৰ গুণোৎসৱত পূৰ্বৰ ধাৰা অব্যাহত ৰাখি পুনৰবাৰ ( চতুৰ্থবাৰৰ বাবে ) ৮৫.৬৮ শতাংশৰে A গ্ৰেড লাভ কৰিবলৈ সক্ষম হয়। আমাৰ বিদ্যালয়ৰ এই সাফল্যত জড়িত সকলো সন্মানীয় ব্যক্তিকেই বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনালোঁ।

Photos from No 2 Bengenakhowa L P School's post 01/04/2023

#উৎসৱ বিদ্যাৰম্ভ ২০২৩-২০২৪
#০১/০৪/২০২৩
#আজিৰে পৰা নতুন শিক্ষাবর্ষ ২০২৩-২০২৪ ৰ শুভাৰম্ভ হৈছে। বিদ্যালয়ত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ উচ্চ শ্ৰেণীলৈ উন্নীত হোৱা ছাত্ৰ-ছাত্ৰীসকলকো আদৰণি জনোৱা হয়। ইয়াৰ উপৰিও ছাত্র-ছাত্ৰীসকলৰ মাজত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয়।
#২০২৩-২০২৪ শিক্ষাবৰ্ষৰ নতুন নামভৰ্তিৰ প্ৰক্ৰিয়া অব্যাহত। সেয়েহে ইচ্ছুক অভিভাৱকে নিজ সন্তানৰ নামভৰ্তি এতিয়াও কৰাব পাৰিব।

Photos from No 2 Bengenakhowa L P School's post 01/04/2023

যোৱা ৩১/০৩/২০২৩ তাৰিখে আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শ্ৰী যুতা থানেশ্বৰী শইকীয়াই তেখেতৰ শিক্ষকতা তথা কৰ্মজীৱনৰ পৰা অৱসৰ লাভ কৰে। তেখেতৰ কৰ্মজীৱনৰ এই সফল সমাপ্তিত এখনি সভা অনুষ্ঠিত কৰি বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা আৰু সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ অভিভাৱকসকলেও তেখেতক বিশেষভাৱে সম্বৰ্ধনা জনায়।

24/02/2023

#২০২৩-২০২৪ শিক্ষাবর্ষৰ নতুন নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে।
#সকলো শ্ৰেণীতে ('ক'-পঞ্চম) নতুন নামভৰ্তিৰ সুবিধা আছে।

Photos from No 2 Bengenakhowa L P School's post 26/01/2023

#26/01/2023
Day
Pooja

Photos from No 2 Bengenakhowa L P School's post 21/01/2023

#21/01/2023
tour

Photos from No 2 Bengenakhowa L P School's post 21/01/2023
Photos from No 2 Bengenakhowa L P School's post 24/11/2022

#১৯/১১/২০২২ - ২৪/১১/২০২২

#লাচিত দিৱসৰ বিভিন্ন কাৰ্যাৱলী আৰু প্ৰতিযোগীতাসমূহ

#বঁটা বিতৰণী, বন্তি প্ৰজ্বলন

24/11/2022

#লাচিত দিৱস
#২৪/১১/২০২২

বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী আস্থা দত্তৰ বীৰ যোদ্ধা লাচিত বৰফুকনৰ পৰম সাহস অভিনয়েৰে প্ৰকাশ কৰাৰ সামান্য প্ৰয়াস।

Videos (show all)

আমাৰ বিদ্যালয়ৰ প্ৰাতঃসভাৰ আৰম্ভনিৰ এক দৃশ্যাংশ--
#লাচিত দিৱস#২৪/১১/২০২২বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী আস্থা দত্তৰ বীৰ যোদ্ধা লাচিত বৰফুকনৰ পৰম সাহস অভিনয়েৰে প্ৰকাশ কৰাৰ ...

Website